• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুলডজাৰ নে আইনী ব্যৱস্থা, শক্তিশালী হিন্দু নেতা হিমন্ত বিশ্ব নে যোগী, শ্বাহৰুখক আজিও কিয় চিনি নাপায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই, সকলো ভাঙি পাতি ক’লে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই

বুলডজাৰ নে আইনী ব্যৱস্থা, শক্তিশালী হিন্দু নেতা হিমন্ত বিশ্ব নে যোগী, শ্বাহৰুখক আজিও কিয় চিনি নাপায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই, সকলো ভাঙি পাতি ক’লে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই

3 years ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

34 minutes ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

1 hour ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

2 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

13 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

14 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

16 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

16 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

17 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

18 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

19 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

20 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বুলডজাৰ নে আইনী ব্যৱস্থা, শক্তিশালী হিন্দু নেতা হিমন্ত বিশ্ব নে যোগী, শ্বাহৰুখক আজিও কিয় চিনি নাপায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই, সকলো ভাঙি পাতি ক’লে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই

editor by editor
April 16, 2023
in অসম, ৰাজনীতি
0
বুলডজাৰ নে আইনী ব্যৱস্থা, শক্তিশালী হিন্দু নেতা হিমন্ত বিশ্ব নে যোগী, শ্বাহৰুখক আজিও কিয় চিনি নাপায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই, সকলো ভাঙি পাতি ক’লে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই
0
SHARES
280
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিমন্ত বিশ্ব শৰ্মা হিন্দুত্ববাদী নে মুছলমান বিৰোধী নেতা? শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে হিমন্ত বিশ্ব শৰ্মাই দেশৰ আগশাৰীৰ এক সংবাদগোষ্ঠীৰ আগত দিয়া এটা সাক্ষাৎকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সোধা হৈছিল যে তেওঁৰ দৃষ্টিত আটাইতকৈ পৰিপক্ক তথা গুৰুত্ব থকা ৰাজনৈতিক নেতা কোন? চিনাক্ত কৰিবলৈ তেওঁক দিয়া হৈছিল তিনিটা অপশ্ব্যন। য’ত নাম আছিল ৰাহুল গান্ধী, আছাউদ্দিন ওৱেছি আৰু অৰবিন্দ কেজৰিৱালৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰশ্নৰ উত্তৰত কয়, ‘এইসকলৰ মাজত কাকোৱেই ৰাজনেতা যেন নালাগে। পোনতেই যদি ৰাহুলৰ কথা কওঁ তেন্তে, ৰাহুলক নেতা বুলি কোনে ভাৱে। ইপিনে ওৱেচিৰ কথা যদি কওঁ ওৱেছি ৰাজনৈতিক নেতা কেনেকৈ হ’ব? ১-২ শতাংশ কট্টৰ মুছলিমেহে তেওঁক নেতা ভাৱে। আৰু অৰবিন্দ কেজৰিৱালক যদি চাওঁ তেওঁতো ফ্ৰি ইলেকট্ৰিছিটিৰ হে কিং। এওঁলোকৰ মাজত ৰাজনেতা ক’ত দেখিছে?’

ইপিনে ভীমাশংকৰক লৈয়ো প্ৰশ্ন সোধা হৈছিল মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীক সোধা হৈছিল, প্ৰকৃত ভীমাশংকৰ ক’ত আছে? অসমত নে মহাৰাষ্ট্ৰত? এই সন্দৰ্ভত উত্তৰত মুখ্যমন্ত্ৰী হিমন্তই কয়, ‘দুয়োটাতেই ভগৱান শিৱই বসবাস কৰে। আচল জ্যেতিৰ্লিংগ কোনটো ভগৱান শিৱই নিজেহে জানিব। তথাপিও মোৰ মতে ভীমাশংকৰ অসমতেই আছে। ইপিনে মহাৰাষ্ট্ৰৰ কিতাপতো হয়তো আছে এই জ্যোতিৰ্লিংগ তেওঁলোকৰ তাতেই আছে! মই এজন হিন্দু গতিকে দুয়োটা মন্দিৰতেই মোৰ আৰাধ্য দেৱতা আছে। মই পুনেতো যাওঁ, অসমৰ মন্দিৰতো যাওঁ। মহাৰাষ্ট্ৰৰ লোককো মই নিমন্ত্ৰণ জনাও, অসম আহক, ভীমাশংকৰ দৰ্শন কৰক।’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সোধা হৈছিল, তেওঁৰ মতে আটাইতকৈ শক্তিশালী হিন্দু নেতা কোন হিমন্ত বিশ্ব শৰ্মা নে যোগী আদিত্যনাথ? সেই প্ৰশ্নৰ উত্তৰত তেওঁ কয় মইতো এতিয়াহে বিজেপি দলত আহিছো। ২০১৪ ত মই আহিছো তেওঁ বহু পুৰণি নেতা লগতে তেওঁ এখন ডাঙৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মই এখন সৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী মোৰ সৈতে তেওঁৰ ক’ত তুলনা হ’ব। তেওঁ মোতকৈ শক্তিশালী নেতা হয়েই।’

আনহাতে মুখ্যমন্ত্ৰীক সোধা হৈছিল আপোনাৰ মতে ন্যায়িক ব্যৱস্থা কোনটো প্ৰকৃততে হ’ব লাগে, বুলড’জাৰ নে আইন? এই প্রশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘বুলড’জাৰো দেশৰ আইন ব্যৱস্থাৰেই অংশ। আমিও বুলড’জাৰেৰে হাজাৰ মানুহৰ ঘৰ ভাঙি দিছো। বেদখল কৰি ঘৰ বন্ধা এতিয়ালৈ ২০০০০ বিঘা মাটি মই বুল’ডজাৰ চলাইয়ে মোকলাইছো। ৫০,০০০ৰো অধিক ঘৰ মই বুল’ডজাৰেৰে ভাঙিছো কিন্তু ইয়াৰ আঁৰত আছে কৰ্টৰ অৰ্ডাৰকপি।’

বলীউডৰ খবৰতো দেশৰ চুপাৰষ্টাৰ অভিনেতাৰ কথা সোধা হৈছিল মুখ্যমন্ত্ৰী শৰ্মাক। তেওঁক অপশ্ব্যনত দিয়া হৈছিল তিনি খানৰ নাম। ছলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খান। ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ‘মই হিন্দী চিনেমা কম চাওঁ। আৰু চুপাৰষ্টাৰ মানেনো কি? মই এইসকল কোন চিনি নাপাও। অৱশ্যে আমিৰক মই জানো। তেওঁ অসমৰ বান সমস্যাৰ সময়ত চিএম ফাণ্ডত টকা ভৰাই দিয়ে। তেওঁৰ সৈতে অলপ অচৰপ কথা হৈছে। দ্বিতীয়তে ছলমানক মই অলপ জানো কিয়নো মোৰ পত্নীয়ে তেওঁৰ চিনেমা চায়। শ্বাহৰুখক মই জনা বেছিদিন হোৱা নাই। কিন্তু তেওঁলোকৰ পৃথিৱীত কিয় বিখ্যাত মই নাজানো। আমাৰ পৃথিৱী বেলেগ বেলেগ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী
অসম

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

June 17, 2026
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি
বিনোদন

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

June 16, 2026
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?
ভাৰত

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

June 16, 2026
শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ
বিশ্ব

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

June 15, 2026
Next Post
স্কুলীয়া ছাত্ৰৰ সৈতে লেথাৰিকৈ সংগম! ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ৬ শিক্ষয়িত্ৰী

স্কুলীয়া ছাত্ৰৰ সৈতে লেথাৰিকৈ সংগম! ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ৬ শিক্ষয়িত্ৰী

দুই কন্যাৰ হত্যাকাৰী মাতৃৰ ভাষ্য, ‘অন্য জাতৰ যুৱকেৰে প্ৰেম কৰিছে, ইঁহতৰ জীয়াই থকাৰ অধিকাৰ নাই’

দুই কন্যাৰ হত্যাকাৰী মাতৃৰ ভাষ্য, 'অন্য জাতৰ যুৱকেৰে প্ৰেম কৰিছে, ইঁহতৰ জীয়াই থকাৰ অধিকাৰ নাই’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.