• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আইপিলএল পূৰ্বেই বৃহৎ ধাক্কা! আঘাতৰ বাবে আইপিএলৰ পৰা ছিটিকি গ’ল ১০ কোটিৰ ভাৰতীয় বলাৰ

আইপিলএল পূৰ্বেই বৃহৎ ধাক্কা! আঘাতৰ বাবে আইপিএলৰ পৰা ছিটিকি গ’ল ১০ কোটিৰ ভাৰতীয় বলাৰ

3 years ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

24 minutes ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

40 minutes ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

1 hour ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

2 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

3 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

4 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

5 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

6 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

7 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

15 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আইপিলএল পূৰ্বেই বৃহৎ ধাক্কা! আঘাতৰ বাবে আইপিএলৰ পৰা ছিটিকি গ’ল ১০ কোটিৰ ভাৰতীয় বলাৰ

editor by editor
February 17, 2023
in ক্ৰীড়া, ভাৰত
0
আইপিলএল পূৰ্বেই বৃহৎ ধাক্কা! আঘাতৰ বাবে আইপিএলৰ পৰা ছিটিকি গ’ল ১০ কোটিৰ ভাৰতীয় বলাৰ
0
SHARES
21.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আইপিএল আৰম্ভ হোৱাৰ আগতেই বৃহৎ প্ৰত্যাহ্বান ৰাজস্থান ৰয়েলছলৈ। আঘাতৰ বাবেই আইপিএলত ভাগ ল’ব নোৱাৰে বলাৰ প্ৰসিদ্ধ কৃষ্ণই। নিজেই টুইটযোগে এই কথা প্ৰকাশ কৰিছে ৰাজস্থান ৰয়েলছৰ লেখত ল’বলগীয়া খেলুৱৈজনে। বৃহস্পতিবাৰে টুইটযোগে ক্ৰিকেটাৰ প্ৰসিদ্ধই লিখিছে, ‘আঘাতৰ বাবে অনুশীলনত ভাগ ল’ব পৰা নাই। তাৰবাবে মানসিক অশান্তিত ভূগিছো। আশা কৰিছো সোনকালেও অনুশীলনলৈ যাতে উভতি যাব পাৰো।’

বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহতেই পিঠিত আঘাত পাইছিল প্ৰসিদ্ধই। সেই সময়ত তেওঁ ভাৰতীয় দলৰ হৈ খেলত অংশ লৈছিল। নিউজিলেণ্ডৰ বিৰুদ্ধে থকা মেছৰ পূৰ্বে অনুশীলন কৰি থকাৰ সময়তে পিঠিত গুৰুতৰ আঘাত পাইছিল প্ৰসিদ্ধই। তাৰপাছৰে পৰাই খেলত অংশগ্ৰহণ কৰিব পৰা নাই প্ৰসিদ্ধই। ইতিমধ্যে অস্ত্ৰোপছাৰো সম্পন্ন হৈছে। বৰ্তমানো হাস্পতালতেই আছে প্ৰসিদ্ধ। চিকিৎসকে প্ৰকাশ কৰামতে সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ প্ৰসিদ্ধক প্ৰায় ৬ ৰ পৰা ৮ মাহ সময়ৰ প্ৰয়োজন হ’ব। খেলত নামিবলৈ প্ৰায় এবছৰ পৰ্যন্ত সময়ৰ দৰকাৰ বুলিও প্ৰকাশ কৰিছে চিকিৎসকে।

উল্লেখ্য যে বিগত বৰ্ষত নিলামত প্ৰসিদ্ধক ১০ কোটি টকাৰে নিলাম কৰিছিল ৰাজস্থান ৰয়েলছে। আইপিএলত ৰাজস্থান দলটোৰ হৈ ১৭ খনকৈ মেছত ১৯ টা উইকেট লৈছিল প্ৰসিদ্ধই। ভাল বলাৰ বাবেই প্ৰসিদ্ধক এই বৰ্ষতো নিলামৰ পৰিকল্পনা কৰিছিল ৰাজস্থান ৰয়েলছে। অৱশ্যে আইপিএলৰ পূৰ্বেই আঘাত পোৱাৰ বাবে বৃহৎ ধাক্কা লাভ কৰিছে ৰাজস্থান ৰয়েলছেও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড
ভাৰত

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

July 16, 2026
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?
ভাৰত

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

July 16, 2026
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?
বিনোদন

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

July 16, 2026
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?
বিনোদন

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

July 16, 2026
Next Post
ৰূপত ভুল নাযাব! সুন্দৰীয়েই দীৰ্ঘদিন ধৰি মহানগৰত মেলিছিল প্ৰৱঞ্চনাৰ জাল

ৰূপত ভুল নাযাব! সুন্দৰীয়েই দীৰ্ঘদিন ধৰি মহানগৰত মেলিছিল প্ৰৱঞ্চনাৰ জাল

ভগৱান শিৱক ক্ৰোধিত কৰে এই ৫ বিধ বস্তুৱে! মহাশিৱৰাত্ৰীত শিৱলিংগত এই ৫ বস্তু কাহানিও অৰ্পণ নকৰিব

ভগৱান শিৱক ক্ৰোধিত কৰে এই ৫ বিধ বস্তুৱে! মহাশিৱৰাত্ৰীত শিৱলিংগত এই ৫ বস্তু কাহানিও অৰ্পণ নকৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.