• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোটি টকাৰ ঘৰ সম্পত্তি! শেষ আশ্ৰয় এটা অন্ধকাৰ লকআপ! যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে চিকিৎসক দম্পতিৰ…

কোটি টকাৰ ঘৰ সম্পত্তি! শেষ আশ্ৰয় এটা অন্ধকাৰ লকআপ! যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে চিকিৎসক দম্পতিৰ…

3 years ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

19 minutes ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

37 minutes ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

1 hour ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

2 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

3 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

3 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

4 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

5 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

6 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

7 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

20 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কোটি টকাৰ ঘৰ সম্পত্তি! শেষ আশ্ৰয় এটা অন্ধকাৰ লকআপ! যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে চিকিৎসক দম্পতিৰ…

editor by editor
May 10, 2023
in অপৰাধ, অসম, গুৱাহাটী, জীৱনশৈলী
0
কোটি টকাৰ ঘৰ সম্পত্তি! শেষ আশ্ৰয় এটা অন্ধকাৰ লকআপ! যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে চিকিৎসক দম্পতিৰ…
0
SHARES
8.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কিমান নৃশংস হ’লে কণমানি শিশুক ইমান শাস্তি দিব পাৰে? সামাজিকভাৱে প্ৰতিপত্তিশালী দম্পতিৰ কাহিনী এতিয়া সকলোৰে মুখে মুখে। কণমানি শিশু দুটিক শাৰিৰীক, মানসিক অত্যাচাৰ চলাই আৰক্ষীৰ জিম্মাত আছে চিকিৎসক দম্পতি ৱালিউল আৰু সংগীতা। লকআপত থাকিলেও আভিজাত্যৰ মোহ এৰিব পৰা নাই চিকিৎসক দম্পতিয়ে। আৰক্ষীৰ ওচৰতেই বাৰে বাৰে আত্মহত্যাৰ চেষ্টা কৰিছে চিকিৎসক ৱালিউলে। মানসিকভাৱে ভাঙি পৰা ডাঃ ৱালিউলে নিজকে স্থিৰ কৰি ৰাখিবলৈ যোগাভ্যাসৰ আশ্ৰয় লৈছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

লকআপত তদন্তকাৰী আৰক্ষী দলক বালিউলে বাৰে বাৰে সুধিছে, ‘মোক এনকাউণ্টাৰ কৰিব নেকি?’ আৰক্ষীয়ে চিকিৎসক ৱালিউলক আশ্বাস দিছে, তদন্তত সহযোগিতা কৰি যাওক। তেনে কাম অসম আৰক্ষীয়ে নকৰে। আনহাতে মহিলা আৰক্ষী থানাৰ লকআপত থকা ডাঃ সংগীতাই বাৰে বাৰে নাম লৈছে উচ্চ পদবীধাৰী বিভিন্নজন লোকৰ। তেওঁক ফচাই দিয়া হৈছে সেই কথাকো বাৰে বাৰে উল্লেখ কৰিছে সংগীতাই। জেৰাৰ বাবে বাহিৰলৈ ওলাই আনোতেও সংগীতা তদন্তকাৰী আৰক্ষী বিষয়াৰ সৈতে তৰ্কত লিপ্ত হৈছে। লগতে আৰক্ষীকো প্ৰশ্ন কৰিছে সংগীতাই। কিয় সংগীতাক দাগী অপৰাধীৰ দৰে ব্যৱহাৰ কৰা হৈছে? উচ্চ পদবীধাৰী লোকসকলে এসময়ত তেওঁৰ সৈতে উঠা-বহা কৰি বিপদৰ সময়ত লগ এৰা বুলিও চিঞৰি চিঞৰি কৈছে ডাঃ সংগীতাই।

দুটাকৈ শিশুক অমানৱীয় শাস্তি দিয়া ডাঃ সংগীতা আৰু ডাঃ ৱালিউলৰ বেয়া দিন যেন আৰম্ভ হৈছে। সকলোৱে গৰিহণা দিছে, এয়া কৰ্মফল ভোগ কৰিছে ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে। মুখ্যমন্ত্ৰীয়েও দোষীৰ বিৰুদ্ধে ভালধৰণে তদন্ত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ অসম আৰক্ষীয়ে সাজু কৰিছে সকলো তদন্ত প্ৰক্ৰিয়া। সংগীতা দত্ত আৰু স্বামী ৱালিউল ইছলামৰ বিৰুদ্ধে পানী নসৰকা ছাৰ্জশ্বীট তৈয়াৰ কৰিব বুলিও জনাইছে অসম আৰক্ষীৰ তদন্তকাৰী দলে। চিকিৎসক দম্পতিৰ বিৰুদ্ধে ‘POCSO’ আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। DGP জি পি সিঙে এক সংবাদমেল যোগে সদৰি কৰিছে এই কথা।

POSCO আইনত যোগেদি ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে কি শাস্তি পাব? যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন, ২০১২ চমুকৈ POSCO আইন অনুসৰি ৮ বছৰৰ তলৰ সকলো শিশুক যৌন আতিশায্য, পৰ্ন’গ্ৰাফীৰ সৈতে জড়িত কৰালে এই আইনৰ জৰিয়তে সুৰক্ষা প্ৰদান কৰা হয়। এই আইনখনৰ জৰিয়তে অপৰাধীক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে অপৰাধ কিমান গুৰুতৰ তাৰ ওপৰত ভিত্তি কৰিয়েই শাস্তিৰ পৰিমাণ নিৰ্ণয় হয়।

আইনখনে অপৰাধীক জৰিমনা বিহাৰো বিধান দিছে। এই ক্ষেত্ৰত আদালতে সিদ্ধান্তৰ ওপৰতেই সেয়া নিৰ্ভৰশীল। যদি শিশুৰ বাবে বিশ্বাসযোগ্য অথবা শিশুৰ কৰ্তৃত্ব ল’ব পৰা ব্যক্তিয়ে শিশুৰ এটাৰ বিৰুদ্ধে এনে অপৰাধ সংঘটিত কৰে তেন্তে সেই অপৰাধক ‘গুৰুতৰ’ হিচাপে গণ্য কৰা হয়। আইনখনে নিৰ্ধাৰণ কৰা শাস্তিৰ ব্যৱস্থাসমূহ হ’লঃ

বলপূৰ্বক যৌন আতিশায্য অনুসৰি(৩ নং দফা) কমেও সাত বছৰৰ কাৰাদণ্ড হ’ব পাৰে। যি যাৱজ্জীৱন কাৰাদণ্ডলৈ বৃদ্ধি হ’ব পাৰে। জৰিমনা (৪ নং দফা) বলপূৰ্বক যৌন আক্ৰমণ (৫ নং দফা)-কমেও দহ বছৰৰ কাৰাদণ্ড, যি যাৱজ্জীৱন কাৰাদণ্ডলৈ বৃদ্ধি হ’ব পাৰে, আৰু জৰিমনা (৬ নং দফা), যৌন আক্ৰমণ (৭ নং দফা)-কমেও তিনি বছৰৰ কাৰাদণ্ড, যি পাঁচ বছৰলৈ বৃদ্ধি হ’ব পাৰে, আৰু জৰিমনা (৮ নং দফা), গুৰুতৰ যৌন আক্ৰমণ (৯ নং দফা)- কমেও পাঁচ বছৰৰ কাৰাদণ্ড, যি সাত বছৰলৈ বৃদ্ধি হ’ব পাৰে আৰু জৰিমনা (১০ নং দফা), শিশুক পৰ্ন’গ্ৰাফিক উদ্দেশ্যত ব্যৱহাৰ (১৩ নং দফা)-পাঁচ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা তথা পুনৰ দোষী সাব্যস্ত হ’লে সাত বছৰৰ কাৰাদণ্ড আৰু জৰিমনা (১৪ (১) নং দফা)

উল্লেখ্য যে, এই সকলোবোৰ দিশলৈ চাই কব পাৰি যে, কমেও সাত বছৰৰ কাৰাদণ্ড দিব পাৰে চিকিৎসক দম্পতিক। অৱশ্যে এতিয়ালৈকে আইনী সকলো দিশ পোহৰলৈ অহা নাই। প্ৰত্যেক সময়তে এটাৰ পাছত আনটো নাটক কৰিবলৈ আৰম্ভ কৰিছে চিকিৎসক দম্পতিয়ে। অৱশ্যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে সদৰি কৰিছে যে, কঠোৰৰ পৰা কঠোৰ শাস্তিৰ বাবে ইতিমধ্যে অসম আৰক্ষী সাজু হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

October 13, 2026
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন
অসম

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

October 13, 2026
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত
জীৱনশৈলী

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

October 13, 2026
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!
জীৱনশৈলী

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

October 13, 2026
Next Post
‘কিমান দিননো জীয়াম? জীয়াই থকালৈকে একেলগেই কটাম, হাতে হাত ধৰি মৃত্যুলৈ বাট চাম৷’ অন্তঃসত্ত্বা প্রেমিকাক এৰি গৈছিল, ৭০ বছৰ পাছত ফেছবুকে একলগ কৰিলে প্ৰেমিক যুগলক…

‘কিমান দিননো জীয়াম? জীয়াই থকালৈকে একেলগেই কটাম, হাতে হাত ধৰি মৃত্যুলৈ বাট চাম৷’ অন্তঃসত্ত্বা প্রেমিকাক এৰি গৈছিল, ৭০ বছৰ পাছত ফেছবুকে একলগ কৰিলে প্ৰেমিক যুগলক...

বিবাহৰ ফটোশ্বুট কৰি বিপদত যুৱক! বিবাহ বিচ্ছেদৰ পাছত ফটোশ্বুটৰ বাবে ফটোগ্ৰাফাৰক দিয়া ধন উভতাই বিচাৰিলে তৰুণীয়ে, তাৰপিছত?

বিবাহৰ ফটোশ্বুট কৰি বিপদত যুৱক! বিবাহ বিচ্ছেদৰ পাছত ফটোশ্বুটৰ বাবে ফটোগ্ৰাফাৰক দিয়া ধন উভতাই বিচাৰিলে তৰুণীয়ে, তাৰপিছত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.