• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯ ঘণ্টাত ৫৬ টা প্ৰশ্ন! কি কি প্ৰশ্ন সোধা হৈছিল কেজৰিৱালক? সবিশেষ…

৯ ঘণ্টাত ৫৬ টা প্ৰশ্ন! কি কি প্ৰশ্ন সোধা হৈছিল কেজৰিৱালক? সবিশেষ…

3 years ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

15 minutes ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

1 hour ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

3 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

3 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

4 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

5 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

6 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

6 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

7 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

8 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

9 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৯ ঘণ্টাত ৫৬ টা প্ৰশ্ন! কি কি প্ৰশ্ন সোধা হৈছিল কেজৰিৱালক? সবিশেষ…

editor by editor
April 17, 2023
in বিবিধ, ভাৰত, ৰাজনীতি
0
৯ ঘণ্টাত ৫৬ টা প্ৰশ্ন! কি কি প্ৰশ্ন সোধা হৈছিল কেজৰিৱালক? সবিশেষ…
0
SHARES
737
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দীৰ্ঘ ৯ঘণ্টা সময় চিবিআইৰ কাৰ্যালয়ৰ পৰা ওলাল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আৱকাৰী বিভাগৰ দুৰ্নীতিৰ অভিযোগত দেওবাৰে আম আদমী পাৰ্টীৰ মুখ্য তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক সোধপোছৰ বাবে মাতিছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থা। দেওবাৰে পুৱা ১১ বজাৰ পৰা নিশা ৮ বজালৈ চিবিআইয়ে জেৰা চলাই কেজৰিৱালক। চিবিআইৰ জেৰাৰ পৰা ওলাই দিল্লীৰ নিজা বাসগৃহত এখন সংবাদমেলো আয়োজন কৰে কেজৰিৱালে।

তেওঁ সংবাদমেল যোগে কয়, ‘সততাৰ সৈতে কোনো আপোচ নকৰো। সমগ্ৰ দেশৰ জনতাই মোৰ সৈতে আছে। মোক মুঠ ৫৬ টা প্ৰশ্ন সোধা হৈছিল। ২০২০ চনৰ পৰা কি কি উন্নয়ন কৰিছো সোধা হৈছিল। চিবিআইৰ অফিচাৰসকলেও মোৰ সৈতে সন্মানজনকভাৱেই কথা পাতিছে।’ ইপিনে আৱকাৰী বিভাগৰ দুৰ্নীতিৰ সম্পৰ্কত তেওঁ কয়, ‘আৱকাৰী বিভাগৰ দুৰ্নীতিৰ কথা একেবাৰেই মিছা। এয়া সম্পূৰ্ণৰূপে তেওঁলোকে নিজেই সৃষ্টি কৰি লোৱা এক বিষয়। আমি সৎ। সদায়ে জনতাৰ হৈয়ে কাম কৰিছো।’

সম্প্ৰতি জাতীয় দলত পৰিণত হৈছে আপ। এই সফলতাৰ মাত্ৰ ২টা দিন পাছতেই আৱকাৰী দুৰ্নীতিৰ বিষয়ত কেজৰিৱালক সোধপোছ কৰিছে চিবিআইয়ে। একেই গোচৰত বিগত ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীষ চিছোডিয়াক। সেইদিনটোও আছিল দেওবাৰেই। আৰু কালিৰ দিনটোত কেজৰীৱালক তলব কৰিছে আৰক্ষীয়ে। কেজৰীৱালক তলব কৰাৰ পাছতেই শংকিতও হৈ পৰিছিল দলটোৰ বিষয়ববীয়াসকল। কেজৰীৱালক তলৱ কৰাৰ পাছতেই চিবিআই কাৰ্যালয়ৰ সন্মুখত আপ নেতাই সাব্যস্ত কৰিছিল প্ৰতিবাদো। তাৰপাছতেই এলেকাটোত জাৰি কৰা হৈছিল ১৪৪ ধাৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য
বাণিজ্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

August 19, 2026
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’
বিনোদন

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

August 19, 2026
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ
বিনোদন

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
Next Post
মঞ্চত অমিত শ্বাহ, মুকলি স্থানত জনতা! চৰকাৰী অনুষ্ঠানতেই মৃত্যু ৮গৰাকী লোকৰ

মঞ্চত অমিত শ্বাহ, মুকলি স্থানত জনতা! চৰকাৰী অনুষ্ঠানতেই মৃত্যু ৮গৰাকী লোকৰ

পুত্ৰক কবৰ দিয়াৰ ১দিনৰ পাছতেই পুত্ৰৰ কবৰস্থানৰ কাষত কবৰ দিয়া হ’ল আতিকক! যোগী মন্ত্ৰীসভাৰ দুই মন্ত্ৰীয়ে কৈছে এয়া ঈশ্বৰৰ বিচাৰ, পাপ-পূণ্যৰ হিচাপ এই জনমতেই হয়’

পুত্ৰক কবৰ দিয়াৰ ১দিনৰ পাছতেই পুত্ৰৰ কবৰস্থানৰ কাষত কবৰ দিয়া হ’ল আতিকক! যোগী মন্ত্ৰীসভাৰ দুই মন্ত্ৰীয়ে কৈছে এয়া ঈশ্বৰৰ বিচাৰ, পাপ-পূণ্যৰ হিচাপ এই জনমতেই হয়’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.