• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
HSLCৰ পৰৱৰ্তী পৰীক্ষাৰ বাবে SEBAই জাৰি কৰিছে নতুন SOP, কি আছে SOPত জানি লওক…

HSLCৰ পৰৱৰ্তী পৰীক্ষাৰ বাবে SEBAই জাৰি কৰিছে নতুন SOP, কি আছে SOPত জানি লওক…

3 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

6 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

7 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

8 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

8 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

9 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

9 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

10 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

10 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

11 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

12 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

13 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

HSLCৰ পৰৱৰ্তী পৰীক্ষাৰ বাবে SEBAই জাৰি কৰিছে নতুন SOP, কি আছে SOPত জানি লওক…

editor by editor
March 15, 2023
in অসম, শিক্ষা
0
HSLCৰ পৰৱৰ্তী পৰীক্ষাৰ বাবে SEBAই জাৰি কৰিছে নতুন SOP, কি আছে SOPত জানি লওক…
0
SHARES
39.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
HSLCৰ পৰৱৰ্তী পৰীক্ষাৰ বাবে SEBAই জাৰি কৰিছে নতুন SOP৷
পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে SOPত লোৱা হৈছে কেইবাতৰপীয়া ব্যৱস্থা৷
HSLCৰ পৰৱৰ্তী পৰীক্ষাৰ বাবে SEBAই জাৰি কৰিছে নতুন SOP জাৰি৷
প্ৰতিখন থানা, আৰক্ষী চকীৰ বাবে নিযুক্তি দিয়া হ’ব শিক্ষা বিষয়া৷
শিক্ষা বিষয়াৰ অনুপস্থিতিত জ্যেষ্ঠ শিক্ষকক দিয়া হ’ব দায়িত্ব৷
থানা, আৰক্ষী চকীৰ পৰা প্ৰশ্নকাকত চমজি ল’ব তত্ত্বাৱধায়কে৷
উপস্থিত থাকিব লাগিব স্কুল পৰিদৰ্শকৰ মনোনীত বিষয়া৷
সঠিক পেকেটৰ সংখ্যা, ছীল, সকলো চাব লাগিব তত্ত্বাৱধায়কে৷
পৰীক্ষা নিয়ন্ত্ৰকে প্ৰতিটো শ্ৰেণীকোঠাৰ বাবে নিযুক্তি দিব নিৰীক্ষকে৷
মনোনীত বিষয়াই পৰীক্ষাৰ প্ৰতিটো দিশৰ তদাৰক কৰিব৷
পৰীক্ষা হলত সোমোৱাৰ পূৰ্বে পৰীক্ষাৰ্থীক চলোৱা হ’ব তালাচী৷
আৰক্ষীক সহযোগৰ বাবে নিযুক্তি দিয়া হ’ব কেন্দ্ৰ সহায়ক৷
প্ৰতিটো কোঠাৰ বাবে নিযুক্তি দিয়া হ’ব দুজনকৈ নিৰীক্ষক৷
পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হ’লে অতিৰিক্ত নিৰীক্ষকক দিয়া হ’ব দায়িত্ব৷
নকল কৰা পৰীক্ষাৰ্থীৰ ওপৰত লোৱা হ’ব কঠোৰ ব্যৱস্থা৷
নিৰীক্ষকে জালিয়াতি কৰিলে সন্মুখীন হ’ব শাস্তিৰ৷
বাহিৰৰ পৰা কোনো লোকে যোগান ধৰিব নোৱাৰিব নকল৷
পৰৱৰ্তী পৰীক্ষাৰ বাবে SEBAৰ সচিবৰ স্বাক্ষৰযুক্ত SOP প্ৰকাশ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’
বিনোদন

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

August 25, 2026
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
Next Post
‘এই বাজেট সম্প্ৰসাৰণৰ বাজেট!’ মেটমৰা প্ৰতিশ্ৰুতিৰে বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিলে বাজেট, বাজেটত কি কি ভালখবৰ ৰাজ্যবাসীলৈ?

'এই বাজেট সম্প্ৰসাৰণৰ বাজেট!’ মেটমৰা প্ৰতিশ্ৰুতিৰে বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিলে বাজেট, বাজেটত কি কি ভালখবৰ ৰাজ্যবাসীলৈ?

নিবনুৱা ১ লাখ যুৱক-যুৱতীলৈ ২ লাখ টকাৰ এককালীন পুঁজি! মহিলাসকলক ২৫ হাজাৰ টকা পৰ্যন্ত ঋণ মাফৰো আশ্বাস…

নিবনুৱা ১ লাখ যুৱক-যুৱতীলৈ ২ লাখ টকাৰ এককালীন পুঁজি! মহিলাসকলক ২৫ হাজাৰ টকা পৰ্যন্ত ঋণ মাফৰো আশ্বাস...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.