• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬ মাহ বিচনাতেই কটাব ঋষভে! ধনৰ দুচিন্তা নাই, দুৰ্ঘটনাৰ পাছতেই একাউণ্টত সোমাইছে কোটি কোটি ধন…

৬ মাহ বিচনাতেই কটাব ঋষভে! ধনৰ দুচিন্তা নাই, দুৰ্ঘটনাৰ পাছতেই একাউণ্টত সোমাইছে কোটি কোটি ধন…

4 years ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

35 minutes ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

1 hour ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

4 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

4 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

4 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

5 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

6 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

6 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

7 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৬ মাহ বিচনাতেই কটাব ঋষভে! ধনৰ দুচিন্তা নাই, দুৰ্ঘটনাৰ পাছতেই একাউণ্টত সোমাইছে কোটি কোটি ধন…

editor by editor
January 9, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
৬ মাহ বিচনাতেই কটাব ঋষভে! ধনৰ দুচিন্তা নাই, দুৰ্ঘটনাৰ পাছতেই একাউণ্টত সোমাইছে কোটি কোটি ধন…
0
SHARES
25.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দুৰ্ঘটনাট পতিত হোৱা ঋষভৰ স্বাস্থ্য বৰ্তমানো সুস্থিৰ নহয়৷ আঁঠুৰ লিগামেণ্ট চিঙি যোৱাৰ ফলত এক জটিল অস্ত্ৰোপছাৰ সম্পন্ন হৈছে ঋষভৰ৷ সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ কমেও ৬ মাহ সময়ৰ প্ৰয়োজন বুলি প্ৰকাশ কৰিছে চিকিৎসকেও৷ কিন্তু তাৰমাজতেই বিচিচিআইয়ে দিয়া ভালখবৰটোৱে ঋষভ অনুৰাগীক নথৈ সুখী কৰি তুলিছে৷

হাস্পতালত চিকিৎসাধীন হৈ থাকিলেও ঋষভে প্ৰতিমাহেই লাভ কৰিব দৰমহা৷ BCCI-য়ে মানৱীয় দৃষ্টিভংগীৰেই লৈছে এই বিশেষ সিদ্ধান্ত৷ আৰ্থিক অনাটন যাতে কোনো কাৰণতে নহয় তাৰ বাবেই এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে বিচিচিআইয়ে৷ ইতিমধ্যেই পন্থৰ চিকিৎসাৰ সমূহ দায়িত্বও বিচিচিআইয়েই গ্ৰহণ কৰিছে৷

দুৰ্ঘটনাৰ পাছতেই ঋষভক এখন স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল৷ তাৰ পাছতেই তেওঁৰ ডেৰাডুনক মাক্স হাস্পতাললৈ লৈ যোৱা হয়৷ ডেৰাডুনত শৰীৰৰ বাকি অংশৰ চিকিৎসা কৰি তেওঁক ভৰিৰ চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হয়৷ মুম্বাইৰ কোকিলা বেন হাস্পতালত ঋষভৰ আঁঠুৰ অস্ত্ৰোপছাৰ সম্পন্ন হৈছে৷ এই চিকিৎসাৰ সমূহ দায়িত্ব বিচিচিআইয়ে বৰ্তমানলৈ গ্ৰহণ কৰিছে৷

ঋষভৰ পক্ষে এইবাৰ IPL খেলাও সম্ভৱ নহয়৷ দিল্লীৰ হৈ আইপিএলত অংশগ্ৰহণৰ বাবে চুক্তিবদ্ধ ঋষভে খেলত অংশ গ্ৰহণ কৰিব নোৱাৰিলেও লাভ কৰিব কেইবা কোটিও ধন৷ দিল্লী কেপিটেলঠে ঋষভক প্ৰদান কৰিব ১৬ কোটি টকা৷ ইয়াৰোপৰি বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ অনুসাৰে ঋষভে মাহিলি লাভ কৰিব ৫ কোটি টকা দৰমহা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী
ভাৰত

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

October 13, 2026
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!
অপৰাধ

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

October 13, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

October 13, 2026
Next Post
মৃত্যুৰ পাছতেই খ্ৰীষ্টিয়ান বৃদ্ধ হ’লগৈ হিন্দু ব্ৰাহ্মণ! নিমতলা শ্মশানত এটা মৃতদেহকে দুটা পৰম্পৰাৰে শেষকৃত কৰাৰ বাবে টনা-আজোৰা…

মৃত্যুৰ পাছতেই খ্ৰীষ্টিয়ান বৃদ্ধ হ’লগৈ হিন্দু ব্ৰাহ্মণ! নিমতলা শ্মশানত এটা মৃতদেহকে দুটা পৰম্পৰাৰে শেষকৃত কৰাৰ বাবে টনা-আজোৰা...

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.