• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাহিদে এতিয়া কি কৰিব? মন্ত্ৰী পীয়ুষে কৈছে বঁটা ঘূৰাই দিয়ক আনহাতে বিমল বৰাই কৈছে নাহিদে বঁটা ঘূৰাই দিব নালাগে…

নাহিদে এতিয়া কি কৰিব? মন্ত্ৰী পীয়ুষে কৈছে বঁটা ঘূৰাই দিয়ক আনহাতে বিমল বৰাই কৈছে নাহিদে বঁটা ঘূৰাই দিব নালাগে…

3 years ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

2 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

2 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

3 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

3 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

4 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

4 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

5 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

6 hours ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

7 hours ago
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

8 hours ago
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

8 hours ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নাহিদে এতিয়া কি কৰিব? মন্ত্ৰী পীয়ুষে কৈছে বঁটা ঘূৰাই দিয়ক আনহাতে বিমল বৰাই কৈছে নাহিদে বঁটা ঘূৰাই দিব নালাগে…

editor by editor
March 15, 2023
in অসম, জীৱনশৈলী, সংগীত
0
নাহিদে এতিয়া কি কৰিব? মন্ত্ৰী পীয়ুষে কৈছে বঁটা ঘূৰাই দিয়ক আনহাতে বিমল বৰাই কৈছে নাহিদে বঁটা ঘূৰাই দিব নালাগে…
0
SHARES
12.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নাহিদে লাভ কৰা বঁটাক লৈ মঙলবাৰৰ পৰাই অব্যাহত আছে বিতৰ্ক। শেহতীয়াভাৱে চলচ্চিত্ৰ বঁটাৰ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিমল বৰাই দিছে দুটাকৈ পৃথক স্পষ্টীকৰণ৷ মন্ত্ৰী পীয়ুষে কয় যে, জুৰিৰ মেম্বাৰৰ ইয়াত ভুল নাই৷ পৰিচালক আৰু প্ৰযোজকৰহে ভুল৷ আৰু কি কি মন্তব্য কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই?

মন্ত্ৰী পীয়ুষে কয়, ‘চৰকাৰ বা জুৰিৰ সদস্যৰ ভুল নহয়। কোনোবাই জুৰিক লিখি দিছে। ইয়াত পৰিচালক আৰু প্ৰযোজকৰহে ভুল। নিৰ্বাচিত তালিকাৰ নাম দিয়া হৈছিল জুৰিক। তালিকাত নাম আছিল জুবিন, পাপন, নাহিদৰ নাম। নাহিদে ক’ব লাগিছিল- মই গানটো গোৱা নাই। পুৰস্কাৰ নাহিদে ঘূৰাই দিব লাগে।’

আনহাতে আকৌ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কয় যে এয়া অনিচ্ছাকৃতভাৱে হোৱা ভুল। নাহিদে তাৰবাবে বঁটা ঘূৰাই দিব নালাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?
জীৱনশৈলী

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

August 5, 2026
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?
জীৱনশৈলী

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

August 5, 2026
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা
জীৱনশৈলী

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

August 5, 2026
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?
জীৱনশৈলী

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

August 5, 2026
Next Post
ফাগুনৰ শেষৰজাক বৰষুণে ধুৱাই গ’ল মহানগৰীক! ৰাজ্যত কিমানদিনলৈ হ’ব বৃষ্টিপাত?

ফাগুনৰ শেষৰজাক বৰষুণে ধুৱাই গ’ল মহানগৰীক! ৰাজ্যত কিমানদিনলৈ হ'ব বৃষ্টিপাত?

ভাৰতীয় ক্ৰিকেট দলত সমাদৰ কমিছে ৰোহিত শৰ্মাৰ! ৰোহিতে অচিৰেই অধিনায়কত্ব হেৰুৱাৰ ইংগিত দিলে প্ৰাক্তন অধিনায়ক গাভাস্কাৰে…

ভাৰতীয় ক্ৰিকেট দলত সমাদৰ কমিছে ৰোহিত শৰ্মাৰ! ৰোহিতে অচিৰেই অধিনায়কত্ব হেৰুৱাৰ ইংগিত দিলে প্ৰাক্তন অধিনায়ক গাভাস্কাৰে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.