• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনৰ শেষৰখন টুৰ্নামেণ্ট খেলিলে ছানিয়া মিৰ্জাই! বিদায়বেলাত জাতীয় পতাকাক অৱমাননাকে ধৰি ছানিয়াৰ জীৱনৰ ৬ টা ডাঙৰ বিতৰ্কৰ চৰ্চা…

জীৱনৰ শেষৰখন টুৰ্নামেণ্ট খেলিলে ছানিয়া মিৰ্জাই! বিদায়বেলাত জাতীয় পতাকাক অৱমাননাকে ধৰি ছানিয়াৰ জীৱনৰ ৬ টা ডাঙৰ বিতৰ্কৰ চৰ্চা…

4 years ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

22 minutes ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

39 minutes ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

1 hour ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

2 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

2 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

3 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

5 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

6 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

6 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

জীৱনৰ শেষৰখন টুৰ্নামেণ্ট খেলিলে ছানিয়া মিৰ্জাই! বিদায়বেলাত জাতীয় পতাকাক অৱমাননাকে ধৰি ছানিয়াৰ জীৱনৰ ৬ টা ডাঙৰ বিতৰ্কৰ চৰ্চা…

editor by editor
January 27, 2023
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
জীৱনৰ শেষৰখন টুৰ্নামেণ্ট খেলিলে ছানিয়া মিৰ্জাই! বিদায়বেলাত জাতীয় পতাকাক অৱমাননাকে ধৰি ছানিয়াৰ জীৱনৰ ৬ টা ডাঙৰ বিতৰ্কৰ চৰ্চা…
0
SHARES
13.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই টেনিছৰ পৰা অৱসৰ গ্ৰহণৰ সিদ্ধান্ত ল’লে। ৩৬ বছৰীয়া ছানিয়াই শুকুৰবাৰে খেলিলে জীৱনৰ অন্তিম খন খেল। ডুবাইত আয়োজিত টুৰ্ণামেণ্টত শেষবাৰৰ দেখা গ’ল টেনিছ তাৰকা ছানিয়া মিৰ্জাক। ছানিয়া মিৰ্জাই টেনিছৰ জৰিয়তেই ভাৰতৰ বহুকেইটা উল্লেখনীয় সন্মানো লাভ কৰিছে। ছানিয়া মিৰ্জাই অৰ্জুন বঁটা, পদ্মশ্ৰী বঁটা, পদ্মভূষণৰ দৰে কেইবাটাও আগশাৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এগৰাকী টেনিছ তাৰকা হিচাপে তেওঁৰ কেৰিয়াৰত বহুকেইটা বিতৰ্কই লেখত ল’বলগীয়া। বিদায়ীবেলাত ছানিয়া মিৰ্জাৰ পাঁচটা ডাঙৰ বিতৰ্ক পোনৰ পোহৰলৈ আহিছে।

ছানিয়াৰ বিৰুদ্ধে জাৰি কৰা হৈছিল ফতোৱা

২০০৫ চনৰ ৮ ডিচেম্বৰত ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ বিৰুদ্ধে ফতোৱা জাৰি কৰা হৈছিল। কিন্তু কিয় ফতোৱা জাৰি কৰা হৈছিল ছানিয়াৰ বিৰুদ্ধে? ফতোৱা জাৰি কৰাৰ কাৰণ আছিল মিনি স্কাৰ্ট পৰিধান। ১০ বছৰ পূৰ্বেই জাৰি কৰা ফতোৱাত ইছলামিক আইন অনুসৰি এগৰাকী মুছলমান যুৱতী হৈ এনেদৰে মিনি স্কাৰ্ট পিন্ধাটো অপৰাধ। সেইসময়ত স্কাৰ্টক লৈ সমালোচনাৰ সন্মুখীন হৈছিল ছানিয়া। তেওঁৰ পোছাকক লৈ ফতোৱা জাৰি কৰিছিল এগৰাকী ভাৰতীয় মুছলমান ধৰ্মগুৰুৱে।

মছজিদত ছানিয়া মিৰ্জা
২০০৭ চনত আকৌ বিতৰ্কৰ সন্মুখীন হৈছিল ছানিয়া। সংখ্যালঘূ উন্নয়ন বিভাগে ছানিয়া মিৰ্জাৰ বিৰুদ্ধে আনিছিল মাৰাত্মক অভিযোগ। তেওঁ মছজিদত প্ৰৱেশ কৰিয়েই কেমেৰাৰে শ্বুটিঙ কৰিবলৈ আৰম্ভ কৰিছিল। এইদৰে ভিজুৱেল লোৱাৰ ক্ষুদ্ধ হৈছিল স্থানীয় ৰাইজ। তেওঁলোকে ছানিয়া মিৰ্জাক মছজিদত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে ধৰ্মীয় আৱেগত আঘাত হনাৰ বাবে অপৰাধী গণ্য কৰিছিল।

জাতীয় পতাকাক অৱমাননা কৰিছিল ছানিয়াই
২০০৮ চনত ছানিয়া মিৰ্জাৰ বিৰুদ্ধে ভাৰতৰ জাতীয় পতাকাক অৱমাননা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। জাতীয় পতাকাৰ ওচৰত এখন টেবুলত ভৰি তুলি বহিছিল ছানিয়া। এই ছবি ভাইৰেল হৈ পৰাৰ পাছতেই প্ৰকাশ সিং ঠাকুৰ নামৰ এজন ব্যক্তিয়ে ছানিয়াৰ বিৰুদ্ধে জাতীয় পতাকা অৱমাননাৰ অভিযোগ আনিছিল। অৱশ্যে পৰবৰ্তীসময়ত এই ভাইৰেল ছবিখন এখন নকল ছবি বুলি প্ৰমাণিত হয়।

এংগেজমেণ্টৰ পাছতেই হৈছিল ডিভোৰ্ছ
ছানিয়াই তেওঁৰ সৰুকালৰ বন্ধু শোহৰাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। ২০০৯ চনত হায়দৰাবাদত দুয়োৰে এংগেজমেণ্টো সম্পন্ন হৈছিল। কিন্তু তাৰ কিছুমাহ পাছতেই দুজনৰ মাজত পাৰিবাৰিক বিবাদ হয়। শেষত দুয়োৱে বিচ্ছেদৰ সিদ্ধান্ত লয়।

পাকিস্তানী ক্ৰিকেটাৰ ছোয়েব মালিকৰ সৈতে ডিভোৰ্ছ!
ছানিয়া মিৰ্জাৰ জীৱনৰ সকলোতকৈ ডাঙৰ বিতৰ্ক হৈছে তেওঁৰ বিবাহ বিচ্ছেদৰ প্ৰসংগ। ২০১২ চনত পাকিস্তানী ক্ৰিকেটাৰ ছোয়েব মালিকৰ সৈতে বিবাহৰ সম্পৰ্কত বান্ধ খাইছিল ছানিয়া। তেওঁলোকৰ বিবাহক লৈয়ো আৰম্ভ হৈছিল চৰ্চাও। দেশপ্ৰেমক লৈয়ো সমালোচনাৰ সন্মুখীন হৈছিল ছানিয়া। তাৰপাছতেই বিবাহৰ প্ৰায় ১০ বছৰ পাছত দুয়োৰে মাজত বিচ্ছেদ হোৱা বুলি বহুসংখ্যকেই চলাইছিল প্ৰচাৰ। অৱশ্যে দুয়োৰে মাজত বিচ্ছেদ হৈছেনে সেই কথা বৰ্তমানো জানিব পৰা হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়
জীৱনশৈলী

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

August 21, 2026
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!
জীৱনশৈলী

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

August 21, 2026
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’
বিনোদন

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

August 21, 2026
Next Post
আৰম্ভণিতেই শেষ হ’ল যাত্ৰা… CR7 ক বিদায় দিয়াৰ সিদ্ধান্ত আল নাছেৰ!

আৰম্ভণিতেই শেষ হ’ল যাত্ৰা... CR7 ক বিদায় দিয়াৰ সিদ্ধান্ত আল নাছেৰ!

ৰাহুল গান্ধীৰ ভৱিষ্যতবাণী সত্য প্ৰমাণিত! দুটা দিনত আদানীয়ে হেৰুৱালে প্ৰায় ৪ লাখ কোটি

ৰাহুল গান্ধীৰ ভৱিষ্যতবাণী সত্য প্ৰমাণিত! দুটা দিনত আদানীয়ে হেৰুৱালে প্ৰায় ৪ লাখ কোটি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.