• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৰা সাঁজু! এই ফাগুন বিশেষ আচুৰ্যৰ বাবেও, দেৰগাঁৱৰ মিনাক্ষীৰে ১৪ ফাগুনত আচুৰ্য্যই আৰম্ভ কৰিব দ্বিতীয় ইনিংছ

দৰা সাঁজু! এই ফাগুন বিশেষ আচুৰ্যৰ বাবেও, দেৰগাঁৱৰ মিনাক্ষীৰে ১৪ ফাগুনত আচুৰ্য্যই আৰম্ভ কৰিব দ্বিতীয় ইনিংছ

4 years ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

36 minutes ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

60 minutes ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

2 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

2 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

3 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

4 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

4 hours ago
শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

17 hours ago
ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

17 hours ago
দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

17 hours ago
নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!

নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!

18 hours ago
মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দৰা সাঁজু! এই ফাগুন বিশেষ আচুৰ্যৰ বাবেও, দেৰগাঁৱৰ মিনাক্ষীৰে ১৪ ফাগুনত আচুৰ্য্যই আৰম্ভ কৰিব দ্বিতীয় ইনিংছ

editor by editor
February 24, 2023
in অসম, জীৱনশৈলী
0
দৰা সাঁজু! এই ফাগুন বিশেষ আচুৰ্যৰ বাবেও, দেৰগাঁৱৰ মিনাক্ষীৰে ১৪ ফাগুনত আচুৰ্য্যই আৰম্ভ কৰিব দ্বিতীয় ইনিংছ
0
SHARES
10.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
ৰামচন্দ্ৰ হৈ কইনা আনিবলৈ সাজু হৈছে আচুৰ্য্য। ২৭ ফেব্ৰুৱাৰীত আচুৰ্য্যৰ বিয়া। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ আগবঢ়াৰ ক্ষণত সকলোৰে মুখে মুখে আচুৰ্য্যৰ বিবাহৰেই কথা। অহা ১৪ ফাগুনত আচুৰ্য্যই দেৰগাওঁৰ জীয়াৰী মিনাক্ষী বৰঠাকুৰৰ সৈতে যুগ্মজীৱনৰ পাতনি মেলিব।

সৰুপথাৰৰ টেঙাহোলাৰ গোঁহাই গাঁৱৰ নিজ গৃহতেই অনুষ্ঠিক হ’ব বিবাহ। ২ মাৰ্চত অভ্যৰ্থনা অনুষ্ঠান। আচুৰ্য্যৰ বিবাহক কেন্দ্ৰ কৰি সৰুপথাৰত এতিয়া উখল মাখল পৰিবেশ। অভ্যৰ্থনাৰ বাবে দিয়া পেণ্ডেলেও দৃষ্টি কাঢ়িছে বহুতৰে। ব্যতিক্ৰমী বিয়াৰ নিমন্ত্ৰণী পত্ৰখনেও দৃষ্টি কাঢ়িছে বহুতৰে।

বিবাহৰ খবৰ ল’বলৈকে আঙুৰলতা ডেকা, কণ্ঠশিল্পী নীল আকাশকে ধৰি বহুজনেই উপস্থিত হৈছে আচুৰ্য্যৰ বাসগৃহত। ভাতৃৰ বিয়া উপলক্ষ্যেই মণ্টু গোঁহায়ে এক নতুন বিহুসুৰীয়া গীতো মুকলি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

October 23, 2026
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক
অসম

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

October 23, 2026
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!
জীৱনশৈলী

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

October 23, 2026
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ
জীৱনশৈলী

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

October 23, 2026
Next Post
ডাবল মাৰ্ডাৰত জড়িত বন্দনাই কিয় কাম বিচাৰি হাবাথুৰি খাইছিল? ধনী ঘৰৰ বোৱাৰী হৈয়ো হাতত নাছিল নেকি ধন?

ডাবল মাৰ্ডাৰত জড়িত বন্দনাই কিয় কাম বিচাৰি হাবাথুৰি খাইছিল? ধনী ঘৰৰ বোৱাৰী হৈয়ো হাতত নাছিল নেকি ধন?

দুখে কুলাই-পাচিয়ে নধৰা হৈছে! ৰাখীৰ স্বামী আদিল প্ৰকৃততে এজন বাছ ড্ৰাইভাৰহে…

দুখে কুলাই-পাচিয়ে নধৰা হৈছে! ৰাখীৰ স্বামী আদিল প্ৰকৃততে এজন বাছ ড্ৰাইভাৰহে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.