অসম লাইভ২৪ঃ
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ পাছতে শিক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ৷
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত মন্ত্ৰী ৰণোজ পেগুৱে দিলে বিশেষ মন্তব্য।
ৰণোজ পেগুৱে প্ৰশ্নকাকত ভাইৰেলৰ লগতে পৰীক্ষা বাতিল সন্দৰ্ভত কৰা মন্তব্যই লাভ কৰিছে বিশেষ চৰ্চা।
ৰণোজ পেগুৱে কয়, ‘SEBAৰ তৰফৰ পৰা নিশাই মোক জনোৱা হৈছিল’
‘প্ৰশ্নকাকত ফাদিলক লৈ SEBAই গোচৰ তৰিছে আৰক্ষী চকীত’
‘CIDকো দিয়া হৈছে গোচৰ’
‘তদন্তৰ পাছতহে পোহৰলৈ আহিব সকলো তথ্য’
‘SEBAই নিশ্চিতভাৱে ক্লু পায়েই এই সিদ্ধান্ত লৈছে’
‘২০০৬ চনত এনেকুৱা ঘটনা সংঘটিত হৈছিল’
‘তদন্তত ওলাই পৰিব সকলো তথ্য’
‘দোষীয়ে শাস্তি পাব’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ