অসম লাইভ২৪ঃ এবছৰত যিমানবাৰ গা ধুইছে তাতোকৈ বেছি শাৰীৰিক মিলন হৈছে। বিগত বছৰৰ খতিয়ান দাঙি ধৰিছে এগৰাকী অভিনেত্ৰীয়ে। ডাটা চায়েণ্টিছ তথা অভিনেত্ৰীয়ে দাঙি ধৰা বছৰটোৰ খতিয়ানক লৈ চলিছে সমগ্ৰতে চৰ্চা। ২০২২ বৰ্ষত অভিনত্ৰীগৰাকীয়ে যিমানবাৰ গা ধুইছে তাতোকৈ বেছি যৌন মিলনত লিপ্ত হৈছে অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকীয়ে জনোৱা অনুসৰি বছৰটোত ৩৭ বাৰ গা ধুইছে তেওঁ। ইয়াৰোপৰি ফুৰিবলৈ বছৰটোত কেইবাৰ গৈছে, মদ্যপান কিমান কৰিছে, সকলোবোৰেই লিখিতৰূপত প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে।
এবছৰত মাত্ৰ ৩৭ বাৰ গা ধোৱা বিষয়টোত সকলোৱেই আচৰিতো হৈছে। কিন্তু ঠাণ্ডা দেশৰ হোৱা হেতুকে প্ৰায়সংখ্যক লোকেই গা কমকৈয়ে ধোৱে। অভিনেত্ৰীগৰাকীয়ে নিজেই কোৱা অনুসৰি বছৰটোত তেওঁ যিমান গা ধুইছে তাতকৈ বহু বেছি শাৰীৰিক সম্পৰ্ক গঢ়িছে। আমেৰিকাৰ নাগৰিকে কিমান গা ধোৱে সেই সম্পৰ্কে চলোৱা গৱেষণাত পোহৰলৈ অহা তথ্যমতে আমেৰিকাৰ এজন মানুহে গড়ে ১৪৫ বাৰহে গা ধোৱে। গা ধোৱাৰ অনিহা দেখিয়েই বহুতে কৈছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাবোৰ ভাৰতীয় লোকেই এইসকলতকৈ বেছিকৈ জানে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ