• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশলৈ আহি আছে অস্কাৰ…অস্কাৰৰ দৌৰত ‘দ্যা কাশ্মীৰ ফাইলছ’

দেশলৈ আহি আছে অস্কাৰ…অস্কাৰৰ দৌৰত ‘দ্যা কাশ্মীৰ ফাইলছ’

3 years ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

53 minutes ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

2 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

3 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

15 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

15 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

15 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

16 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

17 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

19 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

19 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

20 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

দেশলৈ আহি আছে অস্কাৰ…অস্কাৰৰ দৌৰত ‘দ্যা কাশ্মীৰ ফাইলছ’

editor by editor
January 10, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
দেশলৈ আহি আছে অস্কাৰ…অস্কাৰৰ দৌৰত ‘দ্যা কাশ্মীৰ ফাইলছ’
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অস্কাৰৰ দৌৰত আগুৱাইছে ভাৰতীয় চিনেমা ‘দ্যা কাশ্মীৰ ফাইলছ’৷ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে দাবী কৰা মতে ২০২৩ চনৰ অস্কাৰৰ দৌৰত তেওঁৰ ছবি দ্যা কাশ্মীৰ ফাইলছ জিলিকি উঠিবই৷ পৰিচালক বিবেকে টুইট কৰা অনুযায়ী ‘দ্যা কাশ্মীৰ ফাইলছ’ একাডেমী এৱাৰ্ডত প্ৰথম স্থান দখল কৰিছেই৷ ভাৰতৰ পৰা বাছনি কৰা পাঁচখন ছবিৰ ভিতৰত আছে কাশ্মীৰ ফাইলছ৷

বিবেক অগ্নিহোত্ৰীয়ে টুইটতো কৰাৰ পাছতেই বহুতেই তেওঁক অভিনন্দনো জ্ঞাপন কৰিছে৷ ইপিনে অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত বিবেক অগ্নিহোত্ৰীয়ে কয় যে এয়া মাত্ৰ আৰম্ভনিহে৷ এতিয়াও বাকী আছে বহুবাট৷ আমাক আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন৷

উল্লেখ্য যে ১৯৯০ চনত কাশ্মীৰত কাশ্মীৰি পণ্ডিতসকলৰ দুৰ্দশাৰ কথাবোৰেই ছবিখনত প্ৰতিফলিত হৈছে৷ বিগত বৰ্ষৰ মাৰ্চ মাহত এই ছবিখনে মুক্তিলাভ কৰিছিল৷ অনুপম খেৰ, দৰ্শন কুমাৰ, মিঠুন চক্ৰবৰ্তী, পল্লবী যোশীকে ধৰি বহু জনপ্ৰিয় অভিনেতাই ছবিখনত অভিনয়ো কৰিছে৷ বহুসংখ্যকে ছবিখনক সমালোচনা কৰিলেও দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি বিজেপিৰ বহু নেতাই ছবিখনৰ প্ৰশংসা কৰাও দেখা গৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স
বিনোদন

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

July 10, 2026
আজিৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনে যাব?

July 10, 2026
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
Next Post
ভয়ংকৰ খাদ্য সংকট! এক কিলো আটাৰ দাম ১৬০ টকা…

ভয়ংকৰ খাদ্য সংকট! এক কিলো আটাৰ দাম ১৬০ টকা...

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.