• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুছলমান পৰিয়ালত তিনিদিনীয়া কাৰ্যসূচীৰে মনসা পূজা! পূজাক লৈ বিতৰ্কৰ সূত্ৰপাত, আঁৰত এইকেইটা কথা…

মুছলমান পৰিয়ালত তিনিদিনীয়া কাৰ্যসূচীৰে মনসা পূজা! পূজাক লৈ বিতৰ্কৰ সূত্ৰপাত, আঁৰত এইকেইটা কথা…

4 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

5 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

5 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

6 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

6 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

7 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

7 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

8 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

8 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

9 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

10 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

12 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মুছলমান পৰিয়ালত তিনিদিনীয়া কাৰ্যসূচীৰে মনসা পূজা! পূজাক লৈ বিতৰ্কৰ সূত্ৰপাত, আঁৰত এইকেইটা কথা…

editor by editor
March 15, 2023
in অসম, জীৱনশৈলী, বিবিধ
0
মুছলমান পৰিয়ালত তিনিদিনীয়া কাৰ্যসূচীৰে মনসা পূজা! পূজাক লৈ বিতৰ্কৰ সূত্ৰপাত, আঁৰত এইকেইটা কথা…
0
SHARES
7.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ধুবুৰীৰ এটা মুছলমান পৰিয়ালত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে মনসা পূজাৰ। কবিৰাজৰ নিৰ্দেশ মানিয়েই আয়োজন কৰা হৈছে এই পূজাৰ। ধুবুৰীৰ মুছলমান পৰিয়ালটোৰ ঘৰত আয়োজন কৰা মনসা পূজা চাবলৈকে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে বিশেষ ঘৰত। কিন্তু কিয় মুছলমান পৰিয়ালে আয়োজন কৰিছে মনসা পুজাৰ?

ধুবুৰীৰ ছাগলচৰা গাঁৱৰ এটা মুছলমান পৰিয়ালত প্ৰায় ১০ বছৰ পূৰ্বৰে পৰা এজন এজন কৈ চাৰিজন কৈ লোকেই এটা চকুৰে দেখা নোপোৱা হৈছে। নিশা হলেই একেটা পৰিয়ালৰ চাৰিজনকৈ লোকে চকুৰে নেদেখা হৈ পৰে। বহু চিকিৎসা কৰিও সুফল লাভ নকৰাৰ পিছত পৰিয়ালৰ সদস্যসকলৰ দৃষ্টি ঘূৰাই আনিবলৈ পৰিয়াল টোৱে হাতত ললে অদ্ভুত উপায়।

পৰিয়ালৰ সদস্য সকলৰ দৃষ্টি ঘূৰাই পোৱাৰ আশাত মুছলমান পৰিয়ালটোৱে ঘৰতেই বিগত তিনিদিনে আৰম্ভ কৰিছে মা মনসাৰ পূজা অৰ্চনা। কিন্তু তিনিদিনে পূজা অৰ্চনা কৰিও ঘুৰাই নাপালে দৃষ্টি।

উল্লেখ্য যে পূজাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতেই একাংশই কৈছে যে, এই আধুনিকতাৰ যুগত কোনো ব্যক্তিৰ চকুৰ দৃষ্টি উভতাই আনিবলৈ আৰম্ভ হোৱা এনে কাৰ্য্যক শলাগিব পাৰিনে? বিজ্ঞান প্ৰযুক্তিৰ দিনত পূজা-পাতলেৰে দৃষ্টি ঘূৰাই আনিবলৈ লোৱা এই কাৰ্য্যক অন্ধবিশ্বাস বিয়পোৱা এক কাৰ্য বুলিয়েই প্ৰায়সংখ্যকেই উল্লেখ কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
Next Post
ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? সবিশেষ…

ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? সবিশেষ...

HSLCৰ পৰৱৰ্তী পৰীক্ষাৰ বাবে SEBAই জাৰি কৰিছে নতুন SOP, কি আছে SOPত জানি লওক…

HSLCৰ পৰৱৰ্তী পৰীক্ষাৰ বাবে SEBAই জাৰি কৰিছে নতুন SOP, কি আছে SOPত জানি লওক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.