• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আইৰ সমান হ’ব কোন! মাতৃৰ স্মৃতিত দ্বিতীয় তাজমহল নিৰ্মাণ কৰিলে পুত্ৰই, খৰচ কিমান হ’ল?

আইৰ সমান হ’ব কোন! মাতৃৰ স্মৃতিত দ্বিতীয় তাজমহল নিৰ্মাণ কৰিলে পুত্ৰই, খৰচ কিমান হ’ল?

3 years ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

29 minutes ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

1 hour ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

2 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

2 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

3 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

4 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

5 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

5 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

6 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

6 hours ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

6 hours ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আইৰ সমান হ’ব কোন! মাতৃৰ স্মৃতিত দ্বিতীয় তাজমহল নিৰ্মাণ কৰিলে পুত্ৰই, খৰচ কিমান হ’ল?

editor by editor
June 11, 2023
in জীৱনশৈলী, ভাৰত
0
আইৰ সমান হ’ব কোন! মাতৃৰ স্মৃতিত দ্বিতীয় তাজমহল নিৰ্মাণ কৰিলে পুত্ৰই, খৰচ কিমান হ’ল?
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তাজমহল! পত্নী মমতাজৰ প্ৰেমতেই এই স্মৃতিসৌধ নিৰ্মাণ কৰিছিল সম্ৰাট ছাহজাহানে। দেশ বিদেশৰ বহু মানুহেই পৃথিৱীৰ সপ্তম আশ্চৰ্যটোক চাবলৈ ভীৰ কৰে। পুনৰ আগ্ৰাৰ সেই স্মৃতিসৌধটোৰ আৰ্হিৰে আন এক তাজমহল নিৰ্মাণ কৰিছে এজন যুৱকে। তেওঁ কিন্তু পত্নী নতুবা প্ৰেমিকাৰ বাবে এই স্মৃতিসৌধ নিৰ্মাণ কৰা নাই। মাতৃৰ স্মৃতিতহে ভাৰতত আন এক তাজমহল নিৰ্মাণ কৰিছে যুৱকজনে।

কৰ্মসূত্ৰে প্ৰায়সংখ্যকেই আজিকালি পৰিয়ালৰ সৈতে নাথাকে। পিতৃ-মাতৃক কাষত থাকি সময় দিব নোৱাৰে। সেয়ে সময়ৰ আহ্বান বুলি মানি বহু পিতৃ-মাতৃয়েই আজিকালি বৃদ্ধাশ্ৰমৰো বাসিন্দা হয়গৈ। বৃদ্ধ পিতৃ-মাতৃৰ যত্ন সন্তানে নলয়, এই বিষয়টোৱে শিৰোনাম দখল কৰাৰ সময়তেই আন এক ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছে এজন যুৱকে। মাতৃৰ নামেৰে অন্য এক তাজমহল নিৰ্মাণ কৰি চৰ্চালৈ আহিছে এজন যুৱক।

মাতৃৰ বাবে তাজমহল নিৰ্মাণ কৰিছে আমিৰউদ্দিন শ্বেখ। মাত্ৰ এঘাৰ বছৰ বয়সত পিতৃক হেৰুৱাইছিল চেন্নাইৰ তিৰুভাৰু জিলাৰ আম্মাইপ্পানৰ বাসিন্দা আমিৰউদ্দিনে। ইয়াৰপাছতেই হাৰ্ডৱেৰ দোতান চলাই চাৰি সন্তানক পঢ়া শুনাৰ পৰা সমস্ত দায়িত্ব মাতৃ আব্দুল কাদাৰ জৈলান বিবিয়ে লৈছিল। স্নাতক হোৱাৰ পাছতেই বৰ্তমান চেন্নাইত নিজা ব্যৱসায় আৰম্ভ কৰিছে আমিৰউদ্দিনে। ব্যৱসায় আৰম্ভ কৰিলেও মাতৃক এটা সুখৰ জীৱন দিব নোৱাৰিলে আমিৰউদ্দিনে। দিন ভাললৈ অহাৰ সময়তেই ২০২০ চনত মাতৃৰ মৃত্যু হয়। মাতৃৰ মৃত্যুত ভাঙি পৰা আমিৰউদ্দিনে শেষত সিদ্ধান্ত লয় যে মাতৃৰ স্মৃতিত এটা স্মৃতিসৌধ নিৰ্মাণ কৰিব।

কিয় আমিৰউদ্দিনে নিৰ্মাণ কৰিলে এই তাজমহল?

এক গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছিল আমিৰৰ পিতৃৰ। তাৰপিছত মাতৃয়ে পাঁচ সন্তানক লালনপালন কৰাৰ দায়িত্ব নিজৰ হাতত তুলি লয়। কম বয়সতে বাপেকক হেৰোৱাৰ পাছত মাকেই সকলো হৈ পৰিছিল আমিৰহঁতৰ বাবে। মাতৃৰ চেষ্টাতেই আমিৰে নিজৰ পঢ়া শুনা আগুৱাই লৈ যায়। কিন্তু ভাল দিন আহোতেই মাতৃয়ে এই পৃথিৱীৰ পৰা বিদায় লয়। আমিৰে মাতৃক নিজৰ ঘৰৰ কাষতেই কবৰ দিয়ে। মাতৃৰ সেই কবৰস্থানতেই শেহতীয়াকৈ আমিৰে আগবঢ়াই নিছে তাজমহল নিৰ্মাণৰ কাম। তেওঁৰ এই সিদ্ধান্তত পৰিয়ালেও লগ দিছে আমিৰক।

কেনেকৈ গঢ়িছে এই স্মৃতিসৌধ

তাজমহলৰ আৰ্হিৰে দেখা নিৰ্মাণ কৰা স্মৃতিসৌধটোৰ বাবে ৰাজস্থানৰ পৰা মাৰ্বল আনিছিল আমিৰে। দক্ষ শ্ৰমিকো অনা হৈছিল ৰাজস্থানৰ পৰা। ২০২১ চনৰ জুন মাহৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আমিৰে। দুবছৰ ধৰি স্থানীয় শ্ৰমিকৰ সৈতে মিলিত হৈ ২০০ কো অধিক শ্ৰমিকে এই স্মৃতিসৌধ নিৰ্মাণৰ কাম হাতত লৈছিল। চলিত বছৰৰ ২ জুনত এই স্মৃতিসৌধটো জনতাৰ বাবে মুকলি কৰি দিয়া হৈছে।

এই স্মৃতিসৌধ নিৰ্মাণত কিমান ধন খৰচ হৈছে?

আমিৰউদ্দিনে জনোৱা অনুসৰি এই স্মাৰকটো বনোৱাৰ বাবে ৫ কোটি টকা খৰচ হৈছে। মাতৃয়েই নিজা ছেভিংছত প্ৰায় ৫-৬ কোটি ধন থৈ গৈছিল। সেই ধন খৰচ কৰিয়েই তেওঁ এই স্মৃতিসৌধ নিৰ্মাণ কৰিছে। কোনো ধৰ্মক অগ্ৰাধিকাৰ নিদিয়াকৈ এই স্মৃতিসৌধ নিৰ্মাণ কৰিছে আমিৰউদ্দিনে। এই স্মৃতিসৌধৰ কাষতেই আছে এখন মাদ্ৰাছা স্কুলো। বৰ্তমান সেই মাদ্ৰাছাত ১০ জন ছাত্ৰ থকাৰো ব্যৱস্থা কৰিছে আমিৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ
ভাৰত

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

August 26, 2026
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

August 26, 2026
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা
অপৰাধ

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

August 26, 2026
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…
বাণিজ্য

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

August 26, 2026
Next Post
মাত্ৰ ৭৫০ টকা দি মাজনিশা তেওঁক স্বামীগৃহৰ পৰা উলিয়াই দিয়া হৈছিল! বৰ্তমান তেওঁ এগৰাকী সফল অধিবক্তা, অধিবক্তা বন্দনা শ্বাহৰ সফলতাৰ কাহিনী জানেনে?

মাত্ৰ ৭৫০ টকা দি মাজনিশা তেওঁক স্বামীগৃহৰ পৰা উলিয়াই দিয়া হৈছিল! বৰ্তমান তেওঁ এগৰাকী সফল অধিবক্তা, অধিবক্তা বন্দনা শ্বাহৰ সফলতাৰ কাহিনী জানেনে?

আকৌ হৃদয় ভাঙিল ক্ৰিকেটপ্ৰেমীৰ! WTCৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় ভাৰতীয় দলৰ

আকৌ হৃদয় ভাঙিল ক্ৰিকেটপ্ৰেমীৰ! WTCৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় ভাৰতীয় দলৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.