• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ’ব পাৰে জুবিন গাৰ্গ! কোনে কিয় জুবিনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ?

যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ’ব পাৰে জুবিন গাৰ্গ! কোনে কিয় জুবিনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ?

3 years ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

45 minutes ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

1 hour ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

2 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

2 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

3 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

3 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

4 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

4 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

4 hours ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

21 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

22 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ’ব পাৰে জুবিন গাৰ্গ! কোনে কিয় জুবিনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ?

editor by editor
June 5, 2023
in অসম, জীৱনশৈলী
0
যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ’ব পাৰে জুবিন গাৰ্গ! কোনে কিয় জুবিনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ?
0
SHARES
12.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যিকোনো সময়তে কাৰাগাৰলৈ যাব পাৰে জুবিন গাৰ্গ! জুবিনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ! শিশু অধিকাৰ সুৰক্ষা আইনৰ অধীনত জুবিনৰ বিৰুদ্ধে ৰুজু গোচৰ! এটা শিশুৰ আত্মসন্মানৰ কথা বুজি নাপায় শিল্পী জুবিনে!

এটা সৰু লৰা৷ মাধৱ বৰা৷ মাধৱে জুবিন গাৰ্গৰ মিমিক্ৰি কৰিয়েই মন জয় কৰিছিল বহুজনৰ৷ কিন্তু মাধৱৰ এই কাৰুকাৰ্য ভাল নালাগিল শিল্পী জুবিনৰ৷ মাধৱৰ এই কাৰ্যক পাগলৰ লক্ষণ বুলিও আখ্যা দিলে জুবিনে৷ জুবিনে কৰা এই মন্তব্যৰ পাছতেই আকৌ এবাৰ চৰ্চা৷ কোনোৱে যদি জুবিনক সমৰ্থন জনালে, কোনোৱে আকৌ ক’লে এয়া কেনেধৰণৰ কথা?

মাধৱে প্ৰতিভা বিকাশ কৰাত জুবিনৰ আপত্তি কিয়? জুবিনে বুজাবই খুজিছে যদি ব্যক্তিগতভাৱে বুজাওক, সামাজিকভাৱে কিয়? শিশুৰ অধিকাৰৰ কথা এজন শিল্পী হিচাপে জুবিনে জানিব লাগে৷ এই মন্তব্য আমাৰ নহয়৷ এই মন্তব্য কৰিছে শিশু সুৰক্ষা আয়োগৰ সৈতে জড়িত হৈ থকা এগৰাকী কৰ্মী ডাঃ ৰূপা হাজৰিকাই৷ মাধৱক পাগল আখ্যা দিয়াৰ পাছতেই শিশু সুৰক্ষা আইনৰ অধীনত জুবিনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ৷ শিশু সুৰক্ষা কৰ্মী ডাঃ ৰূপা হাজৰিকাই জুবিনৰ বিৰুদ্ধে শিশু সুৰক্ষা আয়োগলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ৷

পত্ৰখনক লৈ ডাঃ ৰূপাৰ মন্তব্য, ‘জুবিনতকৈ মাধৱৰ মানসিক স্তৰ উন্নত৷ জুবিনে অশালীন মন্তব্য কৰিলেও মাধৱে কৰা নাই৷ পাগল আখ্যা দিলেও মাধৱে সন্মানসহকাৰে জুবিনৰ কথাৰ প্ৰত্তুত্ত্যৰ দিছে৷ কোনো শিশুক মানসিকভাৱে আঘাত দিয়াটোও এক অপৰাধ৷ সেয়ে জুবিনৰ বিৰুদ্ধে মই শিশু সুৰক্ষা আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছো৷’

মাধৱ-জুবিনৰ এই বিষয়ক লৈ শিশু সুৰক্ষা আয়োগে কি সিদ্ধান্ত ল’ব সেয়া সময়তহে পৰিলক্ষিত হ’ব যদিও, জুবিনৰ এই মন্তব্যই আজিও কিন্তু চৰ্চাৰ বিষয়েই হৈ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!
জীৱনশৈলী

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

May 30, 2026
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ
অসম

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

May 30, 2026
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!
জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

May 30, 2026
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক
জীৱনশৈলী

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

May 30, 2026
Next Post
ৰাহুল গান্ধীয়ে নিউৱৰ্কত কৈছে, ‘মোদীয়ে ইতিহাসৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰিছে, আমি ভৱিষ্যতৰ ৰাজনীতি কৰিছো’

ৰাহুল গান্ধীয়ে নিউৱৰ্কত কৈছে, ‘মোদীয়ে ইতিহাসৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰিছে, আমি ভৱিষ্যতৰ ৰাজনীতি কৰিছো’

সফলতাৰ ধাৰা অব্যাহত, মেট্ৰিকত অষ্টম স্থান লাভ কৰা নিখিলেশ দত্তৰ বিজ্ঞান শাখাত শীৰ্ষ স্থান লাভ

সফলতাৰ ধাৰা অব্যাহত, মেট্ৰিকত অষ্টম স্থান লাভ কৰা নিখিলেশ দত্তৰ বিজ্ঞান শাখাত শীৰ্ষ স্থান লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.