• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ হৃদয় ভাঙিল ক্ৰিকেটপ্ৰেমীৰ! WTCৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় ভাৰতীয় দলৰ

আকৌ হৃদয় ভাঙিল ক্ৰিকেটপ্ৰেমীৰ! WTCৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় ভাৰতীয় দলৰ

3 years ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

19 minutes ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

1 hour ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

1 hour ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

2 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

3 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

4 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

5 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

5 hours ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

5 hours ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

6 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

7 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আকৌ হৃদয় ভাঙিল ক্ৰিকেটপ্ৰেমীৰ! WTCৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় ভাৰতীয় দলৰ

editor by editor
June 11, 2023
in অসম, ক্ৰীড়া, ভাৰত
0
আকৌ হৃদয় ভাঙিল ক্ৰিকেটপ্ৰেমীৰ! WTCৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় ভাৰতীয় দলৰ
0
SHARES
501
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এইবাৰো বিশ্ব টেষ্ট চেম্পিয়নশ্বীপৰ ফাইনেলত স্বপ্নভংগ হ’ল ভাৰতীয় দলৰ। প্ৰথমবাৰ নিউজিলেণ্ডৰ বিৰুদ্ধে টিম ইণ্ডিয়া ৮ উইকেটত পৰাস্ত হৈছিল। আকৌ এইবাৰ অষ্ট্ৰেলিয়াৰ ওচৰত ২০৯ ৰানত পৰাস্ত হ’ল ভাৰত। ভাৰতীয় দলৰ পৰাজয়ৰ পাছতেই হতাশ হৈ পৰিছে ক্ৰিকেট অনুৰাগীসকল।

বহু ক্ৰিকেট অনুৰাগীয়েই এইবাৰ আশা কৰিছিল ৰোহিত শৰ্মাৰ নেতৃত্বত টিম ইণ্ডিয়াই দেশলৈ ট্ৰফী কঢ়িয়াই আনিব। কিন্তু সপোন পূৰণ নহ’ল ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ। চতুৰ্থ দিনাৰ খেল চাই বহুতেই ভাৱিছিল যে এইবাৰ ভাৰতে ট্ৰফী আঁজুৰি আনিব পাৰিব। বিৰাট কোহলি আৰু অজিংকা ৰাহানেৰ জুঁটি দেখিয়েই বহুতে সপোন দেখিবলৈ আৰম্ভ কৰিছিল। কিন্তু পঞ্চম দিনাৰ খেল দেখিয়েই সকলোৱে কৈছিল নাই এইবাৰো নোৱাৰিব।

ফাইনেলত প্ৰৱেশ কৰিও দ্বিতীয়বাৰৰ বাবে পৰাস্ত হয় ভাৰত। বিশ্ব টেষ্ট চেম্পিয়নশ্বীপ জিকাৰ সপোন পূৰণ নহ’ল ভাৰতীয় দলৰ। ২০৯ ৰানত বিশ্ব টেষ্ট চেম্পিয়নশ্বীপৰ খিতাপ জয় কৰাৰ সপোন শেষ। দ্বিতীয় ইনিংছত ভাৰত টছত জিকি ভাৰতে অষ্ট্ৰেলিয়াক প্ৰথমে বেট ধৰিবলৈ দিয়ে। প্রথমে অষ্ট্ৰেলিয়াক বেট ধৰিবলৈ দিয়াটোৱেই বেক ফুটলৈ পঠিয়াই দিয়ে ভাৰতক।

প্ৰথমে বেট ধৰি অষ্ট্ৰেলিয়াই ভাৰতক লক্ষ্য বান্ধি দিয়ে ৪৬৯ ৰানৰ। ভাৰতে প্ৰথম ইনিংছত লাভ কৰে ২৯৬। দ্বিতীয় ইনিংছত ৮ উইকেট হেৰুৱাই ২৭০ ৰান তুলি ইনিংছ সমাপ্ত কৰে অষ্ট্ৰেলিয়াই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা
অপৰাধ

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

August 26, 2026
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…
বাণিজ্য

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

August 26, 2026
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়
জীৱনশৈলী

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

August 26, 2026
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?
বিনোদন

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

August 26, 2026
Next Post
সুস্থ সৱল সন্তান জন্ম দিবলৈ অন্তঃসত্ত্বা অৱস্থাত ৰামায়ণ পাঠ কৰক! অন্তঃসত্ত্বাক উপদেশ ৰাজ্যপালৰ

সুস্থ সৱল সন্তান জন্ম দিবলৈ অন্তঃসত্ত্বা অৱস্থাত ৰামায়ণ পাঠ কৰক! অন্তঃসত্ত্বাক উপদেশ ৰাজ্যপালৰ

গোৱালপাৰাত বিজেপি নেত্ৰীৰ ৰহস্যজনক মৃত্যু!

গোৱালপাৰাত বিজেপি নেত্ৰীৰ ৰহস্যজনক মৃত্যু!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.