অসম লাইভ২৪ঃ
মেষঃ ঘৰত আলহীৰ আগমন ঘটাত মন উৎফুল্লিত৷ ব্যৱসায়ত শুভ যদিও আৰ্থিকত মধ্যম৷ বিদ্যাত মধ্যম৷ প্ৰেমত শুভ৷ মানসিক স্থিৰতা থাকিব৷ শুভ সংখ্যা ১৷ শুভ ৰং সেউজীয়া৷
বৃষঃ গধুৰ কাম-কাজৰ পৰা বিৰত থকাই ভাল৷ দুৰ্ঘটনা আৰু ৰক্তপাত আদিৰ যোগ৷ বিদ্যাত ভালেই দেখা যাব৷ প্ৰেমত মধ্যম৷ দুৰ যাত্ৰা নকৰাই ভাল৷ শুভ সংখ্যা ৪৷ শুভ ৰং বগা৷
মিথুনঃ যোগ্যতা থকাৰ পাছতো যোগ্যজনে সন্মান নাপাব৷ দেহ আৰু মনৰ দুৰ্বলতা প্ৰকাশ পাব৷ চলা-ফুৰাত সতৰ্ক হওক৷ প্ৰেমত বিশেষ ভাল ফলাফল দেখা নাযাব৷ শৰীৰ মধ্যমীয়া৷ শুভ ৰং নীলা৷ শুভ সংখ্যা১৷
কৰ্কটঃ নতুন কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব৷ আকস্মিক দুৰ্ঘটনাৰ যোগ৷ প্ৰেমত শুভ৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৩৷
সিংহঃ যান বাহনৰ পৰা সতৰ্ক থাকিব৷ যাত্ৰাত বাধা৷ প্ৰেমত বাধা৷ বিদ্যাত মধ্যমীয়া৷ শৰীৰ মধ্যম৷ শুভ সংখ্যা ৫৷ শুভ ৰং নীলা৷
কন্যাঃ আৰ্থিক লেনদেন নকৰিব৷ বিদ্যাৰ্থীৰ শুভ৷ সংসাৰত জটিলতা আহিব পাৰে৷ দূৰ যাত্ৰা পৰাপক্ষত নকৰাই ভাল৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ১৷
তুলাঃ শাৰীৰিক দিশত মধ্যম৷ চাকৰিয়ালৰ শুভ৷ কথা-বতৰাত সাৱধানে থাকিব৷ দূৰ ভ্ৰমণ নকৰাই ভাল৷ প্ৰেমত শুভ৷ বিদ্যাত মন দিয়ক৷ শুভ ৰং কলা৷ শুভ সংখ্যা ১৷
বৃশ্চিকঃ শৰীৰৰ প্ৰতি সতৰ্ক থাকক৷ কৰ্মত বাধা৷ পাৰিবাৰিক অশান্তি৷ পুৰণি প্ৰেমে আমনি কৰিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৪৷
ধনুঃ পাৰিবাৰিক সমস্যাৰ কাৰণে কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত বাধা৷ শৰীৰত আঘাত পাব পাৰে৷ জুইৰ পৰা সতৰ্ক থাকক৷ বিদ্যাত ভালেই দেখা যায়৷ শুভ ৰং মটিয়া৷ শুভ সংখ্যা ৩৷
মকৰঃ বিবাহৰ যোগ৷ কৰ্মোন্নতি৷ ভ্ৰমণ কৰিব পাৰে৷ আৰ্থিক দিশত ভালেই দেখা যায়৷ শুভ ৰং ডাঠ নীলা৷ শুভ সংখ্যা ৬৷
কুম্ভঃ নতুন কৰ্মত হাত নিদিব৷ শৰীৰৰ নিম্নাংশত আঘাত পাব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷
মীনঃ বিদ্যাৰ্থীৰ শুভ৷ কৰ্মত উন্নতি৷ শৰীৰ ভালে নাযাব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ২৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ