• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPLত অভিষেক ঘটিল শচীন পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ! কলকাতা নাইট ৰাইডাৰ্বিছৰ বিৰুদ্ধে খেলত নামিছে অৰ্জুন তেণ্ডুলকাৰ

3 years ago
এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

1 hour ago
শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

2 hours ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

3 hours ago
মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?

মাজনিশা হঠাৎ ভৰিৰ পেশি শিথিল হৈ পৰে? জানি থওক ইয়াৰ কাৰণ আৰু মুক্তিৰ উপায়

4 hours ago
ধনীয়া হৃদৰোগীৰ বাবেই উপকাৰী এনে নহয়, কৰ্কট প্ৰতিৰোধৰ বাবেও খাব পাৰে ধনীয়া পাত, আৰু কি কি উপকাৰীতা আছে ধনীয়াৰ?

5 hours ago
অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা

6 hours ago
শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

7 hours ago
একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPLত অভিষেক ঘটিল শচীন পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ! কলকাতা নাইট ৰাইডাৰ্বিছৰ বিৰুদ্ধে খেলত নামিছে অৰ্জুন তেণ্ডুলকাৰ

editor by editor
April 16, 2023
in ক্ৰীড়া, ভাৰত
0
IPLত অভিষেক ঘটিল শচীন পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ! কলকাতা নাইট ৰাইডাৰ্বিছৰ বিৰুদ্ধে খেলত নামিছে অৰ্জুন তেণ্ডুলকাৰ
0
SHARES
453
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আইপিএলত অভিষেক ঘটিল শচীন পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ। দেওবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে শচীন তেণ্ডুলকাৰৰ পুত্ৰই মুম্বাই ইণ্ডিয়ানছৰ হৈ প্ৰথম একাদশত সুযোগ লাভ কৰিছে।২০২১ ত প্ৰথম মুম্বাই ইণ্ডিয়ানছত স্থান পাইছিল অৰ্জুনে। সেই বৰ্ষত কিন্তু বিশেষ ফলাফল দেখুওৱাব নোৱাৰাৰ বাবে বিশেষ পৰিচিত হোৱা নাছিল অৰ্জুন। দলত থাকিলেও মূল একাদশত খেলিবলৈ সুযোগ পোৱা নাছিল অৰ্জুনে। ২৩ বছৰীয়া অৰ্জুনক এইবাৰ সুযোগ প্ৰদান কৰিছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে। অৰ্জুনক ক্ৰয় কৰিছে আইপিএলৰ মুম্বাই ফ্ৰেঞ্চাইজিয়ে। বেট-বল হাতত লৈ প্ৰথমৰ পৰাই আত্মবিশ্বাসী শচীন পুত্ৰ অৰ্জুন।

ঘৰুৱা ক্ৰিকেট দল মুম্বাইৰ হৈ খেলাৰ সুযোগ নোপোৱাৰ বাবে বিগত বৰ্ষত গোৱাৰ হৈ খেলিছিল অৰ্জুনে। বৰ্তমান পৰ্যন্ত ৫ খন মেচ খেলিছে অৰ্জুনে। ৫খন খেলত ৯টা উইকেট ল’বলৈ সক্ষম হৈছে অৰ্জুনে। ইপিনে ৰান লৈছে ১৫১। জীৱনৰ প্ৰথম মেচতেই শতৰান কৰিছে অৰ্জুনে। বাওঁহতীয়া বলাৰ অৰ্জুনে আজিৰ খেলত কেনে পাৰদৰ্শিতা দেখুওৱাব সেই বিষয়টোৰ ওপৰতে দৃষ্টি আৱদ্ধ এতিয়া প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?
জীৱনশৈলী

May 15, 2026
ধনীয়া হৃদৰোগীৰ বাবেই উপকাৰী এনে নহয়, কৰ্কট প্ৰতিৰোধৰ বাবেও খাব পাৰে ধনীয়া পাত, আৰু কি কি উপকাৰীতা আছে ধনীয়াৰ?
জীৱনশৈলী

ধনীয়া হৃদৰোগীৰ বাবেই উপকাৰী এনে নহয়, কৰ্কট প্ৰতিৰোধৰ বাবেও খাব পাৰে ধনীয়া পাত, আৰু কি কি উপকাৰীতা আছে ধনীয়াৰ?

May 15, 2026
অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ
জীৱনশৈলী

অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

May 15, 2026
শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ
জীৱনশৈলী

শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

May 15, 2026
Next Post
৯ ঘণ্টাত ৫৬ টা প্ৰশ্ন! কি কি প্ৰশ্ন সোধা হৈছিল কেজৰিৱালক? সবিশেষ…

৯ ঘণ্টাত ৫৬ টা প্ৰশ্ন! কি কি প্ৰশ্ন সোধা হৈছিল কেজৰিৱালক? সবিশেষ...

মঞ্চত অমিত শ্বাহ, মুকলি স্থানত জনতা! চৰকাৰী অনুষ্ঠানতেই মৃত্যু ৮গৰাকী লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন