• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমগ্ৰ দেশতেই চলিলেও দিদিৰ এলেকাত নচলিব! ‘দ্যা কেৰালা ষ্টৰী’ পশ্চিমবংগত কিয় নিষিদ্ধ উচ্চতম ন্যায়ালয়ে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিলে মমতা চৰকাৰক

সমগ্ৰ দেশতেই চলিলেও দিদিৰ এলেকাত নচলিব! ‘দ্যা কেৰালা ষ্টৰী’ পশ্চিমবংগত কিয় নিষিদ্ধ উচ্চতম ন্যায়ালয়ে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিলে মমতা চৰকাৰক

3 years ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

12 minutes ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

40 minutes ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

1 hour ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

2 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

3 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

4 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

5 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

6 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

7 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সমগ্ৰ দেশতেই চলিলেও দিদিৰ এলেকাত নচলিব! ‘দ্যা কেৰালা ষ্টৰী’ পশ্চিমবংগত কিয় নিষিদ্ধ উচ্চতম ন্যায়ালয়ে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিলে মমতা চৰকাৰক

editor by editor
May 12, 2023
in চিনেমা, বিবিধ, ভাৰত
0
সমগ্ৰ দেশতেই চলিলেও দিদিৰ এলেকাত নচলিব! ‘দ্যা কেৰালা ষ্টৰী’ পশ্চিমবংগত কিয় নিষিদ্ধ উচ্চতম ন্যায়ালয়ে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিলে মমতা চৰকাৰক
0
SHARES
182
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘দ্যা কেৰালা ষ্টৰী’ নিষিদ্ধ কৰাক লৈ এইবাৰ উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰিছে পশ্চিমবংগ চৰকাৰক। সমগ্ৰ দেশতেই চিনেমাখন চলি থকাৰ সময়তে পশ্চিমবংগত ‘দ্যা কেৰালা ষ্টৰী’ নিষিদ্ধ ঘোষণা কৰিছিল মমতা শাসনাধীন চৰকাৰে। পশ্চিমবংগই কিয় চিনেমাখন নিষিদ্ধ কৰিলে? এই প্ৰশ্ন মমতা চৰকাৰক কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ প্রধান বিচাৰপতি ডিৱাই চন্দ্ৰচূড়ৰ বিশেষ বিচাৰপীঠে।

‘দ্যা কেৰালা ষ্টৰী’ নিষিদ্ধ কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল চিনেমাখনৰ নিৰ্মাতাসকল। সেই গোচৰৰ ভিত্তিতেই পশ্চিমবংগ চৰকাৰক চিনেমাখন নিষিদ্ধ কৰাৰ কাৰণ দৰ্শাবলৈ জাননী প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে। কেৱল পশ্চিমবংগই নহয়, চিনেমাখন নিষিদ্ধ হৈছে তামিলনাডুতো। তামিলনাডু চৰকাৰলৈকো জাননী প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে।

চিনেমাৰ প্ৰযোজকৰ সৈতে আদালতত প্ৰশ্ন উত্থাপন কৰিছিল অধিবক্তা হৰিছ ছালভেই। তেওঁ আদালতত কয়, ‘আইন শৃংখলাৰ কথা কৈ মমতা চৰকাৰে চিনেমাখনৰ সম্প্ৰচাৰ বন্ধ কৰি দিছিল। কিন্তু দেশৰ অন্যপ্ৰান্ততো এই ছবি চলি আছে। আন ৰাজ্যসমূহত এই সমস্যাই দেখা দিয়া নাই। তেন্তে পশ্চিমবংগতেই কিয় সমস্যা হোৱাৰ আশংকা কৰিছে?’

ইফালে মমতা চৰকাৰৰ হৈ আদালতত উপস্থিত থকা অধিবক্তা অভিষেক মনু সিংভিয়ে কয়, ‘চিনেমাখন চলিলেই ৰাজ্যত আইন শৃংখলা নিয়ন্ত্ৰণত সমস্যাই দেখা দিব পাৰে সেই আশংকাতেই আমাৰ ৰাজ্যত চিনেমাখন বন্ধ ৰখা হৈছে।’ দুইপক্ষৰ প্ৰশ্ন আৰু উত্তৰ শুনাৰ পাছতেই আদালত ন্যায়াধীশে কয়, ‘চিনেমাখন সমগ্ৰ দেশতেই চলি আছে। পশ্চিমবংগ দেশৰ বাহিৰৰ ৰাজ্য নহয়। কিয় পশ্চিমবংগত এই চিনেমা নিষিদ্ধ কৰা হ’ল?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?
বাণিজ্য

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

July 27, 2026
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!
জীৱনশৈলী

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

July 27, 2026
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

July 27, 2026
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

July 27, 2026
Next Post
পানীত ডুব গ’লেও একো নহয়! ৬০ বছৰ পুৰণি এটা ঘড়ী ৪১ লাখতকৈয়ো অধিক দৰত নিলামত উঠিল

পানীত ডুব গ’লেও একো নহয়! ৬০ বছৰ পুৰণি এটা ঘড়ী ৪১ লাখতকৈয়ো অধিক দৰত নিলামত উঠিল

পদুম দলিয়াই হাতত ধৰিলে কৰ্ণাটকবাসীয়ে! চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ আগবাঢ়িছে…

পদুম দলিয়াই হাতত ধৰিলে কৰ্ণাটকবাসীয়ে! চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ আগবাঢ়িছে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.