• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাস্পতালৰ বিচনাত এখন ভৰিৰে ছটফটাই আছে কৰমণ্ডল এক্সপ্ৰেছৰ চালক, বাৰে বাৰে অজ্ঞান হৈ পৰা চালকে কেনেদৰে দিছে শিঁহৰণকাৰী নিশাটোৰ বৰ্ণনা?

হাস্পতালৰ বিচনাত এখন ভৰিৰে ছটফটাই আছে কৰমণ্ডল এক্সপ্ৰেছৰ চালক, বাৰে বাৰে অজ্ঞান হৈ পৰা চালকে কেনেদৰে দিছে শিঁহৰণকাৰী নিশাটোৰ বৰ্ণনা?

3 years ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

29 minutes ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

1 hour ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

2 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

3 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

3 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

4 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

4 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

22 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

22 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

23 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

23 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাস্পতালৰ বিচনাত এখন ভৰিৰে ছটফটাই আছে কৰমণ্ডল এক্সপ্ৰেছৰ চালক, বাৰে বাৰে অজ্ঞান হৈ পৰা চালকে কেনেদৰে দিছে শিঁহৰণকাৰী নিশাটোৰ বৰ্ণনা?

editor by editor
June 5, 2023
in জীৱনশৈলী, ভাৰত
0
হাস্পতালৰ বিচনাত এখন ভৰিৰে ছটফটাই আছে কৰমণ্ডল এক্সপ্ৰেছৰ চালক, বাৰে বাৰে অজ্ঞান হৈ পৰা চালকে কেনেদৰে দিছে শিঁহৰণকাৰী নিশাটোৰ বৰ্ণনা?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শুকুৰবাৰে সংঘটিত ট্ৰেইন দুৰ্ঘটনাৰ বিভীষিকা যেন এতিয়াও ক্ষাম কটা নাই। কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাৰ পাছত চালক দুজন কেনে আছে সেই সম্পৰ্কে জানিবলৈ বহুজনেই আগ্ৰহীও হৈ আছে। দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছে চালক জে এন মোহান্তি আৰু সহকাৰী চালক এইচ বেহাৰাৰ। বৰ্তমান দুয়োগৰাকীয়েই ওড়িশাৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে।

ওড়িশাৰ এক সংবাদমাধ্যমে প্ৰকাশ কৰা অনুসৰি চালকজনৰ বাওঁ ভৰিখন সম্পূৰ্ণ চিঙি গৈছে। জ্ঞান ঘূৰাই পাইছে যদিও মানসিকভাৱে তেওঁ বৰ্তমানো সুস্থিৰ নহয়। মানসিকভাৱে বিধ্বস্ত হৈ পৰা চালক জে এন মোহান্তিক চিকিৎসকে প্ৰত্যেকসময়তেই পৰ্যবেক্ষণ কৰি আছে। ইফালে সহকাৰী চালকৰ অৱস্থাও অতি সংকটজনক। তেওঁক বৰ্তমানো আইচিইউত ৰখা হৈছে।

শুকুৰবাৰে সন্ধিয়া ৬ বাজি ৫৫ মিনিটত সংঘটিত দুৰ্ঘটনাটোত চেন্নাইগামী কৰমণ্ডল এক্সপ্ৰেছৰ ডবা লাইনচ্যুত হৈছিল। দুৰ্ঘটনাগ্ৰস্থ হৈছিল বাংগালুৰু-হাওৰা ছুপাৰফাৰ্ষ্ট এক্সপ্ৰেছো। দুৰ্ঘটনাত এখন মালবাহী ৰে’লৰ ওপৰত উঠি যায় কৰমণ্ডল এক্সপ্ৰেছৰ ডবা। বৰ্তমানলৈ দুৰ্ঘটনাটোত ২৮৮ গৰাকী লোকৰ মৃত্যু হৈছে। ৰে’ল দুৰ্ঘটনাৰ সমস্ত তদন্তৰ দায়িত্ব চিবিআইৰ হাতত তুলি দিছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ৰে’ল বৰ্ডৰ সদস্য জয়া বৰ্মা সিনহাই কৈছে, ‘চালকে জনোৱামতে দুৰ্ঘটনাৰ ঠিক আগতে লাইনৰ ছিগনেল গ্ৰীণেই পাইছিল। আপ লাইনৰ ছিগনেল গ্ৰীণ দেখিয়েই গাড়ী লুপ লাইন সোমাই যাওঁতেই দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰাথমিকভাৱে আমি ভাৱিছো ইয়াত চালকৰ দোষ নাই। যশৱন্তপুৰ এক্সপ্ৰেছৰ টি টিয়ে জনাইছে যে পিছফালৰ পৰা তেওঁ বিকট চিঞৰ শুনা পাইছিল। তেতিয়াই বুজি উঠিছিল কিবা এটা হৈছে। এ-১ ডবাৰ দুটা পাৰ্টতেই গাৰ্ডসকল আছিল। সেই ডবা দুটাই প্ৰথম লাইনচ্যুত হয়।

দুৰ্ঘটনাৰ ৫১ ঘণ্টা পাছত দেওবাৰে নিশা ১০. ৪০ ত বালাছ’ৰৰ ৰেলপথত আকৌ মালবাহী ৰে’ল চলোৱা হৈছে। প্ৰথমে ডাউন লাইন দিয়েই মালবাহীখন পঠিওৱা হয়। তাৰপিছতেই আপ লাইনেৰেও নিশা প্ৰায় ১২.৫ ত আন এখন ট্ৰেইন পঠিওৱা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা
জীৱনশৈলী

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক
জীৱনশৈলী

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

September 4, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
ভাৰত

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

September 4, 2026
Next Post
জীৱনত দুখ-দুৰ্দশাৰ পৰা মুক্তি পাবলৈ আগতে দুখৰ কাৰণ জানি লওক, গৌতম বুদ্ধই দি যোৱা এইকেইটা বাণীয়েই সলাব আপোনাৰ জীৱন

জীৱনত দুখ-দুৰ্দশাৰ পৰা মুক্তি পাবলৈ আগতে দুখৰ কাৰণ জানি লওক, গৌতম বুদ্ধই দি যোৱা এইকেইটা বাণীয়েই সলাব আপোনাৰ জীৱন

যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ’ব পাৰে জুবিন গাৰ্গ! কোনে কিয় জুবিনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ?

যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ’ব পাৰে জুবিন গাৰ্গ! কোনে কিয় জুবিনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.