• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰাগাৰত কয়দীৰ মাজত বিয়পিছে HIV! HIVত আক্ৰান্ত হৈছে ৪৩ গৰাকী কয়দী

কাৰাগাৰত কয়দীৰ মাজত বিয়পিছে HIV! HIVত আক্ৰান্ত হৈছে ৪৩ গৰাকী কয়দী

3 years ago
ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

17 minutes ago
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

59 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

1 hour ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

2 hours ago
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

2 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

3 hours ago
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

4 hours ago
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

5 hours ago
Image Source-PTI

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

5 hours ago
সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

6 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিৰ কৃপাই সলাব জীৱন, জানক কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

7 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাৰাগাৰত কয়দীৰ মাজত বিয়পিছে HIV! HIVত আক্ৰান্ত হৈছে ৪৩ গৰাকী কয়দী

editor by editor
April 9, 2023
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
কাৰাগাৰত কয়দীৰ মাজত বিয়পিছে HIV! HIVত আক্ৰান্ত হৈছে ৪৩ গৰাকী কয়দী
0
SHARES
391
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাৰাগাৰত HIV আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। এগৰাকী মহিলাসহ ৪৪ গৰাকী কয়দী আক্ৰান্ত হৈছে HIVত। এই ঘটনা উত্তৰাখণ্ডৰ কাৰাগাৰত। কিন্তু একেলগে কেনেকৈ ইমান কয়দী আক্ৰান্ত হ’ল HIVত? HIV আক্ৰান্ত আটাইকেইগৰাকী কয়দীকেই ভৰ্তি কৰোৱা হৈছে সুশীলা তিৱাৰী হাস্পতালত৷ তাতেই আটাইকেইগৰাকী কয়দীৰ চিকিৎসা চলিছে৷

হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি এই আটাইজন বন্দীয়েই মাদক দ্ৰব্য সেৱন কৰিছিল৷ একেলগে ইমান কেইগৰাকী বন্দী HIVত আক্ৰান্ত হোৱাত আটাইৰে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবেও জেল কৰ্তৃপক্ষক উপদেশ দিছে চিকিৎসালয় কৰ্তৃপক্ষই৷ সুশীলা তিৱাৰী হাস্পতালৰ চিকিৎসকে এই সন্দৰ্ভত কয়, ‘মাহত দুবাৰকৈ কয়দীসকলৰ স্বাস্থ্যপৰীক্ষা কৰাব লাগে৷ হাস্পতালৰ পৰা আমি এটা বিশেষ দল গঠনো কৰিছো৷ যিসকলে গৈ স্বাস্থ্যপৰীক্ষা কৰিব৷ যিসকলৰ সামান্য কিবা সমস্যা আছে সেইসকলক জে’লতেই ঔষধ দিয়া হ’ব৷’

কাৰাগাৰ সূত্ৰই জনোৱা অনুসৰি বিগত ফ্ৰেব্ৰুৱাৰীত ২৩ জন লোক আক্ৰান্ত হৈছিল HIVত৷ মাৰ্চত পুনৰ আক্ৰান্ত হৈছিল ১৭ গৰাকী৷ তাৰপূৰ্বে ১৪ গৰাকীৰ দেহত পোৱা গৈছিল এইডছৰ বীজাণু৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!
জীৱনশৈলী

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

April 22, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

April 22, 2026
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

April 22, 2026
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম
জীৱনশৈলী

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

April 22, 2026
Next Post
ৰাজ্যসভাৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চনৰ আজি ওপজা দিন! জয়া কিয় ইমান বদমেজাজী নিজেই খুলি ক’লে সকলো কথা…

ৰাজ্যসভাৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চনৰ আজি ওপজা দিন! জয়া কিয় ইমান বদমেজাজী নিজেই খুলি ক’লে সকলো কথা...

দাম শুনিলেই চকু কঁপালত উঠিব আপোনাৰ! দিল্লীৰ বিলাসী এলেকাত মোদীৰ ঘনিষ্ট অধিবক্তাই কিনিলে বিলাসী এপাৰ্টমেণ্ট

দাম শুনিলেই চকু কঁপালত উঠিব আপোনাৰ! দিল্লীৰ বিলাসী এলেকাত মোদীৰ ঘনিষ্ট অধিবক্তাই কিনিলে বিলাসী এপাৰ্টমেণ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.