• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুল গান্ধীয়ে নিউৱৰ্কত কৈছে, ‘মোদীয়ে ইতিহাসৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰিছে, আমি ভৱিষ্যতৰ ৰাজনীতি কৰিছো’

ৰাহুল গান্ধীয়ে নিউৱৰ্কত কৈছে, ‘মোদীয়ে ইতিহাসৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰিছে, আমি ভৱিষ্যতৰ ৰাজনীতি কৰিছো’

3 years ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

32 minutes ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

53 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

1 hour ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

2 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

2 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

3 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

3 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

4 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

4 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

5 hours ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

6 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ৰাহুল গান্ধীয়ে নিউৱৰ্কত কৈছে, ‘মোদীয়ে ইতিহাসৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰিছে, আমি ভৱিষ্যতৰ ৰাজনীতি কৰিছো’

editor by editor
June 5, 2023
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ৰাহুল গান্ধীয়ে নিউৱৰ্কত কৈছে, ‘মোদীয়ে ইতিহাসৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰিছে, আমি ভৱিষ্যতৰ ৰাজনীতি কৰিছো’
0
SHARES
100
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আমেৰিকাত আকৌ এবাৰ মোদীৰ বিৰুদ্ধে কৰিছে কেইটামান বিশেষ মন্তব্য৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আৰ এছ এছক টাৰ্গেট কৰিয়েই এই মন্তব্য কৰিছে ৰাহুলে৷ ৰাহুলে ওড়িশাৰ ৰে’ল দুৰ্ঘটনাক লৈ মন্তব্য কৰি কয়, ‘বৰ্তমানৰ মোদী শাসনাধীন চৰকাৰে অতীতক লৈ কাম কৰি আছে৷ আমি ভৱিষ্যতৰ ৰাজনীতি কৰি আছো৷’

ৰাহুল গান্ধীয়ে লগতে কয়, ‘কংগ্ৰেছৰ শাসনকালত এনে বৃহৎ দুৰ্ঘটনা সংঘটিত হ’লে লগে লগেই মন্ত্ৰীসকলে পদত্যাগ কৰিছিল৷ কিন্তু বিজেপিৰ দিনত এয়া হোৱা নাই৷ বিজেপিৰ কোনো মন্ত্ৰীয়ে ইমান ডাঙৰ দুৰ্ঘটনাৰ পাছতো নিজৰ দায়িত্ব বুজি নল’লে৷’ ৰাহুল গান্ধীয়ে লগতে কয় যে, নৰেন্দ্ৰ মোদীয়ে পিছফালে আইনাত চাই বাহন চলাই আছে৷ তেওঁ সেয়ে গমেই নাপায় দেশত ক’ত কি কি দুৰ্ঘটনা হৈ আছে৷

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে ওড়িশাৰ দুৰ্ঘটনাক লৈ কয় যে মোদীয়ে গা এৰা দিলে নহ’ব৷ এই দুৰ্ঘটনাৰ দায়িত্ব তেওঁৰ চৰকাৰে স্বীকাৰ কৰিবই লাগিব৷ ৰাহুলে আমেৰিকাত দিয়া এই মন্তব্যৰ প্ৰত্তুত্ত্যৰত বিজেপি কৰ্মকৰ্তাই কৈছে, ‘ৰাহুলে বিদেশত গৈ দেশৰহে বদনাম কৰিছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?
ভাৰত

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

September 21, 2026
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?
বিশ্ব

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

September 21, 2026
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
Next Post
সফলতাৰ ধাৰা অব্যাহত, মেট্ৰিকত অষ্টম স্থান লাভ কৰা নিখিলেশ দত্তৰ বিজ্ঞান শাখাত শীৰ্ষ স্থান লাভ

সফলতাৰ ধাৰা অব্যাহত, মেট্ৰিকত অষ্টম স্থান লাভ কৰা নিখিলেশ দত্তৰ বিজ্ঞান শাখাত শীৰ্ষ স্থান লাভ

উৎকট গৰমত জিৰণি ল’বলৈ ঠাই বিচাৰি পালে বিধায়ক কমলাক্ষ্য দেৱ পুৰকায়স্থই

উৎকট গৰমত জিৰণি ল'বলৈ ঠাই বিচাৰি পালে বিধায়ক কমলাক্ষ্য দেৱ পুৰকায়স্থই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.