অসম লাইভ২৪ঃ
মুখ্যমন্ত্ৰীৰ কথামতেই আইন নচলে৷
বাল্য বিবাহত POCSO আইন লগাবলৈ আপোনালোক কোন বুলি প্ৰশ্ন অধিবক্তাৰ৷
শদিয়াৰ পৰা ধুবুৰীলৈ যিমান ভুক্তভোগী আছে সকলোৱে কেছ দিবলৈ আহ্বান অধিবক্তাৰ৷
গোচৰ প্ৰমাণ নোহোৱালৈকে সকলোকে মানহানি গোচৰ তৰিবলৈ আহ্বান অধিবক্তাৰ৷
জনসাধাৰণে গোচৰ তৰিলে আৰক্ষীয়ে ঘৰ-মাটি বেচি হ’লেও পইচা দিব লাগিব৷
সকলোকে ক্ৰছ কেচ দিবলৈ আহ্বান অধিবক্তা জমচেৰ তালুকদাৰৰ৷
এটা সম্প্ৰদায়ক টাৰ্গেট কৰি ৰাজনীতি নকৰিবলৈকো আহ্বান অধিবক্তাৰ৷
বাল্য বিবাহ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়েও গৰিহণা দিছে ৰাজ্য চৰকাৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ