• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যুৰ পাছতেই খ্ৰীষ্টিয়ান বৃদ্ধ হ’লগৈ হিন্দু ব্ৰাহ্মণ! নিমতলা শ্মশানত এটা মৃতদেহকে দুটা পৰম্পৰাৰে শেষকৃত কৰাৰ বাবে টনা-আজোৰা…

3 years ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

2 minutes ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

30 minutes ago
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

57 minutes ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

1 hour ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

2 hours ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

3 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

4 hours ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

5 hours ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

6 hours ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মৃত্যুৰ পাছতেই খ্ৰীষ্টিয়ান বৃদ্ধ হ’লগৈ হিন্দু ব্ৰাহ্মণ! নিমতলা শ্মশানত এটা মৃতদেহকে দুটা পৰম্পৰাৰে শেষকৃত কৰাৰ বাবে টনা-আজোৰা…

editor by editor
January 9, 2023
in অপৰাধ, ভাৰত
0
মৃত্যুৰ পাছতেই খ্ৰীষ্টিয়ান বৃদ্ধ হ’লগৈ হিন্দু ব্ৰাহ্মণ! নিমতলা শ্মশানত এটা মৃতদেহকে দুটা পৰম্পৰাৰে শেষকৃত কৰাৰ বাবে টনা-আজোৰা…
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পিতৃৰ মৃত্যু হৈছে৷ সন্তানে সৎকাৰৰ সকলো যাৱতীয় যোগাৰ কৰিছে৷ যো-জা চলি থাকোতেই সংঘটিত হ’ল আজৱ কাণ্ড৷ কফিনত ভৰাবলৈ পিতৃৰ মৃতদেহটো আনিবলৈ যাওঁতেই নিৰ্দিষ্ট স্থানত মৃতদেহটো নাপালে পূত্ৰই৷ ৯০ বছৰীয়া পি ক্ৰুপা ৰাওৰ মৃতদেহটো হঠাতেই হেৰাই যোৱাত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ কিন্তু হঠাৎ ক’ত হেৰাল বৃদ্ধৰ মৃতদেহ?

পৰিয়ালে দাঙি ধৰা মন্তব্যত উল্লেখ থকা মতে, ক্ৰুপা ৰাওৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হৈছিল৷ বৃদ্ধৰ তিনি পুত্ৰ কৰ্মসূত্ৰে বাহিৰত থাকে৷ সেয়ে মৃতদেহটো পুত্ৰ অহালৈকে মৃতদেহটো ভালধৰণ ৰাখিবৰ বাবে মৰ্গতেই ৰখাৰ ব্যৱস্থা কৰে পৰিয়ালৰ আনসকল লোকে৷ সোমবাৰে মৃতদেহটো কবৰ দিবলৈ শ্মশানৰ সৈতে যোগাযোগ কৰি শ্মশানলৈ দেহটো আনিবলৈ গৈয়েই তিনি পুত্ৰ সন্মুখীন হ’ল বিশেষ পৰিস্থিতিৰ৷ মৃতদেহটো মৰ্গৰ থোৱা স্থানত নাছিল৷ মৰ্গ কৰ্তৃপক্ষও ঘটনাটোত চিন্তিত হৈ পৰিল৷ ইপিনে পৰিয়ালৰ লোকে মৃতদেহটো নাপায় তাপসীয়া আৰক্ষী চকিত এজাহাৰ তৰে৷

আৰক্ষীয়েও গোচৰৰ ভিত্তিতেই তদন্ত কৰি অৱশেষত কলকাতাৰ নিম্নতলা শ্মশানৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো৷ কিন্তু কেনেকৈ মৰ্গৰ পৰা শ্মশানলৈ আহিল মৃতদেহটো? শ্মশানত মৃতদেহটো দাহ কৰাৰ বাবে যাৱতীয় কাৰ্যও সমাপন হৈছিল৷ মাত্ৰ ১০ মিনিট সময়ৰ দেৰী হ’লেই হয়তো বৃদ্ধৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নগ’ল হেতেন৷

উল্লেখ্য যে বৃদ্ধৰ মৃতদেহটো সাত্যকি ভট্টাচাৰ্যৰ মৃতদেহ বুলিয়েই নিম্নতলা শ্মশানলৈ লৈ যোৱা হৈছিল৷ তপসিয়া মৰ্গৰ দায়িত্বহীনতাৰ বাবেই বৃদ্ধৰ মৃতদেহটো নিম্নতলা শ্মশান পাইছিলগৈ বুলি অভিযোগ আনিছে বৃদ্ধগৰাকীৰ পৰিয়ালে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী
অসম

May 27, 2026
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

May 27, 2026
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

May 27, 2026
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

May 27, 2026
Next Post
কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

দেশলৈ আহি আছে অস্কাৰ…অস্কাৰৰ দৌৰত ‘দ্যা কাশ্মীৰ ফাইলছ’

দেশলৈ আহি আছে অস্কাৰ...অস্কাৰৰ দৌৰত ‘দ্যা কাশ্মীৰ ফাইলছ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন