অসম লাইভ২৪ঃ
সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা আৰক্ষীৰ পৰিয়ালৰ লোকক দিয়া হ’ব চৰকাৰী চাকৰি
২৫ জানুৱাৰীত ৩০০ লোকে পাব চৰকাৰী চাকৰি
অসম আৰক্ষীৰ ১১২ সেৱা আপগ্ৰেড কৰা হ’ব
FIR দিবলৈ থানালৈ যোৱাৰ প্ৰয়োজন নাই, শ্ৰীঘ্ৰেই অনলাইনতে দিব পাৰিব E-FIR
পুলিচ ভেৰিফিকেশ্ব্যনৰ কামো অনলাইনতে সম্পন্ন হ’ব
অসম আৰক্ষী আৰু ফৰেষ্ট বেটেলিয়ানত ৫০০০ নতুন নিযুক্তি
১০ মে’ৰ ভিতৰত সম্পূৰ্ণ হ’ব এই নিযুক্তি প্ৰক্ৰিয়া
বিগত বৰ্ষত সংঘটিত অপৰাধজনিত ঘটনাৰ ওপৰতো মুখ্যমন্ত্ৰীৰ আলোচনা
গুৱাহাটীৰ বিভিন্ন প্ৰান্তত লগোৱা হ’ব চিচিটিভি
গুৱাহাটীত ফ্লেট নিৰ্মাণ কৰিলে চিচিটিভি লগোৱাটো বাধ্যতামূলক
লৰা-ছোৱালী বিদেশত থাকি পিতৃ-মাতৃ গুৱাহাটীত থাকিলে চিচিটিভি লগোৱাটো বাধ্যতামূলক
পতি-পত্নী চাকৰিয়াল হ’লে আৰু সন্তানক যদি ঘৰত ৰখা হয় প্ৰয়োজন হ’ব চিচিটিভি
৫ জনতকৈ অধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠানত চিচিটিভি বাধ্যতামূলক
৩০ দিনৰ বাবে চিচিটিভিৰ ষ্টৰেজ থাকিব লাগিব
আৰক্ষীয়েও গুৱাহাটীৰ বিভিন্ন প্ৰান্তত নতুনকৈ সংযোগ কৰিব চিচিটিভি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ