• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাস্পতালত মাত্ৰ দুসপ্তাহ! কেতিয়াৰে পৰা অনুশীলত নামিব ঋষভ পণ্ট জনালে ঘনিষ্ঠ মহলে…

হাস্পতালত মাত্ৰ দুসপ্তাহ! কেতিয়াৰে পৰা অনুশীলত নামিব ঋষভ পণ্ট জনালে ঘনিষ্ঠ মহলে…

3 years ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

10 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

11 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

12 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

14 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

14 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

15 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

16 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

16 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

17 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

17 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, January 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

হাস্পতালত মাত্ৰ দুসপ্তাহ! কেতিয়াৰে পৰা অনুশীলত নামিব ঋষভ পণ্ট জনালে ঘনিষ্ঠ মহলে…

editor by editor
January 20, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
হাস্পতালত মাত্ৰ দুসপ্তাহ! কেতিয়াৰে পৰা অনুশীলত নামিব ঋষভ পণ্ট জনালে ঘনিষ্ঠ মহলে…
0
SHARES
8.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ঋষভ পণ্টৰ স্বাস্থ্য এতিয়া কেনে আছে? ঋষভে দুদিন পূৰ্বে দিয়া এটা টুইট এতিয়া দেশজুৰি ভাইৰেল৷ ঋষভে তেওঁৰ স্বাস্থ্যসম্পৰ্কীয় কথাকেই টুইটৰ জৰিয়তে দাঙি ধৰিছে৷ পণ্টে টুইটত উল্লেখ কৰা অনুযায়ী তেওঁৰ ভৰিৰ যি চাৰ্জাৰী হৈছিল সেয়া সফল হৈছে৷ শৰীৰ বৰ্তমান পূৰ্বতকৈ সুস্থ৷ লগতে দুৰ্ঘটনাৰ পাছত যিসকল লোকে তেওঁক সহায় সহযোগিতা আগবঢ়াইছে সকলোকে ধন্যবাদো জ্ঞাপন কৰিছে ভাৰতীয় দলৰ ক্ৰিকেটাৰগৰাকীয়ে৷

ঋষভৰ এই টুইটৰ পাছতেই আন এটা বিশেষ আপডেটো অহিছে, যি ভাৰতীয় ক্ৰিকেট দলটোৰ লগতে ঋষভৰ বাবেও এটা ভাল খবৰ৷ আৰু ২ সপ্তাহৰ পাছতেই ঋষভ সম্পূৰ্ণ সুস্থ হৈ উঠিব বুলি চিকিৎকে প্ৰতিবেদনত প্ৰকাশ কৰিছে৷ বৰ্তমান ঋষভ মুম্বাইৰ কোকিলাবেন হাস্পতালত চিকিৎসাধীন হৈ আছে৷ আঁঠুৰ লিগামেণ্টৰ জোৰাও প্ৰায় লাগিছে বুলি চিকিৎসকে তেওঁলোকৰ প্ৰতিবেদনত উল্লেখ কৰিছে৷ অচিৰেই ঋষভক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ব বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে৷ ভাৰতৰ এখন আগশাৰীৰ সংবাদপত্ৰত উল্লেখ থকামতে আৰু ২সপ্তাহৰ পাছতেই ঋষভক ঘৰলৈ যাবলৈ দিয়া হ’ব৷

এই সময়ত বহুতেই জানিবলৈ আগ্ৰহী হৈ উঠিছে যে কেতিয়া আকৌ ফিল্ডত দেখা যাব ঋষভক? এক সূত্ৰই প্ৰকাশ কৰামতে দুমাহ পাছতেই অনুশীলনত নামিব পাৰিব ঋষভ৷ ২০২৩ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বন্দে বিশ্বকাপো হয়তো খেলিব ঋষভে৷ এই বৰ্ষৰে অক্টোবৰ নাইবা নৱেম্বৰত বন্দে বিশ্বকাপ অনুষ্ঠিত হ’ব৷ চিকিৎসকৰ এক সূত্ৰই প্ৰকাশ কৰামতে ঋষভ সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ কমেও ৬ মাহ সময় লাগিবই৷ তাৰ পাছত তেওঁ পূৰ্বৰ দৰেই ফিল্ডত নামিব পাৰিব৷ চিকিৎসকে প্ৰতিসময়তে তেওঁৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব বুলিও চিকিৎসকমহলে প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ
জীৱনশৈলী

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

January 17, 2026
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

January 17, 2026
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ
জীৱনশৈলী

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

January 17, 2026
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
Next Post
ধনৰ সুখে সুখী কৰিব নোৱাৰিলে কন্যাক! কোটিপতি হীৰা ব্যৱসায়ীৰ কন্যা সন্ন্যাসী হোৱাৰ আঁৰৰ কাৰণ কি?

ধনৰ সুখে সুখী কৰিব নোৱাৰিলে কন্যাক! কোটিপতি হীৰা ব্যৱসায়ীৰ কন্যা সন্ন্যাসী হোৱাৰ আঁৰৰ কাৰণ কি?

সুৰাপায়ীলৈ ভালখৱৰ! মুখ্যমন্ত্ৰীয়ে কৈছে মুকলিকৈ খাব পাৰিব সাজ, ৰহি…

সুৰাপায়ীলৈ ভালখৱৰ! মুখ্যমন্ত্ৰীয়ে কৈছে মুকলিকৈ খাব পাৰিব সাজ, ৰহি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.