• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ খাদ্য সংকট! এক কিলো আটাৰ দাম ১৬০ টকা…

ভয়ংকৰ খাদ্য সংকট! এক কিলো আটাৰ দাম ১৬০ টকা…

4 years ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

21 minutes ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

38 minutes ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

57 minutes ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

1 hour ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

2 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

2 hours ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

4 hours ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

4 hours ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

4 hours ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

5 hours ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

6 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

ভয়ংকৰ খাদ্য সংকট! এক কিলো আটাৰ দাম ১৬০ টকা…

editor by editor
January 10, 2023
in খাদ্য, জীৱনশৈলী, বিশ্ব
0
ভয়ংকৰ খাদ্য সংকট! এক কিলো আটাৰ দাম ১৬০ টকা…
0
SHARES
558
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাকিস্তানত খাদ্য সামগ্ৰীৰ ভয়ংকৰ নাটনি৷ এক প্ৰকাৰ শ্ৰীলংকাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে দেশখনত৷ খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পাকিস্তানৰ জনতাই৷ এটা আটাৰ বস্তাৰ বাবে মাৰপিট গ্ৰাহকৰ৷ দেশখনৰ বিভিন্ন প্ৰান্তত দেখা দিছে ঘেঁহুৰ নাটনিয়ে৷ আকাশলংঘী হৈছে আটাৰ দাম৷ আটাৰ ব্যাপক নাটনি দেখা গৈছে দেশখনত৷

কাৰাচীত প্ৰতি কেজি আটাৰ মূল্য হৈছেগৈ ১৬০ টকা৷ ইছলামাবাদ, পেছুৱাৰা আদিতো দেখা গৈছে আটাৰ নাটনি৷ ১০ কেজি এটা আটাৰ বেগৰ দাম হৈছেগৈ ১৫০০ টকা৷ খাদ্যৰ আকাশলংঘী মূল্যৰ বাবে বিপদত পৰিছে পাকিস্তানৰ শ্বাহ্বাজ শ্বৰিফ চৰকাৰ৷

ৰাছিয়াৰ সহায় বিচাৰিবলগীয়া হৈছে পাকিস্তানে৷ পাকিস্তানৰ কেইটামান দৃশ্যই ফুটাই তুলিছে দেশখনত কিমান নাটনি হৈছে খাদ্যসামগ্ৰীৰ৷ এটা আটাৰ বস্তাৰ বাবে টনা-আঁজোৰা একাংশৰ৷ আটা বস্তাটোৰ বাবে হতাহতিত লিপ্ত হৈছে লোকসকল৷ বেলুচিস্তানত অধিক ভয়াৱহ হৈছে খাদ্য সংকট৷ আটা বিতৰণ কৰিবলৈ যোৱা বাহনৰ সমীপত দেখা গৈছে বিশৃংখল দৃশ্য৷ আটা ভৰ্তি বাহনক এছকৰ্ট প্ৰদানৰ বাবে নিয়োগ কৰিব লগা হৈছে সশস্ত্ৰ বাহিনী৷ ভাইৰেল হোৱা পাকিস্তানৰ এই দৃশ্য বিশ্বজুৰি সৃষ্টি হৈছে ব্যাপক চৰ্চা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ
ভাৰত

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

September 16, 2026
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক
জীৱনশৈলী

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

September 16, 2026
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড
বিশ্ব

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

September 16, 2026
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?
জীৱনশৈলী

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

September 16, 2026
Next Post
কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

জম্মু-কাশ্মীৰত ৩ গৰাকী সেনা জোৱানৰ মৃত্যু, কি হৈছিল জম্মু-কাশ্মীৰত?

জম্মু-কাশ্মীৰত ৩ গৰাকী সেনা জোৱানৰ মৃত্যু, কি হৈছিল জম্মু-কাশ্মীৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.