• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক বিক্ৰি হয় ১১৫ কোটি টকাৰ সুৰা! সুৰাপানেৰে অভিলেখ গঢ়িছে ভাৰতৰ এইখন ৰাজ্যই…

দৈনিক বিক্ৰি হয় ১১৫ কোটি টকাৰ সুৰা! সুৰাপানেৰে অভিলেখ গঢ়িছে ভাৰতৰ এইখন ৰাজ্যই…

3 years ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

23 minutes ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

1 hour ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

2 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

2 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

4 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

5 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

6 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

7 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

19 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

20 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক বিক্ৰি হয় ১১৫ কোটি টকাৰ সুৰা! সুৰাপানেৰে অভিলেখ গঢ়িছে ভাৰতৰ এইখন ৰাজ্যই…

editor by editor
May 12, 2023
in জীৱনশৈলী, ভাৰত
0
দৈনিক বিক্ৰি হয় ১১৫ কোটি টকাৰ সুৰা! সুৰাপানেৰে অভিলেখ গঢ়িছে ভাৰতৰ এইখন ৰাজ্যই…
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সুৰা বিক্ৰিৰে অভিলেখ গঢ়িলে উত্তৰপ্ৰদেশে। বিগত কেইবাবছৰ ধৰি যোগীৰাজ্যই সুৰা বিক্ৰিত অভিলেখ গঢ়িছে। ৰাজ্যৰ আৱকাৰী দফতৰৰ পৰিসংখ্যাত প্ৰকাশ পোৱা অনুসৰি উত্তৰ প্ৰদেশত দৈনিক ১০ কোটিৰো অধিক টকাৰ সুৰা বিক্ৰি হয়। সাম্প্ৰতিক এক ৰিপোৰ্টত প্ৰকাশ পোৱা তথ্যই সকলোৰে চকু কঁপালত তুলিছে। ৰিপোৰ্টত প্ৰকাশ পোৱা অনুসৰি বৰ্তমান যোগী ৰাজ্যত দৈনিক প্ৰায় ১১৫ কোটি টকাৰ সুৰা বিক্ৰি হয়।

চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনৰ প্ৰতিটো জিলাতেই প্ৰতিদিনে গড়ে ২.৫ ৰ পৰা ৩ কোটি টকাৰ সুৰা বিক্ৰি হয়। দুবছৰ পূৰ্বে উত্তৰপ্ৰদেশত দৈনিক বিক্ৰি হৈছিল ৮৫ কোটি টকাৰ সুৰা। তেতিয়াৰে পৰা বৰ্তমানলৈ সুৰা বিক্ৰিৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। এই সূত্ৰই প্ৰকাশ কৰা মতে ৰাজ্যখনৰ বহুকেইখন জিলাত ১২ ৰ পৰা ১৫ কোটি টকাৰ সুৰা বিক্ৰি হয়। প্ৰয়াগৰাজত দৈনিক ৪.৫ কোটি টকাৰ সুৰা বিক্ৰি হয়। আগ্ৰাত দৈনিক ১২-১৩ কোটি, লক্ষ্নৌত ১০-১২ কোটি, কানপুৰত ৮-১২ কোটি আৰু বাৰাণসীত ৬-৮ কোটি টকাৰ সুৰা বিক্ৰি হয়।

উল্লেখ্য যে উত্তৰপ্ৰদেশত কোনবোৰ সুৰাৰ চাহিদা বেছি সেই সম্পৰ্কেও এক তথ্য প্ৰকাশ পাইছে। বিগত ৩-৪ বছৰ ধৰি উত্তৰপ্ৰদেশৰ সকলো জিলাতেই সুৰা আৰু বিয়েৰ খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে। আৱকাৰী বিভাগৰ এক তথ্যই প্ৰকাশ কৰা মতে উত্তৰপ্ৰদেশৰ মানুহ আৰ্থিকভাৱে স্বচ্ছল হৈছে।ফলত সুৰা সেৱনৰ প্ৰৱণতাও বাঢ়িছে। ইয়াৰোপৰি ৰাজ্যখনত সুৰাৰ সামাজিক গ্ৰহণযোগ্যতা বাঢ়িছে। কেৱল উৎসৱ পাৰ্বনেই নহয় দৈনিক ক্লান্তি দুৰ কৰিবলৈ বহুতেই সুৰা সেৱনৰ অভ্যাস গঢ়ি তোলা বুলি সমীক্ষাত প্ৰকাশ হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!
জীৱনশৈলী

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

July 27, 2026
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

July 27, 2026
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!
ভাৰত

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

July 27, 2026
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

July 27, 2026
Next Post
সমগ্ৰ দেশতেই চলিলেও দিদিৰ এলেকাত নচলিব! ‘দ্যা কেৰালা ষ্টৰী’ পশ্চিমবংগত কিয় নিষিদ্ধ উচ্চতম ন্যায়ালয়ে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিলে মমতা চৰকাৰক

সমগ্ৰ দেশতেই চলিলেও দিদিৰ এলেকাত নচলিব! 'দ্যা কেৰালা ষ্টৰী’ পশ্চিমবংগত কিয় নিষিদ্ধ উচ্চতম ন্যায়ালয়ে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিলে মমতা চৰকাৰক

পানীত ডুব গ’লেও একো নহয়! ৬০ বছৰ পুৰণি এটা ঘড়ী ৪১ লাখতকৈয়ো অধিক দৰত নিলামত উঠিল

পানীত ডুব গ’লেও একো নহয়! ৬০ বছৰ পুৰণি এটা ঘড়ী ৪১ লাখতকৈয়ো অধিক দৰত নিলামত উঠিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.