• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুত্ৰক কবৰ দিয়াৰ ১দিনৰ পাছতেই পুত্ৰৰ কবৰস্থানৰ কাষত কবৰ দিয়া হ’ল আতিকক! যোগী মন্ত্ৰীসভাৰ দুই মন্ত্ৰীয়ে কৈছে এয়া ঈশ্বৰৰ বিচাৰ, পাপ-পূণ্যৰ হিচাপ এই জনমতেই হয়’

পুত্ৰক কবৰ দিয়াৰ ১দিনৰ পাছতেই পুত্ৰৰ কবৰস্থানৰ কাষত কবৰ দিয়া হ’ল আতিকক! যোগী মন্ত্ৰীসভাৰ দুই মন্ত্ৰীয়ে কৈছে এয়া ঈশ্বৰৰ বিচাৰ, পাপ-পূণ্যৰ হিচাপ এই জনমতেই হয়’

3 years ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

3 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

3 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

4 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

5 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

6 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

6 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

7 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

8 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

9 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

9 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

10 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পুত্ৰক কবৰ দিয়াৰ ১দিনৰ পাছতেই পুত্ৰৰ কবৰস্থানৰ কাষত কবৰ দিয়া হ’ল আতিকক! যোগী মন্ত্ৰীসভাৰ দুই মন্ত্ৰীয়ে কৈছে এয়া ঈশ্বৰৰ বিচাৰ, পাপ-পূণ্যৰ হিচাপ এই জনমতেই হয়’

editor by editor
April 17, 2023
in অপৰাধ, জীৱনশৈলী, ভাৰত
0
পুত্ৰক কবৰ দিয়াৰ ১দিনৰ পাছতেই পুত্ৰৰ কবৰস্থানৰ কাষত কবৰ দিয়া হ’ল আতিকক! যোগী মন্ত্ৰীসভাৰ দুই মন্ত্ৰীয়ে কৈছে এয়া ঈশ্বৰৰ বিচাৰ, পাপ-পূণ্যৰ হিচাপ এই জনমতেই হয়’
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গাওঁৰ কবৰখানাত শনিবাৰে আতিকৰ পুত্ৰক কবৰ দিয়া হৈছিল। আৰু কালি বিয়লীৰ ভাগত আতিককো পুত্ৰৰ কবৰস্থানৰ কাষতেই কবৰ দিয়া হয় আতিক আৰু আশ্ৰাফক। কটকটীয়া নিৰাপত্তাৰ মাজতেই দুই গেংষ্টাৰৰ শেষকৃত্য সম্পন্ন হয়। দেওবাৰে আতিক আৰু আশ্ৰাফৰ দেহ পৰিয়ালক গতাই দিছিল আৰক্ষীয়ে। এম্বুলেঞ্চেৰে প্ৰয়াগৰাজৰ পৰা নিজ গাঁৱলৈ লৈ যোৱা হৈছিল দুই গেংষ্টাৰৰ মৃতদেহ। দুয়োৰে শেষকৃত বিশেষ কোনো লোকৰ উপস্থিতি দেখা নগ’ল যদিও কেইগৰাকীমান আত্মীয় স্বজন উপস্থিত থাকে এই শেষকৃত অনুষ্ঠানত।

শনিবাৰে নিশা উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অন কেমেৰা দুৰ্বৃত্তই হত্যা কৰিছিল গেংষ্টাৰ আতিক আৰু আশ্ৰফক। সমাজবাদী পাৰ্টীৰ প্ৰাক্তন সাংসদ আছিল আতিক আৰু আশ্ৰফ। হত্যা হ’ব বুলি পুৰ্বেই উমান পায় আতিকে গুজৰাট কাৰাগাৰৰ পৰা উত্তৰপ্ৰদেশলৈ আহিব খোজা নাছিল আতিক। কিন্তু শেষ প্ৰযন্ত সেই আশংকাই সত্য প্ৰমানিত হয়। বিগত ১৩ এপ্ৰিলত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল আতিকৰ পুত্ৰ আছাদ আৰু তেওঁৰ সহযোগী গোলাম। শনিবাৰে আছাদৰ শেষকৃত সম্পন্ন হৈছিল।

বিএছপিৰ বিধায়ক ৰাজু পালৰ হত্যাৰ একমাত্ৰ সাক্ষী উমেশ পালৰ হত্যাকাণ্ডৰ অভিযুক্ত আছিল আতিক আৰু আছৰফ। ইপিনে আছাদ আৰু গোলামৰ বিৰুদ্ধেও হত্যাকাণ্ডত উপস্থিত থকাৰ অভিযোগ আছিল। কিন্তু আৰক্ষীৰ কটকটীয়া নিৰাপত্তাবেষ্টনীত দুই অপৰাধীক এনেকৈ কাষৰ পৰা গুলীয়াই যোৱা ঘটনাক লৈ সৰৱ হৈ পৰিছে বিৰোধী। ঘটনা সংঘটিত হোৱাৰ নিশাই মুখ্যমন্ত্ৰী যোগীয়ে এই ঘটনাৰ তদন্তৰ নিৰ্দেশো দিছে। উত্তৰপ্ৰদেশৰ ৭৫ খন জিলাত ১৪৪ ধাৰা বৰ্তমানো অব্যাহত আছে। প্ৰয়াগৰাজত বৰ্তমানো ইণ্টাৰনেট সেৱা ব্যাহত হৈ আছে।

আতিক আৰু আশ্ৰফক গুলী কৰি হত্যা কৰাৰ পাছতেই ‘জয় শ্ৰী ৰাম’ ধ্বনি দিছিল তিনি দুৰ্বৃত্তই। তিনি দুৰ্বৃত্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত তিনি দুৰ্বৃত্ত ক্ৰমে লৱলেশ তিৱাৰী, চানি আৰু মৌৰ্য। দেওবাৰে ধৃত তিনি হত্যাকাৰীক আদালতত হাজিৰ কৰোৱাৰ পাছতেই তিনিওকে ১৪ দিনৰ বাবে জে’ললৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে আদালতে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি এই ঘটনাত এগৰাকী সাংবাদিকে আঘাত পোৱাৰ বিপৰীতে এজন আৰক্ষী কনিষ্টবলো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

উল্লেখ্য যে নিহত আতিকৰ ওপৰত আছিল প্ৰায় ১০০ ৰো অধিক গোচৰ। ২০১৯ চনৰ পৰাই কাৰাগাৰত আছিল আতিক। প্ৰয়াগৰাজ চেণ্ট্ৰেল কাৰাগাৰৰ পৰা গুজৰাটৰ সাৱৰমতী কাৰাগাৰলৈ লৈ যোৱা হৈছিল আতিকক। কিন্তু শেহতীয়াভাৱে উমেশ পাল হত্যাৰ পাছতেই পুনৰ প্ৰয়াগৰাজলৈ লৈ অহা হৈছিল আতিকক। প্ৰয়াগৰাজলৈ অনাৰ সময়তে সাংবাদিকক আতিকে কৈছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁক হত্যা কৰিব বিচাৰিছে। আতিকক দুৰ্বৃত্তই হত্যা কৰাৰ পাছতেই উত্তৰপ্ৰদেশৰ বিত্তমন্ত্ৰী তথা বিজেপি নেতা সুৰেশ খান্নাই আতিক হত্যাক ‘ঈশ্বৰৰ বিচাৰ বুলি আখ্যা দিছে। বিত্তমন্ত্ৰী সুৰেশ খান্নাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া দি কয়, ‘এয়া ঈশ্বৰৰ বিচাৰৰ সলনি আন একো নহয়।’ ইয়াৰ পাছতেই যোগী মন্ত্ৰীসভাৰ আন এজন মন্ত্ৰীয়ে কয়, ‘পাপ পূণ্যৰ হিচাপ এই জন্মতেই হয়।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’
বিনোদন

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

September 1, 2026
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ
জীৱনশৈলী

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

September 1, 2026
Next Post
ঘড়ীৰ দাম ১৮ কোটি! আৰু কি কি মূল্যবান সম্পত্তি আছে আম্বানী পুত্ৰ অনন্তৰ হাতত?

ঘড়ীৰ দাম ১৮ কোটি! আৰু কি কি মূল্যবান সম্পত্তি আছে আম্বানী পুত্ৰ অনন্তৰ হাতত?

শতাধিক স্কুলীয়া ছাত্ৰীক ধৰ্ষণ! ভয়তে মুখ খোলা নাছিল কোনোৱে? কেনেকৈ ধৰা পৰিল দুই ধৃত? সবিশেষ…

শতাধিক স্কুলীয়া ছাত্ৰীক ধৰ্ষণ! ভয়তে মুখ খোলা নাছিল কোনোৱে? কেনেকৈ ধৰা পৰিল দুই ধৃত? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.