• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবিচিৰ তথ্যচিত্ৰই প্ৰথম নহয়! ইয়াৰ পূৰ্বেও বহুকেইখন তথ্যচিত্ৰ ৰোষত পৰিছে চৰকাৰৰ…

বিবিচিৰ তথ্যচিত্ৰই প্ৰথম নহয়! ইয়াৰ পূৰ্বেও বহুকেইখন তথ্যচিত্ৰ ৰোষত পৰিছে চৰকাৰৰ…

4 years ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

29 minutes ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

46 minutes ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

1 hour ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

2 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

2 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

3 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

5 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

6 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

6 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বিবিচিৰ তথ্যচিত্ৰই প্ৰথম নহয়! ইয়াৰ পূৰ্বেও বহুকেইখন তথ্যচিত্ৰ ৰোষত পৰিছে চৰকাৰৰ…

editor by editor
January 28, 2023
in চিনেমা, বিনোদন, বিশ্ব, ভাৰত, ৰাজনীতি
0
বিবিচিৰ তথ্যচিত্ৰই প্ৰথম নহয়! ইয়াৰ পূৰ্বেও বহুকেইখন তথ্যচিত্ৰ ৰোষত পৰিছে চৰকাৰৰ…
0
SHARES
261
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিবিচিৰ তথ্যচিত্ৰ ,‘দ্যা মোদী কোৱেশ্বন’ কৈ দেশজুৰি সৃষ্টি হৈছে আলোড়নৰ৷ ব্ৰিটেইনৰ সংবাদমাধ্যতে এই বিতৰ্কিত তথ্যচিত্ৰ যাতে কোনোকাৰণতে সাধাৰণ মানুহৰ কাষ নাপায়গৈ তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰোপকাৰেই চেষ্টা কৰিছে৷ কিন্তু এয়াই প্ৰথম নহয়৷ ইয়াৰ পূৰ্বেও বহুকেইখন এনে ডকুমেণ্টৰী প্ৰকাশ হৈছে৷ যি সমূহ ডকুমেণ্টৰীয়ে মুক্তিৰ লগে লগেই সোমাই পৰিছিল বিতৰ্কত৷ এনে ৫ টা ডকুমেণ্টৰীৰ ভিতৰত শীৰ্ষতেই আছে-

ফাইনেল চল্যুছনঃ বিবিচিৰ ‘দ্যা মোদী কোৱেশ্বন’ ৰ পূৰ্বে গুজৰাটৰ দাঙ্গাক লৈ এখন ডকুমেণ্টৰী তৈয়াৰ কৰিছিল ৰাকেশ শৰ্মাই৷ নাম দিছিল ফাইনেল চল্যুছন৷ সেই তথ্যচিত্ৰত গুজৰাটৰ দাঙ্গা বিজেপিৰ পৰিকল্পিত ষড়যন্ত্ৰৰ ফচল বুলি দেখুওৱা হৈছিল৷ ছবিখন তৎকালীনভাৱে চেঞ্চৰ বৰ্ড প্ৰধান অনুপম খেৰে সেই সময়তেই নিষিদ্ধ কৰে৷ বিষয়টোক লৈ বিতৰ্কও আৰম্ভ হৈছিল৷ ২০০৪ চনত দেশত কংগ্ৰেছ চৰকাৰ অহাৰ পাছত এই ডকুমেণ্টৰী দেখুৱাবৰ বাবে অনুমতি প্ৰদান কৰে৷

ইণ্ডিয়াছ ডটাৰঃ বিবিচিয়ে নিৰ্মাণ কৰা আন এখন বিতৰ্কিত ডকুমেণ্টৰী হৈছে ইণ্ডিয়াছ ডটাৰ৷ এই ডকুমেণ্টৰীয়েও আলোড়ন তুলিছিল দেশত৷ ২০১২ চনত সংঘঠিত নিৰ্ভয়া হত্যাকাণ্ডৰ ওপৰতেই এই ছবি নিৰ্মাণ কৰিছিল বিবিচিয়ে৷ ২০১৫ চনত এই ডকু ফিচাৰ বন্ধৰ নিৰ্দেশ দিয়ে কেন্দ্ৰই৷ এই চিৰিজত দিল্লী আৰক্ষীক ভুলভাৱে উপস্থাপন কৰাৰো অভিযোগ উত্থাপিত হৈছিল৷ এই সন্দৰ্ভত বিবিচিৰ এই চিৰিজখন বন্ধ কৰাৰ বাবে দিল্লী আৰক্ষীয়ে নিজাববীয়াকৈয়ে গোচৰ ৰুজু কৰিছিল আদালতত৷ বিষয়টো সংসদৰ মজিয়াও পাইছিলগৈ৷ সেই সময়ৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ভেংকায়া নাইডুৱে বাঢ়ি যোৱা বিতৰ্কলৈ লক্ষ্য ৰাখি এই তথ্যচিত্ৰ বন্ধৰ নিৰ্দেশ দিয়ে৷ লগতে তেওঁ এই তথ্যচিত্ৰক ভাৰতক বদনাম কৰাৰ এক ষড়যন্ত্ৰ বুলি উল্লেখ কৰে৷

ৰাম কে নামঃ ভাৰতৰ ইতিহাসত সকলোতকৈ বিতৰ্কিত চিৰিজসমূহৰ ভিতৰত এখন হৈছে ‘ৰাম কে নাম’ নামৰ তথ্যচিত্ৰখন৷ আনন্দ পৰ্টবৰ্ধনে এই ডকু ফিচাৰ নিৰ্মাণ কৰিছিল ১৯৯২ চনতেই৷ তেওঁ তথ্যচিত্ৰত বিশ্ব হিন্দু পৰিষদে অযোধ্যাৰ বাবৰি মছজিদ ভাঙি ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি দেখুওৱা হৈছে৷ ধৰ্মীয় উচটনি দিয়াৰ অভিযোগতেই এই তথ্যচিত্ৰ চৰকাৰে নিষিদ্ধ কৰে৷

ইনছাল্লাহ ফুটবলঃ কাশ্মীৰৰ এজন যুৱকে গৈ ব্ৰাজিলত ফুটবল খেলিব বিচাৰিছিল৷ কিন্তু তেওঁক পাছপৰ্ট দিয়া নহ’ল৷ এই পটভূমিক লৈয়েই তথ্যচিত্ৰ ইনছাল্লাহ ফুটবল নিৰ্মাণ কৰা হৈছিল৷ ২০১০ ত এই ডকুমেণ্টৰীখনে ভাল ছবিৰ চাৰ্টিফিকেট পালেও কিছুদিন পাছতেই ইয়াক নিষিদ্ধ বুলি ঘোষণা কৰে৷ কোৱা হয় যে এই ছবিত ভাৰতীয় সেনাক ভিলেইন সজোৱা হৈছে৷ অশ্বিন কুমাৰ নামৰ পৰিচালকজনে তাৰপাছতেই আৰু এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে৷ সেই ছবিখন পাছত ইনছাল্লাহ কাশ্মীৰ নামেৰে অনলাইনত মুক্তিলাভ কৰে৷

কলকাতা ফেণ্টম ইণ্ডিয়াঃ ভাৰতৰ বিভিন্ন বিতৰ্কিত বিষয়ক দাঙি ধৰাটোৱেই যেন বিবিচিৰ প্ৰধান কাম৷ ১৯৭০ চনতেই বিবিচিয়ে নিৰ্মাণ কৰিছিল বিতৰ্কিত তথ্যচিত্ৰ কলকাতা ফেণ্টম ইণ্ডিয়া৷ য’ত ভাৰতীয় লোকৰ দৈনন্দিন জীৱন যাত্ৰাক দেখুওৱা হৈছিল৷ ভাৰত চৰকাৰৰ অভিযোগ অনুসৰি এইখন চিৰিজত ভাৰতক নিন্দনীয়ভাৱে দেখুওৱা হৈছে৷ এই তথ্যচিত্ৰৰ বাবেই বিবিচিক দুবছৰৰ বাবে নিষিদ্ধও কৰা হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়
জীৱনশৈলী

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

August 21, 2026
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!
জীৱনশৈলী

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

August 21, 2026
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’
বিনোদন

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

August 21, 2026
Next Post
মৃত্যুৰ পাছত স্মৃতিসৌধ নালাগে…পদ্মশ্ৰীপ্ৰাপ্ত যোধাবাইক লাগে এটা মাত্ৰ চৰকাৰী ঘৰ

মৃত্যুৰ পাছত স্মৃতিসৌধ নালাগে...পদ্মশ্ৰীপ্ৰাপ্ত যোধাবাইক লাগে এটা মাত্ৰ চৰকাৰী ঘৰ

অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকাই…

অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.