• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভগৱান শিৱক ক্ৰোধিত কৰে এই ৫ বিধ বস্তুৱে! মহাশিৱৰাত্ৰীত শিৱলিংগত এই ৫ বস্তু কাহানিও অৰ্পণ নকৰিব

ভগৱান শিৱক ক্ৰোধিত কৰে এই ৫ বিধ বস্তুৱে! মহাশিৱৰাত্ৰীত শিৱলিংগত এই ৫ বস্তু কাহানিও অৰ্পণ নকৰিব

3 years ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

22 minutes ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

58 minutes ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

2 hours ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

2 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

3 hours ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

14 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

15 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

15 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

16 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

16 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

17 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভগৱান শিৱক ক্ৰোধিত কৰে এই ৫ বিধ বস্তুৱে! মহাশিৱৰাত্ৰীত শিৱলিংগত এই ৫ বস্তু কাহানিও অৰ্পণ নকৰিব

editor by editor
February 17, 2023
in অসম, জীৱনশৈলী, ভাৰত, লেখা
0
ভগৱান শিৱক ক্ৰোধিত কৰে এই ৫ বিধ বস্তুৱে! মহাশিৱৰাত্ৰীত শিৱলিংগত এই ৫ বস্তু কাহানিও অৰ্পণ নকৰিব
0
SHARES
72.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দু ধৰ্মত ভগৱান শিৱৰ পূজাৰ বিশেষ তাৎপৰ্য আছে। কোৱা হয় ভগৱান শিৱৰ আৰাধনা কৰিলে সমস্ত দুখ কষ্ট দূৰ হয়। এইবাৰ শিৱপূজা পালন কৰা হ’ব ১৮ ফেব্ৰুৱাৰীত। ভগৱান শিৱৰ ওপৰিও মা পাৰ্বতীৰ পূজা কৰিলে ভগৱান শিৱৰ আশীৰ্বাদ পাব।
ভগৱান শিৱক সুখী কৰিবলৈ মৌ, চন্দন, গাখীৰ, বেলপাত, আদি শিৱলিংগত অৰ্পণ কৰা হয়। কিন্তু বহু সময়ত ভগৱান শিৱক সুখী কৰিবলৈ শিৱভক্তসকলে কেইটামান বিশেষ কাম কৰিব পাৰে। জ্যোতিষশাস্ত্ৰত এনে কিছু কথা উল্লেখ আছে যিসমূহ শিৱ পূজাত মানি চলিব লাগে। ভুলবশতো শিৱলিংগত কেইবিধমান বস্তু অৰ্পণ কৰিব নালেগে।

শিৱলিংগত এই কেইপদ সামগ্ৰী অৰ্পণ নকৰিব
হালধিঃ
জ্যোতিষ শাস্ত্ৰ অনুসৰি ভুলবশতো শিৱলিংগত হালধি অৰ্পণ কৰা উচিত নহয়। শাস্ত্ৰ অনুসৰি শিৱলিংগত পুৰুষ উপাদানৰ প্ৰতীক। হালধি নাৰীৰ সৈতে সম্পৰ্কিত। সেইবাবেই ভুলবশতো শিৱলিংগত হালধি অৰ্পণ কৰিব নালাগে।

সেন্দুৰ বা কুমকুমঃ
ভুলবশতো শিৱলিংগত সেন্দুৰ বা কুমকুম ইত্যাদি অৰ্পণ কৰিব নালাগে। হিন্দু নাৰীয়ে তেওঁলোকৰ স্বামীৰ দীৰ্ঘায়ু কামনাৰে শিৰত সেন্দুৰ লয়। ভগৱান শিৱ যেনেদৰে শান্ত সমাহিত ঠিক তেনেদৰে শিৱ ধ্বংসৰো দেৱতা। সেয়ে শিৱক কাহানিও সেন্দুৰ অৰ্পণ কৰিব নালাগে। ইয়াৰ পৰিবৰ্তে কিন্তু শিৱপূজাত চন্দনৰ তিলক লগোৱাটো শুভ।

শঙ্খ ব্যৱহাৰ নকৰিবঃ
ধৰ্মীয় কিংবদন্তী অনুযায়ী ভগৱান শিৱই শঙ্খচূড় নামেৰে এটা ৰাক্ষক বধ কৰিছিল। আৰু সেই অসুৰৰ প্ৰতীক হিচাপেই শঙ্খক ধৰা হয়। সেয়ে ভগৱান শিৱ আৰু শিৱলিংগত কাহানিও শঙ্খ ব্যৱহাৰ কৰা উচিত নহয়।

তুলসী পাতঃ
ভুলবশতো শিৱপূজাত তুলসী পাত ব্যৱহাৰ কৰিব নালাগে। শিৱপুৰাণ অনুসৰি ভগৱান শিৱই শিৱ জলন্ধৰ নামৰ এটা ৰাক্ষসকো বধ কৰিছিল। সেই সময়ত জলন্ধৰে এটা বৰ পাইছিল যে তেওঁৰ স্ত্ৰীৰ পবিত্ৰতাৰ কাৰণে কোনোৱে তেওঁক হৰুৱাব নোৱাৰিব। কিন্তু জলন্ধৰক হত্যা কৰোতে ভগৱান বিষ্ণুয়ে তেওঁৰ স্ত্ৰী তুলসীৰ সত্বীত্ব ভংগ কৰিছিল। সেই সময়ক মৃত স্বামীৰ মৃত্যুত ক্ৰুব্ধ হৈ তুলসীক ভগৱান শিৱই নাকচ কৰে। সেয়ে তুলসী শিৱ পূজাত ব্যৱহাৰ কৰা নহয়।

কেতেকী আৰু পদুম ফুলঃ
জ্যোতিষ শাস্ত্ৰ অনুসৰি ভুলবশতো শিৱলিংগত কেতেকী ফুল অৰ্পণ কৰিব নালাগে। একেদৰে পদুম ফুলো শিৱপূজাত কাহানিও দিব নালাগে। একাংশৰ লোকবিশ্বাস মতে শিৱলিংগত ৰঙা ৰঙৰ ফুল অৰ্পণো সঠিক কথা নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?
বাণিজ্য

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

July 13, 2026
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 
অসম

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

July 13, 2026
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি
বিশ্ব

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

July 13, 2026
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!
জীৱনশৈলী

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

July 13, 2026
Next Post
ড° নন্দিতা শৰ্মালৈ ‘বিশিষ্ট শিক্ষাবিদ বঁটা’

ড° নন্দিতা শৰ্মালৈ 'বিশিষ্ট শিক্ষাবিদ বঁটা’

মদ্যপান কৰি ফ্লাইটত উঠিলে নিস্তাৰ নাই! কাঢ়া নিয়ম আনিলে এই এয়াৰ সংস্থাই…

মদ্যপান কৰি ফ্লাইটত উঠিলে নিস্তাৰ নাই! কাঢ়া নিয়ম আনিলে এই এয়াৰ সংস্থাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.