অসম লাইভ২৪ঃ
মহাৰাষ্ট্ৰৰ বিধায়কৰ অসমীয়া মানুহে কুকুৰ খাই বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী অতুল বৰাই কয় যে বিধায়কজনৰ কথা সম্পূৰ্ণ অসত্য নহয়।
অসমীয়া একাংশ মানুহে কুকুৰ খায়৷ অসমৰ বহুলোকেই কুকুৰ খাই৷ লগতে মন্ত্ৰীগৰাকীয়ে কয়, ‘মোৰ কাৰ্যালয়ৰে এজন কৰ্মচাৰীয়ে কুকুৰ খাইছিল’৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ