অসম লাইভ২৪ঃ কিশোৰৰ সৈতে শাৰীৰিক সম্পৰ্ক! কেতিয়াবা যদি ক্লাছৰুমত কেতিয়াবা আকৌ ঘৰলৈ মাতি আনি শাৰীৰিক সম্পৰ্ক গঢ়িছিল শিক্ষয়িত্ৰীয়ে। নাবালকক বলপূৰ্বক সংগম কৰিবলৈ বাধ্য কৰোৱাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৬ গৰাকী শিক্ষয়িত্ৰীক।
৩৮ বছৰীয়া স্কুল শিক্ষয়িত্ৰীক ১৬ বছৰীয়া ছাত্ৰৰ বিৰুদ্ধে যৌন আতিশায্য চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনা USৰ। উডলন এলিমেণ্টৰী স্কুলত শিক্ষয়িত্ৰী হিচাপে আছিল মহিলাগৰাকী। ধৰ্ষণৰ অভিযোগত বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীক।
৬ গৰাকী মহিলাৰ বিৰুদ্ধে ফাৰ্ষ্ট ডিগ্ৰী ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে। এগৰাকী কিশোৰক বলপূৰ্বক শাৰীৰিক সম্পৰ্ক ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ৬গৰাকী শিক্ষয়িত্ৰী। বৰ্তমানলৈ আৰক্ষীয়ে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া দাঙি ধৰা নাই যদিও এই কেছ জামিনবিহীন বুলি প্ৰকাশ কৰিছে একাংশ অধিবক্তাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ