• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীকাণ্ড, সুস্থ মগজুৰেই কৰিছিল ধৃত ৫ যুৱকে…দিল্লীকাণ্ডৰ অভিযুক্তৰ ভয়ংকৰ স্বীকাৰোক্তিত হতবাক আৰক্ষী

দিল্লীকাণ্ড, সুস্থ মগজুৰেই কৰিছিল ধৃত ৫ যুৱকে…দিল্লীকাণ্ডৰ অভিযুক্তৰ ভয়ংকৰ স্বীকাৰোক্তিত হতবাক আৰক্ষী

4 years ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

31 minutes ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

1 hour ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

3 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

4 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

4 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

5 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

6 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

6 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

7 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দিল্লীকাণ্ড, সুস্থ মগজুৰেই কৰিছিল ধৃত ৫ যুৱকে…দিল্লীকাণ্ডৰ অভিযুক্তৰ ভয়ংকৰ স্বীকাৰোক্তিত হতবাক আৰক্ষী

editor by editor
January 8, 2023
in অপৰাধ, জীৱনশৈলী, ভাৰত
0
দিল্লীকাণ্ড, সুস্থ মগজুৰেই কৰিছিল ধৃত ৫ যুৱকে…দিল্লীকাণ্ডৰ অভিযুক্তৰ ভয়ংকৰ স্বীকাৰোক্তিত হতবাক আৰক্ষী
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দিল্লীত এগৰাকী যুৱতীক ১২ কিঃমিঃ চোঁচৰাই নি হত্যা কৰিছিল ৫ ধৃতই। লগে লগেই ধৃত ৫ যুৱকক গাড়ীৰ নম্বৰক ভিত্তি কৰিয়েই আটক কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত ধৃত ৫ যুৱকে দিয়া স্বীকাৰোক্তি শুনি আচৰিত হৈছে আৰক্ষীও। ধৃত ৫ যুৱকে স্বীকাৰ কৰামতে ঠাণ্ডা মগজুৰে অঞ্জলিক ১২ কিঃমিঃ চোঁচৰাই নিছিল। গাড়ীৰ চকাত বান্ধি চোঁচৰাই নিছিল অঞ্জলিক। দুৰ্ঘটনাৰ কেইটামান মুহূৰ্ততেই গাড়ীত থকা ৫ যুৱকে স্কুটিত থকা যুৱতীগৰাকী গাড়ীৰ চকাত লাগি ধৰাৰ উমান পাইছিল। জানিও যুৱতীগৰাকীক উদ্ধাৰৰ চেষ্টা কৰাৰ সলনি চোঁচৰাই লৈ যোৱা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ৫ ধৃতই।

যুৱতীগৰাকী চকাত লাগি ধৰাৰ পাছতেই বঢ়াই দিছিল গাড়ীৰ স্পীড। এটাৰ পাছত আনটো ইউটাৰ্নো লৈছিল। শেষলৈ যুৱতীগৰাকীৰ শৰীৰটো পৰি গৈছিল পদপথত। দুৰ্ঘটনাৰ ভয়াৱহ কাণ্ডই শিহঁৰিত কৰিছে সকলোকে। কেনেকৈ সুস্থ মগজুৰে মানুহে মানুহক হত্যা কৰিব পাৰে?

ধৃত ৫ যুৱকে প্ৰথমে এই অপৰাধ স্বীকাৰ কৰা নাছিল। আৰক্ষীৰ সন্মুখত দিয়া প্ৰথমটো স্বীকাৰোক্তিত ৫ ধৃতই প্ৰকাশ কৰা মতে, কেনেকৈ যুৱতীগৰাকী গাড়ীৰ চকাত লাগিছিল গমেই পোৱা নাছিল। গাড়ীত যিহেতু দ্ৰুত স্বৰত গান বাজি আছিল সেয়ে যুৱতীৰ চিৎকাৰো শুনা নাছিল বুলি প্ৰকাশ কৰিছিল ৫ ধৃতই। পাছলৈ আৰক্ষীৰ জেৰাত শনিবাৰে দুৰ্ঘটনাটো সুস্থ মগজুৰেই কৰা বুলি স্বীকাৰ কৰিছে ধৃত ৫ যুৱকে।

যুৱতীগৰাকীৰ শৰীৰটো গাড়ীৰ চকাত লাগি ধৰাত শংকিত হৈছিল কিয়নো এই কাণ্ড আৰক্ষীৰ কাষ পাবই। সেইবাবেই দেহটো গাড়ীৰ চকাৰ পৰা এৰুওৱাৰ সলনি পলায়নৰ চেষ্টা কৰিছিল বুলি প্ৰকাশ কৰিছে ৫ ধৃতই। দীপক খান্না নামৰ যুৱকে দুৰ্ঘটনাৰ সময়ত বাহনখন চলাইছিল বুলিও স্বীকাৰোক্তিত প্ৰকাশ কৰিছে। ইয়াৰোপৰি দীপকৰ কোনো লাইছেন্সো নাছিল।

লাইছেন্স নথকাকৈয়ে ৰাজপথত বাহন চলোৱাৰ বাবে অন্য এক গোচৰো নিজাববীয়াকৈ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে। এই কাণ্ডৰ জড়িত মুঠ ৭ যুৱকক আৰক্ষীয়ে আটক কৰিছিল যদিও তাৰে অংকুশ খান্না নামৰ এজন অভিযুক্তক ২০ হাজাৰ টকা জৰিমনা বিহি জামিন প্ৰদান কৰা হৈছে বুলিও আৰক্ষীয়ে প্ৰতিবেদনত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপি নেতাৰ গৃহত ডকাইতি
ৰাজনীতি

বিজেপি নেতাৰ গৃহত ডকাইতি

October 13, 2026
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী
ভাৰত

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

October 13, 2026
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!
অপৰাধ

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

October 13, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
Next Post
মাহত কিমান ধন উপাৰ্জন কৰে শ্বাহৰুখে? অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত শ্বাহৰুখে খোলোচা কৰিলে সকলোবোৰ…

মাহত কিমান ধন উপাৰ্জন কৰে শ্বাহৰুখে? অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত শ্বাহৰুখে খোলোচা কৰিলে সকলোবোৰ...

বিগত বছৰটোত, গা ধোৱাৰ তুলনাত সংগম বেছি হৈছে! মডেলৰ স্বীকাৰোক্তিত অবাক নেটিজেন

বিগত বছৰটোত, গা ধোৱাৰ তুলনাত সংগম বেছি হৈছে! মডেলৰ স্বীকাৰোক্তিত অবাক নেটিজেন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.