• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তাল পাথাৰকান্দি! শম্ভু হত্যাৰ বিৰুদ্ধে ওলাই অহা প্ৰতিবাদকাৰীক ৰুধিবলৈ মোতায়েন শ শ সেনা-আৰক্ষী…

উত্তাল পাথাৰকান্দি! শম্ভু হত্যাৰ বিৰুদ্ধে ওলাই অহা প্ৰতিবাদকাৰীক ৰুধিবলৈ মোতায়েন শ শ সেনা-আৰক্ষী…

4 years ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

24 minutes ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

58 minutes ago
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

2 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

19 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

19 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

19 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

20 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

21 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

21 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

22 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

উত্তাল পাথাৰকান্দি! শম্ভু হত্যাৰ বিৰুদ্ধে ওলাই অহা প্ৰতিবাদকাৰীক ৰুধিবলৈ মোতায়েন শ শ সেনা-আৰক্ষী…

editor by editor
January 9, 2023
in অপৰাধ, অসম
0
উত্তাল পাথাৰকান্দি! শম্ভু হত্যাৰ বিৰুদ্ধে ওলাই অহা প্ৰতিবাদকাৰীক ৰুধিবলৈ মোতায়েন শ শ সেনা-আৰক্ষী…
0
SHARES
101
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰিমগঞ্জৰ লোৱাইৰপোৱা এলেকাৰ বজৰং দলৰ সদস্য শম্ভূ কৈৰী হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ পাথাৰাকান্দিতেই তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। সকলো দোকান পোহাৰ বন্ধ কৰি দিছে প্ৰতিবাদকাৰীয়ে৷ নীৰৱ প্ৰতিবাদৰ লগতে বিগত নিশা প্ৰায় ১২ খন ব্যৱসায়িক প্ৰতিষ্ঠান লণ্ডভণ্ড কৰিছে উত্তেজিত ৰাইজে। ইয়াৰ পাছতেই প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে বিশেষ এলেকাটোত।

দেওবাৰে নিশাৰে পৰাই অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষকৰ লগতে বৃহৎ আৰক্ষীৰ দল আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েন কৰা হয় লোৱাইৰপোৱা এলেকাত। ইপিনে প্ৰাপ্ত তথ্য অনুসৰি সামান্য ক্ৰিকেট খেলক কেন্দ্ৰ কৰিয়েই শম্ভূ কৈৰীক চোকা দাৰে ঘপিয়াই হত্যা কৰে৷ চেলিম উদ্দীনৰ সৈতে শম্ভূ কৈৰীয়ে হাইলাকান্দিত অনুষ্ঠিত হোৱা বজৰং দলৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ সম্পূৰ্ণ কৰি ঘৰলৈ যোৱাৰ পথতেই পৰিকল্পিতভাবে পিছফালৰ পৰা চোকা দাৰে ডিঙিত ঘপিয়াই হত্যা কৰে শম্ভুক।

সোমবাৰে পুৱা মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক হাস্পতালত প্ৰেৰণ কৰা হয়। মৰোণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ অহাৰ লগে পৰিয়ালৰ লোকে কান্দোনত ভাঙি পৰা পৰিলক্ষিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰিয়েই বজৰং দলৰ সদস্যসকলে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহাৰ আৰক্ষীয়ে লাঠিচালনা কৰিছে৷ ইপিনে ঘটনাস্থলীত ডি আইজি কঙ্কন জ্যোতি শইকীয়াও উপস্থিত হৈ ঘটনাৰ বুজ লয়।

উল্লেখ্য যে, দশম শ্ৰেণীৰ ছাত্ৰ শম্ভুৰ পিতৃ এগৰাকী চাহ দোকানী৷ পুত্ৰক হেৰুৱাই ভাঙি পৰা পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবলৈকো একাংশই দাবী কৰা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
Next Post
৩০ বছৰত ১২ বছৰীয়া সন্তানৰ পিতৃ নেইমাৰ… নেইমাৰৰ জীৱনৰ কেইটামান অজানা দিশ

৩০ বছৰত ১২ বছৰীয়া সন্তানৰ পিতৃ নেইমাৰ... নেইমাৰৰ জীৱনৰ কেইটামান অজানা দিশ

অত্যাধিক চেনী নাখাব! নহ’লে আপুনিও চিকাৰ হ’ব এই ৰোগৰ…

অত্যাধিক চেনী নাখাব! নহ’লে আপুনিও চিকাৰ হ’ব এই ৰোগৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.