• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্ব বেংকৰ প্ৰেছিডেণ্টৰ বাবে মনোনীত অজয় বঙ্গা… প্ৰথমগৰাকী ভাৰতীয় বংশোদ্ভুতৰ ব্যক্তি হিচাপে মনোনিত বঙ্গা

বিশ্ব বেংকৰ প্ৰেছিডেণ্টৰ বাবে মনোনীত অজয় বঙ্গা… প্ৰথমগৰাকী ভাৰতীয় বংশোদ্ভুতৰ ব্যক্তি হিচাপে মনোনিত বঙ্গা

3 years ago
বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

32 minutes ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

2 hours ago
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

3 hours ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

10 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

11 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

11 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

12 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

12 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

13 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

14 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

15 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিশ্ব বেংকৰ প্ৰেছিডেণ্টৰ বাবে মনোনীত অজয় বঙ্গা… প্ৰথমগৰাকী ভাৰতীয় বংশোদ্ভুতৰ ব্যক্তি হিচাপে মনোনিত বঙ্গা

editor by editor
February 24, 2023
in বিশ্ব, ভাৰত
0
বিশ্ব বেংকৰ প্ৰেছিডেণ্টৰ বাবে মনোনীত অজয় বঙ্গা… প্ৰথমগৰাকী ভাৰতীয় বংশোদ্ভুতৰ ব্যক্তি হিচাপে মনোনিত বঙ্গা
0
SHARES
772
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্ব বেংকৰ প্ৰেছিডেণ্ট হিচাপে নেতৃত্ব দিবলৈ যোগ্য ব্যক্তি হিচাপে ভাৰতীয় বংশোদ্ভুতৰ অজয় বঙ্গাৰ নাম মনোনীত কৰিছে ওৱাছিংটনৰ পৰা। মাৰ্কিন প্ৰেছিডেণ্ট জ’ বাইডেনে অজয় বঙ্গাৰ নাম মনোনীত কৰিছে। বিশ্বৰ প্ৰথম শাৰীৰ পেমেণ্ট সংস্থা মাষ্টাৰকাৰ্ডৰ প্ৰাক্তন চীফ এক্সিকিউটিভ আছিল অজয় বঙ্গা। ম্যাদ শেষ হোৱাৰ পূৰ্বে বিশ্ব বেংকৰ প্ৰেছিডেণ্ট পদৰ পৰা ইস্তাফা দিছে ডেভিড মালপাছে। সাধাৰণতে এই পদত মাৰ্কিন নাগৰীকেই অগ্ৰাধিকাৰ পায়। কিন্তু প্ৰথমবাৰৰ বাবে এজন ভাৰতীয় বংশোদ্ভুতৰ লোকৰ নাম এই পদৰ বাবে মনোনীত কৰা হৈছে।

যদি অজয় বঙ্গা বিশ্ব বেংকৰ প্ৰেছিডেণ্ট পদত অধিষ্ঠিত হয় তেন্তে তেৱেই এই পদত অধিষ্ঠিত হোৱা প্ৰথমজন ভাৰতীয় হৈ পৰিব। ৬৩ বছৰীয়া অজয় বঙ্গা বৰ্তমান মাৰ্কিন যুক্তৰাষ্ট্ৰৰেই ইকুইটি নামৰ এক মাৰ্কিন সংস্থাৰ ভাইছ চেয়াৰমেন পদত আছে। বাইডেনে শেহতীয়াভাৱে দিয়া এক বিবৃতিত উল্লেখ কৰা অনুসৰি জলবায়ু পৰিবৰ্তনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ত আমাৰ সন্মুখত দেখা দিয়া সকলো সমস্যাৰ সমাধান কৰাৰ অভিজ্ঞতা আছে অজয় বঙ্গাৰ। এই কঠিন সময়ত বিশ্ব বেংকৰ নেতৃত্ব দিয়াৰ ক্ষমতাও কেৱল বঙ্গাৰেই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!
ভাৰত

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

August 22, 2026
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়
জীৱনশৈলী

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

August 21, 2026
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!
জীৱনশৈলী

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

August 21, 2026
Next Post
৬০ বছৰত ২৬ খন বিবাহ! লক্ষ্য ১০০ বাৰ বিয়া কৰোৱাৰ, সফল হ’বনে বৃদ্ধ?

৬০ বছৰত ২৬ খন বিবাহ! লক্ষ্য ১০০ বাৰ বিয়া কৰোৱাৰ, সফল হ’বনে বৃদ্ধ?

দৰা সাঁজু! এই ফাগুন বিশেষ আচুৰ্যৰ বাবেও, দেৰগাঁৱৰ মিনাক্ষীৰে ১৪ ফাগুনত আচুৰ্য্যই আৰম্ভ কৰিব দ্বিতীয় ইনিংছ

দৰা সাঁজু! এই ফাগুন বিশেষ আচুৰ্যৰ বাবেও, দেৰগাঁৱৰ মিনাক্ষীৰে ১৪ ফাগুনত আচুৰ্য্যই আৰম্ভ কৰিব দ্বিতীয় ইনিংছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.