• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেয়সীৰ হাতত ধৰিয়েই নীলা ছবিত ভৰি থলে এগৰাকী ফুটবলাৰে! পেছা সলনি কৰা ফুটবলাৰেই এতিয়া নীলা ছবিৰ জনপ্ৰিয় অভিনেতা, কেনেকৈ আৰম্ভ হৈছিল যাত্ৰা? সবিশেষ…

প্ৰেয়সীৰ হাতত ধৰিয়েই নীলা ছবিত ভৰি থলে এগৰাকী ফুটবলাৰে! পেছা সলনি কৰা ফুটবলাৰেই এতিয়া নীলা ছবিৰ জনপ্ৰিয় অভিনেতা, কেনেকৈ আৰম্ভ হৈছিল যাত্ৰা? সবিশেষ…

3 years ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

20 minutes ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

40 minutes ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

1 hour ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

2 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

3 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

4 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

4 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

5 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

6 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

6 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

15 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

প্ৰেয়সীৰ হাতত ধৰিয়েই নীলা ছবিত ভৰি থলে এগৰাকী ফুটবলাৰে! পেছা সলনি কৰা ফুটবলাৰেই এতিয়া নীলা ছবিৰ জনপ্ৰিয় অভিনেতা, কেনেকৈ আৰম্ভ হৈছিল যাত্ৰা? সবিশেষ…

editor by editor
March 15, 2023
in Uncategorized, ক্ৰীড়া, জীৱনশৈলী, বিশ্ব
0
প্ৰেয়সীৰ হাতত ধৰিয়েই নীলা ছবিত ভৰি থলে এগৰাকী ফুটবলাৰে! পেছা সলনি কৰা ফুটবলাৰেই এতিয়া নীলা ছবিৰ জনপ্ৰিয় অভিনেতা, কেনেকৈ আৰম্ভ হৈছিল যাত্ৰা? সবিশেষ…
0
SHARES
10.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাৰ জীৱনলৈ কেতিয়া কি পৰিবৰ্তন আহে কোনেও নাজানে! ব্ৰিটেইনৰ এই যুৱকজনৰ কথাই এক উদাহৰণ। ফুটবলাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল যুৱকজনে। সপোন দেখিছিল প্ৰিমিয়াৰ লীগত খেলাৰ। কিন্তু আমি দেখা সকলো সপোনেই জানো পূৰণ হয়? যুৱকজনৰো স্বপ্নভংগ হৈছিল। সপোন ভাঙিলেও আন এখন পৃথিৱীয়ে তেওঁলৈ যেন হাতবাউল দিলে। নভৱাকৈয়ে সেইখন পৃথিৱীত তেওঁ হৈ উঠিল অজস্ৰ সম্পদৰ গৰাকী। হ’ব খুজিছিল ফুটবলাৰ অৱশেষত হৈছিলগৈ পৰ্ণষ্টাৰ। এয়া আন কোনো নহয় তেওঁ হৈছে নীলা ছবিৰ তাৰকা অভিনেতা ডেনি মাউণ্টেইন। জীৱনৰ বহু উত্থান-পতন হাঁহিমুখে আদৰি লোৱা এইগৰাকী অভিনেতাৰ জীৱন জানো মসৃণ? নহয়, মুঠেও নহয়। প্ৰতি পদতেই যুদ্ধ। বৰ্তমান কিছু জনপ্ৰিয়তা লাভ কৰা অভিনেতাগৰাকীয়ে নিজেই প্ৰকাশ কৰিলে দুৰ্বিসহ সময়ৰ কথা।

ডেনী বৰ্তমান ব্ৰিটেইনৰ সকলোতকৈ ধনী এগৰাকী পৰ্ণ তাৰকা। একোখন নীলা ছবিত অভিনয় কৰাৰ বাবেই ডেনীয়ে লয় বহু পৰিমানৰ পাৰিশ্ৰমিকো। কিন্তু কেনেকৈ ফুটবলাৰ হ’ব খোজা ডেনী হৈছিল পৰ্ণতাৰকা? সৰুৰে পৰাই ফুটবলৰ চখ আছিল ডেনীৰ। আগন্তুক সময়ৰ প্ৰতিশ্ৰুতিসম্পন্ন ফুটবলাৰ বুলি সকলোৱেই তেওঁৰ খেল দেখামাত্ৰকেই কৈছিল। নিজকে প্ৰতিষ্ঠাও কৰিছিল ডেনীয়ে। চেলছি, হেম ইউনাইটেড, টটেনহাম হটস্পাৰৰ দৰে ক্লাবেও নিমন্ত্ৰণ জনাইছিল ডেনীক। কিন্তু সকলোবোৰ নামী-দামী ক্লাৱৰ প্ৰস্তাৱ নাকচ কৰে ডেনীয়ে। প্ৰস্তাৱ নাকচ কৰাৰ প্ৰধান কাৰণ আছিল ১৬ বছৰীয়া প্ৰতিভাৱান খেলুৱৈ ডেনীয়ে খেলৰ সময়তে আঁঠুত গুৰুতৰ আঘাত পাইছিল। আঁঠুৰ আঘাতৰ বাবেই ফুটবলৰ পৰা অনিচ্ছাকৃতভাৱে আঁতৰি আহিছিল ডেনী।

ইয়াৰ পাছতে পৰাই নীলা ছবিৰ পৃথিৱীৰ সৈতে পৰিচয় ঘটে ডেনীৰ। ডেনীয়ে এক সাক্ষাৎকাৰত নীলা ছবিৰ পৃথিৱীত কেনেকৈ প্ৰৱেশ কৰিলে সেই বাখ্যা দাঙি ধৰি কয়, ‘এগৰাকী খুব সুন্দৰী যুৱতীৰ সৈতে মোৰ প্ৰেম হৈছিল। সেই যুৱতীগৰাকীক কেইজনমান এজেণ্টে কাম কৰিবলৈ নিয়াৰ চলেৰে পৰ্ণ ইণ্ডাষ্ট্ৰীত কাম কৰিবলৈ লৈ গৈছিল। তাই নীলা ছবিত কাম কৰিবলৈ মুঠেও ইচ্ছা কৰা নাছিল। ময়ো তাইৰ সৈতে গৈছিলো। অনিচ্ছাস্বত্বেও পৰ্ণ ছবিত কাম কৰাৰ বাবে তাই অডিশ্বন দিলে। সেই সময়তো মই লগতেই আছিলো। এনেই আত্মবিশ্বাসী হ’লেও কেমেৰাৰ সন্মুখত আত্মবিশ্বাস নিজে নিজেই নোহোৱা হৈ গৈছিল। কিন্তু ছবিৰ বাবে তাই যোগ্য বুলি বিবেচিত হ’ল। কামো লাভ কৰিলে।’

প্ৰেয়সীয়ে সেই ছবিত কাম কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতেই ডেনীয়েও সেই ইণ্ডাষ্ট্ৰিত প্ৰৱেশ কৰে। আৰম্ভণিতেই সফলতা লাভ কৰে ডেনীয়ে। ডেনীয়ে এই ইণ্ডাষ্ট্ৰীত প্ৰৱেশ কৰাৰ লগে লগেই পৰিয়ালৰ লোকে ডেনীক বেয়া ব্যৱহাৰো কৰা হ’ল। সেই সম্পৰ্কেও ডেনীয়ে সাক্ষাতকাৰটোত কয়, ‘মই এই ইণ্ডাষ্ট্ৰীত প্ৰৱেশ কৰাৰ সময়ত মোৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। মাক মই মোক সিদ্ধান্ত জনাইছিলো। মায়ে সিদ্ধান্ত শুনিয়েই আচৰিত হৈ গৈছিল। ইমান অশ্লীল কাৰ্যকলাপ কিয় কৰিবলৈ গৈছো মায়ে সুধিছিল। মায়ে পাছলৈ স্বাভাৱিকভাৱে কথাবোৰ ল’লেও তেওঁৰ সন্তানে এনে কাম কৰাক লৈ মানসিক সন্তুষ্টি কিন্তু মুঠেও পোৱা নাছিল।’

উল্লেখ্য যে এইসকলোবোৰৰ মাজতেই ডেনী জনপ্ৰিয় হৈ উঠিলেও ডেনীৰ তেজত সিঁপাই আছিল ফুটবলেই। পৰ্ণ ছবিত কাম কৰিলেও ফুটবলপ্ৰেম জীয়াই আছিল ডেনীৰ মনত। সেয়ে সুযোগ পালেই ডেনীয়ে ফুটবল খেলে। কেৱল নিজৰ সুখৰ বাবেই ফুটবল খেলে তেনে নহয়। ডেনী এতিয়া ‘হলীউড অলষ্টাৰ’ ক্লাবৰ লেখত ল’বলগীয়া খেলুৱৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

September 2, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

September 2, 2026
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

September 2, 2026
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়
জীৱনশৈলী

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

September 2, 2026
Next Post
শিক্ষকক অন্য কামত নিয়োগ কৰাব নোৱাৰিব! শিক্ষা বিষয়াক নিৰ্দেশ শিক্ষা সচিবৰ…

শিক্ষকক অন্য কামত নিয়োগ কৰাব নোৱাৰিব! শিক্ষা বিষয়াক নিৰ্দেশ শিক্ষা সচিবৰ...

ঋণ লোৱা মানেই দুৰ্বল নুবুজায়, সফল লোকেহে ঋণ পায়ঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ঋণ লোৱা মানেই দুৰ্বল নুবুজায়, সফল লোকেহে ঋণ পায়ঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.