• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুকলিকৈ সহবাস কৰিব পাৰিব… ৰোনাল্ডোৰ বাবেই সলোৱা হৈছে ছৌদি আৰবৰ আইন!

মুকলিকৈ সহবাস কৰিব পাৰিব… ৰোনাল্ডোৰ বাবেই সলোৱা হৈছে ছৌদি আৰবৰ আইন!

4 years ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

29 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

2 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

3 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

3 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

4 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

4 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

5 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

5 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

7 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

7 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মুকলিকৈ সহবাস কৰিব পাৰিব… ৰোনাল্ডোৰ বাবেই সলোৱা হৈছে ছৌদি আৰবৰ আইন!

editor by editor
January 8, 2023
in ক্ৰীড়া, বিশ্ব
0
মুকলিকৈ সহবাস কৰিব পাৰিব… ৰোনাল্ডোৰ বাবেই সলোৱা হৈছে ছৌদি আৰবৰ আইন!
0
SHARES
20.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৯৯২ চনৰ পৰা ইউৰোপৰ বিভিন্ন ক্লাবত খেলি আহিছে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে। অৱশেষত কেৰিয়াৰৰ শেষৰ সময়খিনিত এছিয়া ক্লাবত যোগ দিছে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে। সম্প্ৰতি ছৌগি আৰৱৰ ক্লাব আল নাছেত যোগ দিছে ৰোনাল্ডোৱে। যোগ দিয়েই ৰোনাল্ডোৱে গঢ়িছে নতুন ৰেকৰ্ড। তেওঁ বৰ্তমান বিশ্বৰ সকলোতকৈ ধনী ক্ৰীড়াবিদ।
ৰোনাল্ডোৱে লাভ কৰা ধনতকৈও বেছি চৰ্চা চলিছে প্ৰেয়সীৰ সৈতে একেলগে ছৌদিত কেনেকৈ থাকিব ৰোনাল্ডো আৰু তেওঁৰ প্ৰেয়সী? কিয়নো ছৌদিত বিবাহৰ পূৰ্বে প্ৰেয়সীৰ সৈতে একেলগে থকাৰ অনুমতি নিদিয়ে ছৌদি চৰকাৰে।

বহুতেই ৰোনাল্ডোৰ বিষয়টোক লৈ ছৌদি চৰকাৰে কি সিদ্ধান্ত ল’ব সেই বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। অৱশ্যে শেহতীয়াকৈ ছৌদি চৰকাৰে বিবাহৰ পূৰ্বেই ৰোনাল্ডো আৰু তেওঁৰ প্ৰেয়সীক একেলগে থকাৰ অনুমতি দিছে। ৰোনাল্ডোৰ বাবেই ছৌদি আৰবৰ আইন প্রথমবাৰৰ বাবে শিথিল কৰা হৈছে।

কি আছে ছৌদি আৰৱৰ আইনত?

ছৌদি আৰৱৰ আইনমতে লিভ ইন নিষিদ্ধ ছৌদিত। অৰ্থাৎ বিয়াৰ পূৰ্বে কোনো নাৰী আৰু পুৰুষেই একেলগে কোনো কাৰণতে থাকিব নোৱাৰে। কিন্তু ৰোনাল্ডোৰ ক্ষেত্ৰত আইনৰ শিথিলতা আনিছে ছৌদি চৰকাৰে।

উল্লেখ্য যে ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু তেওঁৰ প্ৰেয়সী জৰ্জিনাই বৰ্তমানো আইনী বিবাহ কৰোৱা নাই। ৫ টাকৈ সন্তানো আছে দুয়োৰে। অদূৰ ভৱিষ্যতেও দুয়োৱে বিবাহ নকৰাই বুলি তেওঁলোকে নিজেই বহুসময়ত উল্লেখো কৰি আহিছে। তাৰ মাজতেই ৰোনাল্ডো ছৌদিলৈ যাবলগীয়া হোৱাত প্ৰেয়সী জৰ্জিয়াৰ সৈতে একেলগে থকাটোত প্ৰশ্নও উত্থাপন হৈছিল। এই সন্দৰ্ভত স্পেইনৰ এক সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে, ‘আইন এতিয়াও শিথিল কৰা নাই। দেশৰ জনগণৰ বাবে আজিও সেই আইন আছে। বিদেশৰ পৰা অহা লোকৰ বাবেহে এই আইন প্ৰযোজ্য নহয়। ৰোনাল্ডো ছৌদিৰ নাগৰিক নহয়। গতিকে তেওঁৰ বাবে এই আইন প্ৰযোজ্য নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!
বিজ্ঞান

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

October 12, 2026
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু
বিশ্ব

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

October 12, 2026
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?
প্ৰযুক্তি

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

October 11, 2026
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল
বিশ্ব

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

October 11, 2026
Next Post
সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? জেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? জেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

ন’ৰা ফাতেহী নহয়… পাক অভিনেত্ৰীৰ প্ৰেমত মছগুল শ্বাহৰুখ পুত্ৰ আৰিয়ান!

ন’ৰা ফাতেহী নহয়... পাক অভিনেত্ৰীৰ প্ৰেমত মছগুল শ্বাহৰুখ পুত্ৰ আৰিয়ান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.