• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

4 years ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

11 minutes ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

24 minutes ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

58 minutes ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

2 hours ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

3 hours ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

3 hours ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

4 hours ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

4 hours ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

5 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

6 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

6 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

editor by editor
January 10, 2023
in অসম, গুৱাহাটী, জীৱনশৈলী, ভাৰত
0
কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?
0
SHARES
322
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
মেষঃ নিজৰ ভুলৰ কাৰণে বহু সুযোগ হাতৰ পৰা গুচি যাব৷ শনি মঙলৰ কাৰণে দাম্পত্য জীৱনত অশান্তি হ’ব পাৰে৷ শিল্প জগতৰ লোকৰ ভাল৷ স্বাস্থ্য মজলীয়া৷ অশ্বিনী নক্ষত্ৰৰ জাতকে কেতুক উদ্দেশ্যি ক’লা তিল দান দিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷
বৃষঃ ব্যৱসায়ত নতুন যোগ৷ আৰ্থিক লেন-দেনত সতৰ্ক হওক৷ বিদ্যাত ভাল৷ প্ৰতিযোগিতামূলক পৰীক্ষাত বৰ ভাল দেখা নাযাব৷ দিনটোত মনৰ কোনো ইচ্ছা পূৰ্ণ হোৱাৰ আশা আছে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷
মিথুনঃ স্বাস্থ্য ভাল৷ ভাগ্য উন্নতিৰ কাৰণে সুযোগ পালেও আন্তৰিক প্ৰচেষ্টাও লাগিব৷ দাম্পত্যত শুভ৷ আৰ্থিকত শুভ৷ পিতৃ-মাতৃৰ স্বাস্থ্য বৰ ভাল নাযাব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৮৷
কৰ্কটঃ উচ্চশিক্ষাত ভাল৷ ব্যৱসায় বাণিজ্যত ভাল৷ নিবনুৱাৰ মনত আশাৰ সঞ্চাৰ হ’ব৷ বন্ধুৰ সৈতে সম্পৰ্কৰ অৱনতি৷ দাম্পত্যত মধ্যম৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
সিংহঃ ৰাজনীতিত অশুভ৷ ভ্ৰমণৰ যোগ৷ ধাৰলৈ দিয়া ধন ঘূৰাই পাব পাৰে৷ বিদ্যাৰ্থীৰ শুভ৷ চাকৰিয়ালৰ কিছু লেঠা থাকিব৷ প্ৰেমত শুভ৷ বিয়াবাৰুৰ চিন্তা-ভাৱনা কৰিব পাৰে৷ দাম্পত্যত অশুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯৷
কন্যাঃ ঘৰুৱাত ভাল দেখা নাযায়৷ গুৰুজনৰ লগত তৰ্ক বিবাদত লিপ্ত হৈ পৰিব পাৰে৷ কৰ্মপ্ৰাপ্তিৰ যোগ৷ বিদ্যাত শুভ৷ সমাজকৰ্মীৰ দক্ষতা বৃদ্ধি৷ আৰ্থিকত মজলীয়া৷ দাম্পত্যত মধ্যম৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
তুলাঃ যাত্ৰাত শুভ৷ শিল্পীসকলে সুযোগ লাভ কৰিব পাৰে৷ আৰ্থিক দিশত উন্নতি৷ দৈহিক দিশত নজৰ ৰাখক৷ দাম্পত্যত মধ্যম৷ সন্তানৰ সাফল্যৰ যোগ৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫৷
বৃশ্চিকঃ কৰ্মত অশুভ৷ স্বাস্থ্যৰ অৱনতি৷ ধন আৰু প্ৰেমত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷
ধনুঃ আৰ্থিকত মোটামোটি ভালেই দেখা যায়৷ ব্যৱসায়ত মন দিয়াৰ লগতে আৰ্থিক দিশতো নজৰ ৰাখক৷ ঘৰুৱা সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালদৰে চিন্তা-ভাৱনা কৰিব৷ ভ্ৰমণত অশুভ৷ শুভ সংখ্যা ১৷ শুভ ৰং নীলা৷
মকৰঃ ধনত ভাল৷ যান-বাহন ক্ৰয় কৰাৰ যোগ৷ দাম্পত্যত ভাল দেখা নাযায়৷ বন্ধু বৰ্গৰ আন্তৰিকতা বৃদ্ধি৷ স্বাস্থ্যৰ উন্নতি৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৪৷
কুম্ভঃ সন্তানৰ শুভ৷ কৰ্মব্যস্ততা বৃদ্ধি৷ ঘৰুৱাত ভাল৷ চাকৰিয়ালৰ মধ্যমীয়া৷ ব্যৱসায়ত ভাল৷ প্ৰেমত প্ৰতাৰিত হ’ব পাৰে৷ শৰীৰ ভালে নাযাব৷ বিদ্যাত ভাল দেখা নাযায়৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷
মীনঃ বাৱসায় বাণিজ্যত ভালেই দেখা যায়৷ বুদ্ধিজীৱীৰ সুখ্যাতি৷ ধনত মজলীয়া আৰু খৰচৰ মাত্ৰাও বৃদ্ধি পাব৷ সন্তানক লৈ চিন্তা বৃদ্ধি৷ ভ্ৰমণত অশুভ৷ বিদ্যাৰ্থীৰ যত্নৰ দৰকাৰ৷ প্ৰেমত ভালেই ক’ব পাৰি৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৬৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম
বিনোদন

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

September 16, 2026
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ
ভাৰত

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

September 16, 2026
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ
নিয়োগ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

September 16, 2026
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?
অসম

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

September 16, 2026
Next Post
দেশলৈ আহি আছে অস্কাৰ…অস্কাৰৰ দৌৰত ‘দ্যা কাশ্মীৰ ফাইলছ’

দেশলৈ আহি আছে অস্কাৰ...অস্কাৰৰ দৌৰত ‘দ্যা কাশ্মীৰ ফাইলছ’

ভয়ংকৰ খাদ্য সংকট! এক কিলো আটাৰ দাম ১৬০ টকা…

ভয়ংকৰ খাদ্য সংকট! এক কিলো আটাৰ দাম ১৬০ টকা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.