• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? সবিশেষ…

ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? সবিশেষ…

3 years ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

27 minutes ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

1 hour ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

2 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

3 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

3 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

4 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

4 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

5 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

6 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

7 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

7 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? সবিশেষ…

editor by editor
March 15, 2023
in Uncategorized, খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? সবিশেষ…
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চলিত বছৰত ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব মুছলমানসকলৰ পবিত্ৰ ৰোজামাহ ৰমজান। ২১ এপ্ৰিললৈ ৰোজা পালন কৰিব মুছলমান সম্প্ৰদায়ৰ প্ৰায়সকল লোকেই। এই সময়ছোৱাত সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে এটুপি পানী পৰ্যন্ত সেৱন নকৰে মুছলমান ধৰ্মাৱলম্বী লোকে। সন্ধিয়াৰ ভাগত লঘু খাদ্যগ্ৰহণেৰে উপবাস ভঙাটোৱেই ৰোজা মাহৰ পৰম্পৰা।

ৰমজানৰ এমাহ সময় উপবাস কৰাটো সাধাৰণ কথানে? ধৰ্মীয় ৰীতি অনুসাৰে এই মাহটো মুছলমানসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। অৱশ্যে এমাহ ধৰি উপবাসে থকাটো স্বাস্থ্যসন্মতনে? চিকিৎসকে ৰোজা ৰখা সন্দৰ্ভত কি কয়? চিকিৎসকৰ মতে ৰোজা ৰখাৰ আছে বহুকেইটা যোগাত্মক দিশ। শৰীৰ মন সুস্থ ৰাখিবৰ বাবে উপবাস জৰুৰীও। ৰমজানত উপবাসে থাকিলে শৰীৰৰ কি কি উপকাৰ হয়?

ডায়াবেটিছ নিয়ন্ত্ৰণ হয়
ডায়াবেটিছ আক্ৰান্ত ৰোগীৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে। ভাৰতক এই অসুখৰ ৰাজধানীয়েই বুলিব পাৰি। চিকিৎসকে জনোৱা অনুসৰি ৰোজা ৰাখিলে বা উপবাসে থাকিলে ব্লাড প্ৰেছাৰ আৰু চুগাৰ নিয়ন্ত্ৰণত থাকে। উপবাসে থাকিলে ইনছুলিনৰ কাৰ্যকাৰিতা শৰীৰত বৃদ্ধি পায়। যাৰফলত এজন লোকৰ ডায়াবেটিছত আক্ৰান্ত হোৱাৰ আশংকা কমি যায়। যিসকলৰ ইতিমধ্যে ডায়াবেটিছ আছে, তেঁওলোকে চুগাৰৰ ঔষধ খোৱাটোত হেমাহি কৰিব নালাগে। চিকিৎসকৰ পৰামৰ্শ মানিহে ৰমজান পালন কৰিব লাগে।

প্ৰেছাৰ আৰু কলেষ্টোৰেল নিয়ন্ত্ৰণত থাকে
সমগ্ৰ পৃথিৱীতেই হাৰ্টৰ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰোপৰি হাই ব্লাড প্ৰেছাৰ, কলেষ্টেৰল, ট্ৰাইগ্লিছাৰাইডছ আদি সমস্যাও বৃদ্ধি পাইছে। দেখা গৈছে যে নিয়মিতভাৱে উপবাস ৰাখিলে কলাষ্টেৰল, ট্ৰাইগ্লিছাৰাইডছ, হাই ব্লাড প্ৰেছাৰ কমে।

মস্তিষ্কৰ ক্ষমতা বৃদ্ধি কৰে
মস্তিষ্কৰ ক্ষমতা বৃদ্ধি কৰিব পাৰিলেই পৃথিৱী আপোনাৰ হাতত মুঠিত। সকলো স্থানতেই জ্ঞানী মানুহে সমাদৰ পায়। পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখিলে ব্ৰেইনৰো যথেষ্ট উন্নতি হয়। ফাষ্টিঙৰ জৰিয়তে ব্ৰেইনৰ গঠনগত পৰিবৰ্তন হয়।

ওজন নিয়ন্ত্ৰণত থাকে
ওজন বেছি হোৱাটো প্ৰায়সংখ্যক লোকৰেই এক প্ৰধান সমস্যা হৈ ধৰা দিছে। ৰমজান মাহত ফাষ্টিং কৰিলে ওজন নিয়ন্ত্ৰণত অনাটো সহজ হৈ পৰে। ওজন কমাবৰ বাবে এনেধৰণে উপবাস কৰিব পাৰে আপুনিও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

July 16, 2026
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন
জীৱনশৈলী

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

July 16, 2026
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!
জীৱনশৈলী

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

July 16, 2026
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
Next Post
HSLCৰ পৰৱৰ্তী পৰীক্ষাৰ বাবে SEBAই জাৰি কৰিছে নতুন SOP, কি আছে SOPত জানি লওক…

HSLCৰ পৰৱৰ্তী পৰীক্ষাৰ বাবে SEBAই জাৰি কৰিছে নতুন SOP, কি আছে SOPত জানি লওক...

‘এই বাজেট সম্প্ৰসাৰণৰ বাজেট!’ মেটমৰা প্ৰতিশ্ৰুতিৰে বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিলে বাজেট, বাজেটত কি কি ভালখবৰ ৰাজ্যবাসীলৈ?

'এই বাজেট সম্প্ৰসাৰণৰ বাজেট!’ মেটমৰা প্ৰতিশ্ৰুতিৰে বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিলে বাজেট, বাজেটত কি কি ভালখবৰ ৰাজ্যবাসীলৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.