• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যসভাৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চনৰ আজি ওপজা দিন! জয়া কিয় ইমান বদমেজাজী নিজেই খুলি ক’লে সকলো কথা…

ৰাজ্যসভাৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চনৰ আজি ওপজা দিন! জয়া কিয় ইমান বদমেজাজী নিজেই খুলি ক’লে সকলো কথা…

3 years ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

18 minutes ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

47 minutes ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

2 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

3 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

4 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

5 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

6 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

8 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

8 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাজ্যসভাৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চনৰ আজি ওপজা দিন! জয়া কিয় ইমান বদমেজাজী নিজেই খুলি ক’লে সকলো কথা…

editor by editor
April 9, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত, ৰাজনীতি
0
ৰাজ্যসভাৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চনৰ আজি ওপজা দিন! জয়া কিয় ইমান বদমেজাজী নিজেই খুলি ক’লে সকলো কথা…
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি অভিনেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ জয়া বচ্চনৰ আজি ওপজা দিন৷ দীৰ্ঘদিন ধৰি কোনোৱেই কেমেৰাৰ সন্মুখত দেখা নাই জয়াক, জন্মদিন প্ৰাকক্ষণত এই বিষয়টোক লৈয়ো চলিছে চৰ্চা৷

সাংবাদিকসকলকো প্ৰায় প্ৰতিসময়তে দুৰ্ব্যৱহাৰেই কৰে জয়াই৷ বদমেজাজী, ৰুক্ষ বুলি জয়া সকলোৰে মাজত পৰিচিত৷ জয়াৰ এনে ব্যৱহাৰৰ ভিডিঅ বহুসময়ত সামাজিক মাধ্যমত শ্বেয়াৰো হয়৷ জয়া ভীষণ মুডি বুলিও বহুতেই ক’ব খোজে৷ অৱশ্যে নিজৰ বক্তব্য, ভাৱধাৰাক লৈ সদা সচেতন জয়া৷ নোকোৱাকৈ যদি কোনোৱে ছবি তোলে জয়াই সেই বিষয়টোক একেবাৰেই পছন্দ নকৰে৷ কিয় এইবোৰ কামত ক্ষোভিত হয় জয়া তাৰো কাৰণ তেওঁ নিজেই বাখ্যাও কৰিছে৷

ভাইৰেল হৈছে জয়া বচ্চনৰ এক পুৰণি ভিডিঅ’৷ সেই ভিডিঅ’ ক্লিপটোত জয়াই কয়, ‘কোনোৱে যদি মোৰ চকুৰ সন্মুখত ভুল কৰে মই চুপ থাকিব নোৱাৰো৷ উত্তৰ দিলেহে শান্তি পাওঁ৷ আৰু উত্তৰ দিয়াটো উচিত বুলিয়েই মই ভাৱো৷ মই আগৰে পৰাই প্লেন কৰি একো নকৰো৷ যি কৰো বা কওঁ সকলো পৰিবেশৰ ওপৰত নিৰ্ভৰশীল৷ ইয়াৰোপৰি অন্য ফটুৱামীৰ উত্তৰ দিবলৈ বা শুনিবলৈ মোৰ হাতত সময়ো কম থাকে সেয়ে এইসমূহৰ উত্তৰ মই নিদিও৷ ইয়াৰ বাবে যদি মই বদমেজাজী তেন্তে মই বদমেজাজীয়েই৷’

আনহাতে মাক জয়াৰ খঙক লৈ তেওঁৰ কন্যা শ্বেতাই কয়, ‘নোকোৱাকৈ ফটো তোলাটো মায়ে একেবাৰেই পছন্দ নকৰে৷ খুব ভীৰ দেখিলে মায়ে উশাহ বন্ধ হোৱা যেন অনুভৱ কৰে৷ অত্যাধিক ভীৰ দেখিলে মাৰ মগজু গৰম হৈ যায়৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ
নিয়োগ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

October 5, 2026
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?
ভাৰত

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

October 5, 2026
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি
অসম

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
Next Post
দাম শুনিলেই চকু কঁপালত উঠিব আপোনাৰ! দিল্লীৰ বিলাসী এলেকাত মোদীৰ ঘনিষ্ট অধিবক্তাই কিনিলে বিলাসী এপাৰ্টমেণ্ট

দাম শুনিলেই চকু কঁপালত উঠিব আপোনাৰ! দিল্লীৰ বিলাসী এলেকাত মোদীৰ ঘনিষ্ট অধিবক্তাই কিনিলে বিলাসী এপাৰ্টমেণ্ট

শোকাবহ ঘটনা! পথাৰত পানী দিয়া মেচিনত সোমাই কিশোৰীৰ মৃত্যু

শোকাবহ ঘটনা! পথাৰত পানী দিয়া মেচিনত সোমাই কিশোৰীৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.