• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰত ১২ বছৰীয়া সন্তানৰ পিতৃ নেইমাৰ… নেইমাৰৰ জীৱনৰ কেইটামান অজানা দিশ

৩০ বছৰত ১২ বছৰীয়া সন্তানৰ পিতৃ নেইমাৰ… নেইমাৰৰ জীৱনৰ কেইটামান অজানা দিশ

3 years ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

37 minutes ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

1 hour ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

2 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

2 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

2 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

3 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

4 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

4 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

5 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

6 hours ago
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

7 hours ago
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৩০ বছৰত ১২ বছৰীয়া সন্তানৰ পিতৃ নেইমাৰ… নেইমাৰৰ জীৱনৰ কেইটামান অজানা দিশ

editor by editor
January 9, 2023
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব
0
৩০ বছৰত ১২ বছৰীয়া সন্তানৰ পিতৃ নেইমাৰ… নেইমাৰৰ জীৱনৰ কেইটামান অজানা দিশ
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ব্ৰাজিলিয়ান ফুটবলাৰ তাৰকা নেইমাৰক চিনি নোপোৱা মানুহ হয়তো খুব কমেই ওলাব৷ দুভৰিৰ যাদুৰে সমগ্ৰ বিশ্বকে মন্ত্ৰমুগ্ধ কৰি ৰাখিছে নেইমাৰে৷ কিন্তু ৩০ বছৰীয়া নেইমাৰৰ যে এটা ১২ বছৰীয়া সন্তান আছে সেই কথা বহুতেই নাজানে৷

মাত্ৰ ১৯ বছৰ বয়সতেই পিতৃ হৈছিল নেইমাৰ৷ নেইমাৰৰ সন্তান দাভীৰ জন্ম হৈছিল ২০১১ চনৰ ২৪ আগষ্টত৷

ব্ৰাজিলিয়ান ছুপাৰষ্টাৰ আৰু তেওঁৰ প্ৰাক্তন প্ৰেয়সী কেৰেলিনা দান্তাছৰ সন্তান দাভী৷ খুব কম বয়সতেই পিতৃ হৈছিল নেইমাৰ
ইতিমধ্যে নেইমাৰ আৰু কেৰেলিনা দান্তাছৰ বিবাহ বিচ্ছেদ ঘটিছে৷ কেৰেলিনাই বৰ্তমান আন এগৰাকী ব্যক্তিৰ সৈতে বিবাহপাত আবদ্ধ হৈছে৷

দাভী প্ৰায়সময়তে নেইমাৰৰ সৈতেই থাকে৷ নেইমাৰেও সন্তান দাভীক একমুহূৰ্তৰ বাবেও এৰিব নোৱাৰো বুলি বহু সাক্ষাৎকাৰত নিজেই উল্লেখো কৰিছে৷

বিভিন্ন দেশলৈ খেলৰ বাবে যাত্ৰা কৰোতে সন্তানটোকো লগত প্ৰায়ে লৈ যায় নেইমাৰে৷ নেইমাৰৰ বুকুজুৰি অনবৰতে থাকে তেওঁৰ সন্তান দাভী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!
জীৱনশৈলী

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

May 16, 2026
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!
জীৱনশৈলী

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

May 16, 2026
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!
জীৱনশৈলী

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

May 16, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

May 16, 2026
Next Post
অত্যাধিক চেনী নাখাব! নহ’লে আপুনিও চিকাৰ হ’ব এই ৰোগৰ…

অত্যাধিক চেনী নাখাব! নহ’লে আপুনিও চিকাৰ হ’ব এই ৰোগৰ...

৬ মাহ বিচনাতেই কটাব ঋষভে! ধনৰ দুচিন্তা নাই, দুৰ্ঘটনাৰ পাছতেই একাউণ্টত সোমাইছে কোটি কোটি ধন…

৬ মাহ বিচনাতেই কটাব ঋষভে! ধনৰ দুচিন্তা নাই, দুৰ্ঘটনাৰ পাছতেই একাউণ্টত সোমাইছে কোটি কোটি ধন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.