• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানুহ মানুহ হৈ থকা নাই বাবেই ত্যাগ কৰিলে মানৱ সমাজ! ৩৫ বছৰে মানুহৰ পৰা আঁতৰি অৰণ্যত বাস কৰা কৈলাশ ভূঞা কোন?

মানুহ মানুহ হৈ থকা নাই বাবেই ত্যাগ কৰিলে মানৱ সমাজ! ৩৫ বছৰে মানুহৰ পৰা আঁতৰি অৰণ্যত বাস কৰা কৈলাশ ভূঞা কোন?

3 years ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

10 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

10 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

11 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

11 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

12 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

13 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

13 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

14 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

14 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

15 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

16 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মানুহ মানুহ হৈ থকা নাই বাবেই ত্যাগ কৰিলে মানৱ সমাজ! ৩৫ বছৰে মানুহৰ পৰা আঁতৰি অৰণ্যত বাস কৰা কৈলাশ ভূঞা কোন?

editor by editor
March 15, 2023
in অসম, জীৱনশৈলী
0
মানুহ মানুহ হৈ থকা নাই বাবেই ত্যাগ কৰিলে মানৱ সমাজ! ৩৫ বছৰে মানুহৰ পৰা আঁতৰি অৰণ্যত বাস কৰা কৈলাশ ভূঞা কোন?
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জামুগুৰিহাটৰ বটিয়াৰোকা নচিংটাপুৰ হাবিত এজন অৰণ্য মানৱ৷ গছৰ ওপৰতে চাংঘৰ সাজি ৩৫ বছৰে বাস কৰিছে কৈলাশ ভূঞাঁ নামৰ ব্যক্তিজনে। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বটিয়াৰোকা নচিংটাপুৰ ঘন অৰণ্যত কিয় মানুহৰ পৰা আঁতৰি জীৱজন্তুৰ সৈতে বাস কৰিছে কৈলাশ ভূঞাই? বিষয়টো সকলোৰেই দৃষ্টিগোচৰ হোৱাত সংবাদমাধ্যমৰ আগত মুখ খুলিছে কৈলাশ ভূঞাই।

বিগত ৩৫ বছৰৰো অধিক কাল ধৰি গছৰ ওপৰৰ চাংঘৰত বসবাস কৰি আহিছে কৈলাশ ভূঞাই। নিজ পৰিয়াল তথা মানৱ সমাজৰ পৰা নিলগত থকা এইগৰাকী ব্যক্তিয়ে সূদীৰ্ঘ ৩৫ বছৰো অধিক কাল ধৰি জীৱ জন্তু চৰাই চিৰিকটিৰেই সহবস্থান কৰি অহা পৰিলক্ষিত হৈছে ৷ জীৱজন্তুৰ সৈতে কথা পাতিব জনা এই এইগৰাকী কৈলাশ ভূঞাঁই পশু পক্ষীৰ সুৰক্ষাৰ স্বাৰ্থত নিজ এলেকাৰ হাবিত কোনো লোককেই সোমাবলৈ নিদিয়ে৷

গছৰ ওপৰতেই থকা-ৰান্ধি খোৱাৰ লগতে নিশা শুব পৰা সকলো সুবিধা কৰি লোৱা কৈলাশ ভূঞাই। মানৱ জাতিৰ অমানবীয় কাৰ্য সহ্য কৰিব নোৱাৰিয়েই এইদৰে জংঘলত বাস কৰিবলৈ লোৱা বুলিও জানবলৈ দিয়ে অৰণ্যমানৱ কৈলাশ ভূঞাই৷ সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ গীত শুনি ভালপোৱা অৰণ্যমানৱ কৈলাশ ভূঞাৰ জীৱন প্ৰণালীয়ে সকলোৱে আচৰিত কৰি তোলাও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!
জীৱনশৈলী

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

September 3, 2026
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি
অসম

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

September 3, 2026
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা
জীৱনশৈলী

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

September 3, 2026
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান
জীৱনশৈলী

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

September 3, 2026
Next Post
মুছলমান পৰিয়ালত তিনিদিনীয়া কাৰ্যসূচীৰে মনসা পূজা! পূজাক লৈ বিতৰ্কৰ সূত্ৰপাত, আঁৰত এইকেইটা কথা…

মুছলমান পৰিয়ালত তিনিদিনীয়া কাৰ্যসূচীৰে মনসা পূজা! পূজাক লৈ বিতৰ্কৰ সূত্ৰপাত, আঁৰত এইকেইটা কথা...

ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? সবিশেষ…

ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.