• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাবল মাৰ্ডাৰত জড়িত বন্দনাই কিয় কাম বিচাৰি হাবাথুৰি খাইছিল? ধনী ঘৰৰ বোৱাৰী হৈয়ো হাতত নাছিল নেকি ধন?

ডাবল মাৰ্ডাৰত জড়িত বন্দনাই কিয় কাম বিচাৰি হাবাথুৰি খাইছিল? ধনী ঘৰৰ বোৱাৰী হৈয়ো হাতত নাছিল নেকি ধন?

4 years ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

16 minutes ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

1 hour ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

15 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

15 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

16 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

16 hours ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

17 hours ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

17 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

19 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

19 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

20 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ডাবল মাৰ্ডাৰত জড়িত বন্দনাই কিয় কাম বিচাৰি হাবাথুৰি খাইছিল? ধনী ঘৰৰ বোৱাৰী হৈয়ো হাতত নাছিল নেকি ধন?

editor by editor
February 24, 2023
in অপৰাধ, অসম
0
ডাবল মাৰ্ডাৰত জড়িত বন্দনাই কিয় কাম বিচাৰি হাবাথুৰি খাইছিল? ধনী ঘৰৰ বোৱাৰী হৈয়ো হাতত নাছিল নেকি ধন?
0
SHARES
22.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
ডাবল মাৰ্ডাৰত জড়িত বন্দনাৰ ন ন তথ্য পোহৰলৈ আহিছে৷
হত্যাকাণ্ডৰ বিৱৰণৰ মাজতে পোহৰলৈ আহিছে বন্দনা আৰু তেওঁৰ স্বামী অমৰজ্যোতিৰ বৈবাহিক সম্পৰ্কৰ কথা।
২০১২ চনতে বন্দনাক পলুৱাই আনিছিল অমৰজ্যোতিয়ে।
সেই সময়ত বিবাহৰ বয়সেই হোৱা নাছিল বন্দনা কলিতাৰ।
পলাই গৈ বিয়া হোৱাৰ বাবে বন্দনাক এৰিয়েই দিছিল পিতৃ-মাতৃৰ লগতে ভাতৃয়ে।
ইফালে অমৰজ্যোতিৰ ঘৰতে সহজভাৱে লোৱা নাছিল এই বৈবাহিক সম্পৰ্ক।
২০১২চনত অমৰজ্যোতিৰ সৈতে বন্দনাই সংসাৰ আৰম্ভ কৰিছিল যদিও অমৰজ্যোতি দে একেবাৰেই বেকাৰ আছিল৷
সেই সময়ত বন্দনাই কল চেন্টাৰত কাম কৰি পৰিয়াল চলাইছিল বুলিও তথ্য পোহৰলৈ আহিছে।
আৰক্ষীয়ে তদন্ত চলাই আছে যদিও বৰ্তমানলৈ কোনো সঠিক তথ্য প্ৰকাশ কৰা নাই৷
সেয়া যি কি নহওক, এই হত্যাকাণ্ডত বন্দনাই যে মুখ্য অভিযুক্ত সেয়া কিন্তু সম্পূৰ্ণৰূপেই নিশ্চিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো
বিনোদন

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

September 2, 2026
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ
অপৰাধ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

September 2, 2026
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!
নিয়োগ

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

September 2, 2026
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?
অসম

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

September 1, 2026
Next Post
দুখে কুলাই-পাচিয়ে নধৰা হৈছে! ৰাখীৰ স্বামী আদিল প্ৰকৃততে এজন বাছ ড্ৰাইভাৰহে…

দুখে কুলাই-পাচিয়ে নধৰা হৈছে! ৰাখীৰ স্বামী আদিল প্ৰকৃততে এজন বাছ ড্ৰাইভাৰহে...

ৰেম্পত ২ লাখ কণ্ডমৰ পাহাৰ! কণ্ডমৰ সন্মুখেৰে ৰেম্পৱাক দিছে বহুকেইগৰাকী সুন্দৰী মণ্ডলে… ব্যতিক্ৰমী এই শ্ব’ৰ আঁৰত কি?

ৰেম্পত ২ লাখ কণ্ডমৰ পাহাৰ! কণ্ডমৰ সন্মুখেৰে ৰেম্পৱাক দিছে বহুকেইগৰাকী সুন্দৰী মণ্ডলে... ব্যতিক্ৰমী এই শ্ব’ৰ আঁৰত কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.