• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোবাইল হাতত ল’লে এৰিবই নোখোজে! আপোনাৰ শিশুটিৰ মোবাইলৰ নিচা কেনেকৈ এৰুৱাব?

মোবাইল হাতত ল’লে এৰিবই নোখোজে! আপোনাৰ শিশুটিৰ মোবাইলৰ নিচা কেনেকৈ এৰুৱাব?

3 years ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

30 minutes ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

1 hour ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

1 hour ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

2 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

3 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

4 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

6 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

14 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

14 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

15 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

মোবাইল হাতত ল’লে এৰিবই নোখোজে! আপোনাৰ শিশুটিৰ মোবাইলৰ নিচা কেনেকৈ এৰুৱাব?

editor by editor
June 21, 2023
in Uncategorized
0
মোবাইল হাতত ল’লে এৰিবই নোখোজে! আপোনাৰ শিশুটিৰ মোবাইলৰ নিচা কেনেকৈ এৰুৱাব?
0
SHARES
214
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বয়স আঢ়ৈ বছৰ। উচ্চাৰণ একেবাৰেই স্পষ্ট নহয়। ইউটিউব সম্পৰ্কে জ্ঞান কিন্তু ভৰপূৰ। ফোনৰ ক’ত স্পৰ্শ কৰিলে কি পোৱা যাব সকলো জানে। কিন্তু এয়াই সমস্যা যে শিশুটোৱে সকলো সময়তে মোবাইল বিচাৰে। বহু অভিভাৱকেই এতিয়া সন্তানৰ মোবাইল মেনিয়াক লৈ সমস্যাত পৰিছে। সাম্প্ৰতিক এক গৱেষণাত পোৱা গৈছে যে শিশুৰ মোবাইল আসক্তি কভিডৰ সময়ৰ পৰাই বৃদ্ধি পাইছে। কিন্তু এই স্বভাৱ কেনেকৈ এৰুৱাব শিশুৰ?

মোহ ত্যাগ কৰিব লাগিব
সন্তানক লৈ অলপ কঠোৰো হ’ব লাগিব। অভিভাৱক বা পৰিয়ালৰ আন সদস্যসকলেও এইক্ষেত্ৰত সতৰ্ক হ’ব লাগে। দিনটোত সময়ে সময়ে ফোনটো শিশুটিৰ পৰা আঁতৰাই থব লাগে।

সময় নিৰ্ধাৰণ কৰি দিয়ক
সন্তানে কিমান সময় মোবাইল চাব তাৰ এটা সময় বান্ধি দিয়ক। টেলিভিছন বা কম্পিউটাৰত অত্যাধিক সময় অতিবাহিত কৰিবলৈ নিদিব। অভিভাৱকে শিশুটিয়ে কোন সময়ত মোবাইল চাব তাৰ সীমা নিৰ্ধাৰণ কৰি দিব পাৰে।

সকলো আব্দাৰত প্ৰশ্ৰয় নিদিব
কন্দাকটা কৰা, খোৱাবোৱা বন্ধ কৰা আদি কৰিলেই সন্তানৰ সকলো আব্দাৰ পূৰণ কৰি দিব তেনে নহয়। অবান্তৰ চাহিদা, খোৱাবোৱা বন্ধ কৰা আদি কৰিবলৈ আৰম্ভ কৰিলে সন্তানক পোনতে ভালধৰণে বুজাবলৈ যত্ন কৰিব।

অন্য কামত ব্যস্ত ৰাখক
পঢ়াশুনাৰ ওপৰিও অন্যান্য সৃজনশীল কামত সন্তানক ব্যস্ত ৰাখিব লাগে। এনেকৈ ৰাখিলে শিশুৰ মগজুৰ বিকাশ ভাল হয়। ঘৰৰ পৰা ওলাই বন্ধুৰ সৈতে খেলাধুলা কৰাৰো অভ্যাস গঢ়ি তুলিব পাৰে। যিয়ে শিশু এটাক সামাজিক হোৱাত সহায় কৰিব।

ফোনত একাধিক এপ নাৰাখিব
লাগতীয়াল এপৰ বাদে বহু পৰিমানে গেমিং এপ আপোনাৰ ফোনত ইনষ্টল নকৰিব। ফোনত একাধিক ডিভাইছ থাকিলে শিশুৱে নতুন নতুন এপসমূহ চাই সময় কটাই। তেনেকৈ তেওঁলোকৰ ফোনৰ ব্যৱহাৰৰ সীমা দিনক দিনে বাঢ়ি গৈ থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
মাহিলী ৯০লাখ! বিচ্ছেদ হ’লেও সম্পত্তিৰ ভাগ পাব প্ৰেয়সী জৰ্জিনাই, জৰ্জিনাৰ সৈতে কি চুক্তি কৰিলে ৰোনাল্ডোৱে?

মাহিলী ৯০লাখ! বিচ্ছেদ হ’লেও সম্পত্তিৰ ভাগ পাব প্ৰেয়সী জৰ্জিনাই, জৰ্জিনাৰ সৈতে কি চুক্তি কৰিলে ৰোনাল্ডোৱে?

কাইলৈৰ পৰা অম্বুবাচী, অম্বুবাচীৰ সময়ছোৱাত এইকেইটা নিয়ম মানি নচলিলে বিপদত পৰিব আপুনি

কাইলৈৰ পৰা অম্বুবাচী, অম্বুবাচীৰ সময়ছোৱাত এইকেইটা নিয়ম মানি নচলিলে বিপদত পৰিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.