• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিহাৰৰ ভাগলপুৰৰ ভাগি পৰা দলঙৰ আঁৰৰ ৰহস্য কি?

বিহাৰৰ ভাগলপুৰৰ ভাগি পৰা দলঙৰ আঁৰৰ ৰহস্য কি?

3 years ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

38 minutes ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

1 hour ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

2 hours ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

3 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

11 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

12 hours ago
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

13 hours ago
৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

14 hours ago
এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

14 hours ago
এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

15 hours ago
Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

16 hours ago
ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

বিহাৰৰ ভাগলপুৰৰ ভাগি পৰা দলঙৰ আঁৰৰ ৰহস্য কি?

editor by editor
June 5, 2023
in প্ৰযুক্তি, ভাৰত, ৰাজনীতি
0
বিহাৰৰ ভাগলপুৰৰ ভাগি পৰা দলঙৰ আঁৰৰ ৰহস্য কি?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দেওবাৰে বিয়লিভাগত বিহাৰৰ ভাগলপুৰত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। হঠাৎ খহি পৰে গংগা নদীৰ ওপৰত থকা এখন নিৰ্মীয়মান দলঙৰ একাংশ। বিহাৰৰ খগড়িয়া-ভাগলপুৰ সংযোগী এই দলঙ হঠাৎ ভাঙি পৰাক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চ্যলকৰ দুৰ্ঘটনা। অৱশ্যে এই দুৰ্ঘটনাত হতাহতি হোৱা নাই কোনো লোকৰ। ২০১৪ চনত ভাগলপুৰৰ এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। ইয়াৰ পূৰ্বে ২০২১ চনত ধুমুহাৰ বাবে ভাঙি গৈছিল দলংখনৰ কিছু অংশ। ১৭০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দলঙখনৰ এটা অংশ ভাগি পৰাৰ পিছতে এতিয়া বিহাৰৰ ৰাজনৈতিক মহলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। বিৰোধীয়ে তীব্ৰ সমালোচনা কৰাৰ পিছতে উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে সংবাদমেল সম্বোধন কৰি কয় যে, দলংখনৰ নিৰ্মাণত কিছু বিসংগতি আছিল। মই বিৰোধীত থাকোতে এই বিষয়ে আমি উল্লেখ কৰিছিলো। চৰকাৰ গঠন কৰিয়েই আমি দলং নিৰ্মাণৰ ওপৰত এক তদন্ত ঘোষণা কৰিছিলো। তদন্তৰ সম্পূৰ্ণ প্ৰতিবেদন এতিয়াও লাভ কৰা নাই যদিও প্ৰাথমিক তদন্তত দলংখনৰ নিৰ্মাণত যে বিসংগতি আছে সেয়া স্পষ্ট হৈ উঠিছে। সেয়ে দলংখনক ইচ্ছাকৃতভাৱে ধ্বংস কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

June 29, 2026
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?
ৰাজনীতি

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

June 29, 2026
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?
নিয়োগ

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

June 29, 2026
এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা
জীৱনশৈলী

এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

June 29, 2026
Next Post
বুকুৰ বিষ মানেই হৃদৰোগ নহয়! হাওঁফাওঁৰ সংক্ৰমণ হ’লেও হ’ব পাৰে বুকু বিষ, লক্ষণসমূহ কেনেকৈ বুজিব?

বুকুৰ বিষ মানেই হৃদৰোগ নহয়! হাওঁফাওঁৰ সংক্ৰমণ হ’লেও হ’ব পাৰে বুকু বিষ, লক্ষণসমূহ কেনেকৈ বুজিব?

হাস্পতালৰ বিচনাত এখন ভৰিৰে ছটফটাই আছে কৰমণ্ডল এক্সপ্ৰেছৰ চালক, বাৰে বাৰে অজ্ঞান হৈ পৰা চালকে কেনেদৰে দিছে শিঁহৰণকাৰী নিশাটোৰ বৰ্ণনা?

হাস্পতালৰ বিচনাত এখন ভৰিৰে ছটফটাই আছে কৰমণ্ডল এক্সপ্ৰেছৰ চালক, বাৰে বাৰে অজ্ঞান হৈ পৰা চালকে কেনেদৰে দিছে শিঁহৰণকাৰী নিশাটোৰ বৰ্ণনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.