• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় ক্ৰিকেট দলত সমাদৰ কমিছে ৰোহিত শৰ্মাৰ! ৰোহিতে অচিৰেই অধিনায়কত্ব হেৰুৱাৰ ইংগিত দিলে প্ৰাক্তন অধিনায়ক গাভাস্কাৰে…

ভাৰতীয় ক্ৰিকেট দলত সমাদৰ কমিছে ৰোহিত শৰ্মাৰ! ৰোহিতে অচিৰেই অধিনায়কত্ব হেৰুৱাৰ ইংগিত দিলে প্ৰাক্তন অধিনায়ক গাভাস্কাৰে…

3 years ago
ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

23 minutes ago
ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

54 minutes ago
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

1 hour ago
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

2 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

2 hours ago
আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

3 hours ago
Image Credit- AI

আমেৰিকান ডলাৰৰ তুলনাত অভাৱনীয় হাৰত পতন ভাৰতীয় টকাৰ মূল্য

3 hours ago
জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

4 hours ago
মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

4 hours ago
সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

5 hours ago
জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

6 hours ago
ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰতীয় ক্ৰিকেট দলত সমাদৰ কমিছে ৰোহিত শৰ্মাৰ! ৰোহিতে অচিৰেই অধিনায়কত্ব হেৰুৱাৰ ইংগিত দিলে প্ৰাক্তন অধিনায়ক গাভাস্কাৰে…

editor by editor
March 15, 2023
in ক্ৰীড়া, ভাৰত
0
ভাৰতীয় ক্ৰিকেট দলত সমাদৰ কমিছে ৰোহিত শৰ্মাৰ! ৰোহিতে অচিৰেই অধিনায়কত্ব হেৰুৱাৰ ইংগিত দিলে প্ৰাক্তন অধিনায়ক গাভাস্কাৰে…
0
SHARES
10k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত টি-২০ বিশ্বকাপত ভাৰতীয় দলটোক নেতৃত্ব দিয়াৰ পিছৰে পৰাই ক্ৰিকেট দলত যেন সমাদৰ কিছু কমিছে ৰোহিত শৰ্মাৰ। লাহে লাহে ভাৰতীয় টীমত গুৰুত্ব বাঢ়িছে হাৰ্দিক পাণ্ডিয়াৰ। অডিআইৰ পৰা টেষ্ট মেছলৈ সকলোতে ৰোহিত অধিনায়ক হৈ থাকিলেও বিশেষ গুৰুত্ব লাভ কৰিছে হাৰ্দিকে। ২০২৪ চনত হাৰ্দিকৰ অধীনতেই ভাৰতীয় দলটোৱে বিশ্বকাপ খেলিব পাৰে বুলি একাংশ খেল সমালোচকে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

ইপিনে ৰোহিত শৰ্মাৰ দায়িত্ব কমোৱাৰ ইংগিত দিছে প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে। ১৭ তাৰিখৰ পৰা আৰম্ভ হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ অডিআই চিৰিজ। সেই মেচতেই প্ৰথমখন খেলতেই নাথাকিব ৰোহিত শৰ্মা। পাৰিবাৰিক কাৰণত প্ৰথমখন মেচত নাথাকিব ৰোহিত শৰ্মা। ৰোহিতৰ অনুপস্থিতিত দলটোৰ নেতৃত্ব দিব হাৰ্দিক পাণ্ডিয়াই। অৱশ্যে চিৰিজৰ আন দুখন মেচত উপস্থিত থাকিব ৰোহিত শৰ্মা। এই সন্দৰ্ভত প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে কয় যে, যদি প্ৰথম মেচত হাৰ্দিকে ভাৰতীয় দলটোক জিকাব পাৰে তেন্তে অন্যকেইখন মেচৰ দায়িত্বও হাৰ্দিকক দিয়াটোৱেই উত্তম।

সুনীল গাভাস্কাৰে শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত হাৰ্দিক পাণ্ডিয়া সন্দৰ্ভত কয়, ‘তেওঁ এজন ভাল অধিনায়ক। গুজৰাট জায়াণ্টেছৰ সৈতে হোৱা আইপিএলত হাৰ্দিকৰ অধিনায়কত্বত মই মুগ্ধ। বৰ্তমান তেওঁৰ পাৰ্ফৰমেন্স ভাল। মই ভাৱো যদি প্ৰথম মেচত হাৰ্দিকে ভাল ফলাফল দেখুৱাব পাৰে তেন্তে পৰবৰ্তীসময়ত ২০২৩ চনৰ বিশ্বকাপৰ নেতৃত্ব হাৰ্দিকক দিয়াটোৱেই ভাল হ’ব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamhardik pandiyaIndian Cricket Teamrohit sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড
অপৰাধ

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

May 18, 2026
হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?
বিনোদন

হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

May 18, 2026
প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…
ভাৰত

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

May 17, 2026
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ
ভাৰত

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

May 16, 2026
Next Post
প্ৰেয়সীৰ হাতত ধৰিয়েই নীলা ছবিত ভৰি থলে এগৰাকী ফুটবলাৰে! পেছা সলনি কৰা ফুটবলাৰেই এতিয়া নীলা ছবিৰ জনপ্ৰিয় অভিনেতা, কেনেকৈ আৰম্ভ হৈছিল যাত্ৰা? সবিশেষ…

প্ৰেয়সীৰ হাতত ধৰিয়েই নীলা ছবিত ভৰি থলে এগৰাকী ফুটবলাৰে! পেছা সলনি কৰা ফুটবলাৰেই এতিয়া নীলা ছবিৰ জনপ্ৰিয় অভিনেতা, কেনেকৈ আৰম্ভ হৈছিল যাত্ৰা? সবিশেষ...

শিক্ষকক অন্য কামত নিয়োগ কৰাব নোৱাৰিব! শিক্ষা বিষয়াক নিৰ্দেশ শিক্ষা সচিবৰ…

শিক্ষকক অন্য কামত নিয়োগ কৰাব নোৱাৰিব! শিক্ষা বিষয়াক নিৰ্দেশ শিক্ষা সচিবৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.