• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঋণ লোৱা মানেই দুৰ্বল নুবুজায়, সফল লোকেহে ঋণ পায়ঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ঋণ লোৱা মানেই দুৰ্বল নুবুজায়, সফল লোকেহে ঋণ পায়ঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

3 years ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

27 minutes ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

1 hour ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

3 hours ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

3 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

4 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

4 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

4 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

5 hours ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

5 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

6 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

7 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঋণ লোৱা মানেই দুৰ্বল নুবুজায়, সফল লোকেহে ঋণ পায়ঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

editor by editor
March 15, 2023
in অসম, ৰাজনীতি
0
ঋণ লোৱা মানেই দুৰ্বল নুবুজায়, সফল লোকেহে ঋণ পায়ঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
0
SHARES
348
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত  কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা।
চৰকাৰে ভাল কাম কৰিলেও দোষ বিচাৰি থকাসকলে দোষ উলিয়াবই প্ৰকাশ।
ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত এতিয়া শান্তিৰ পৰিবেশ আহিছে।
বন্দুক লোৱাৰ নহয় বন্দুক ঘূৰাই দিয়াৰ প্ৰতিযোগিতা হৈছে ৰাজ্যত।
চাকৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, ১ লাখ চাকৰি কোনোবা চৰকাৰে দিব বুলি কোনেও ভবা নাছিল।
অসমত বৰ্তমান প্ৰায় ১২ লাখ নিবনুৱা যুৱক-যুৱতী আছে।
অসমত স্বচ্ছতাৰে কেতিয়াও এনেকৈ নিযুক্তি হোৱা নাছিল।
এইবাৰৰ নিযুক্তিত দুৰ্নীতি হোৱা বুলি কোনেও ক’ব নোৱাৰে।
পশ্চিমবংগত শিক্ষক নিযুক্তিৰ কেলেংকাৰী হৈছে অথচ আমাৰে বিধায়কে সেই চৰকাৰক সমৰ্থন কৰে।
লাচিত বৰফুকন সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে দিছে বিশেষ মন্তব্য।
লাচিত বৰফুকনক বিশ্ববাসীৰ সন্মুখত নিবলৈ অন্তৰৰ পৰা আবেগ থাকিব লাগিব।
প্ৰথমবাৰৰ বাবে চৰাইদেউৰ মৈদামক প্ৰধানমন্ত্ৰীয়ে মোদীয়ে স্বীকৃতি দিছে।
চৰকাৰে ধাৰ লোৱা বিষয়টোক লৈ মূৰ নঘমাবলৈকো আহ্বান মুখ্যমন্ত্ৰীৰ।
চৰকাৰে ধাৰ লৈছে, ধাৰ ঘূৰাই দিব নোৱাৰিলে ধাৰ দিব নেকি?
ঋণ লোৱা মানেই দুৰ্বল নুবুজাই, এজন সফল লোকেহে ঋণ পায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড
অসম

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

September 7, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ
ৰাজনীতি

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

September 5, 2026
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

September 5, 2026
Next Post
‘বাবা ধৰা পৰিলে হাত দাঙি দিয়া’ এনকাউণ্টাৰ ভাৱি চিন্তি কৰা বস্তু নহয়ঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

'বাবা ধৰা পৰিলে হাত দাঙি দিয়া’ এনকাউণ্টাৰ ভাৱি চিন্তি কৰা বস্তু নহয়ঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মানুহ মানুহ হৈ থকা নাই বাবেই ত্যাগ কৰিলে মানৱ সমাজ! ৩৫ বছৰে মানুহৰ পৰা আঁতৰি অৰণ্যত বাস কৰা কৈলাশ ভূঞা কোন?

মানুহ মানুহ হৈ থকা নাই বাবেই ত্যাগ কৰিলে মানৱ সমাজ! ৩৫ বছৰে মানুহৰ পৰা আঁতৰি অৰণ্যত বাস কৰা কৈলাশ ভূঞা কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.