• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সময়ৰ আগেয়েই আহিল দীপিকা-ছোৱেইবৰ সন্তান, কন্যা নে পুত্ৰ সন্তানৰ মাতৃ হ’ল দীপিকা?

সময়ৰ আগেয়েই আহিল দীপিকা-ছোৱেইবৰ সন্তান, কন্যা নে পুত্ৰ সন্তানৰ মাতৃ হ’ল দীপিকা?

3 years ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

1 hour ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

2 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

2 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

3 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

4 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

4 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

5 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

6 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

7 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

7 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সময়ৰ আগেয়েই আহিল দীপিকা-ছোৱেইবৰ সন্তান, কন্যা নে পুত্ৰ সন্তানৰ মাতৃ হ’ল দীপিকা?

editor by editor
June 22, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত
0
সময়ৰ আগেয়েই আহিল দীপিকা-ছোৱেইবৰ সন্তান, কন্যা নে পুত্ৰ সন্তানৰ মাতৃ হ’ল দীপিকা?
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চলিত বছৰৰ জানুৱাৰী মাহত ঘোষণা কৰিছিল, মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰী দীপিকা কক্কৰে। সহ অভিনেতা ছোৱেইব ইব্ৰাহিমৰ সৈতে ২০১৮চনত সংসাৰৰ পাতনি মেলিছিল দীপিকাই। দীপিকা হিন্দু আনহাতে ছোৱেইব মুছলমান। ধৰ্ম সলনি কৰি দীপিকাই ছোৱেইবৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ ৫বছৰ পাছত দীপিকা-ছোৱেইবৰ মাজত আহিছে এটি কণমানি। সময়ৰ পূৰ্বেই ভূমিষ্ঠ হৈছে দীপিকা-ছোৱেইবৰ সন্তান। জুলাইত জন্ম হ’ব বুলি চিকিৎসকে জনোৱাৰ কথা দীপিকাই নিজেই ব্লগত কৈছিল যদিও জুনতেই এটি সন্তানৰ মাতৃ হ’ল দীপিকা।

দীপিকা-ছোৱেইবৰ মাজলৈ আহিছে এটি পুত্ৰ সন্তানষ। ছোৱেইবে এই খবৰ শ্বেয়াৰ কৰি লিখিছে, ‘আলহামদুল্লিহা, ২১ জুনৰ দুপৰীয়াই আমাৰ সন্তানে পৃথিৱীৰ পোহৰ দেখিলে। যদিও সময়ৰ পূৰ্বেই আমাৰ সন্তান পৃথিৱীলৈ আহিল সি কিন্তু সম্পূৰ্ণ সুস্থ। দীপিকাও সম্পূৰ্ণ সুস্থ। আপোনালোকে মাতৃ-পুত্ৰ দুয়োকে আশীৰ্বাদ কৰিব।’

চলিত বছৰৰ ২২ জানুৱাৰীত দীপিকাই এই সুখবৰটো ভগাই লৈছিল। তেওঁ ছচিয়েল মিডিয়াত লিখিছিল, ‘ডেড টু বি আৰু মম টু বি’। বিবাহৰ পাছতেই নিজা ধৰ্ম সলনি কৰাৰ বাবে বহুতেই দীপিকাক সমালোচনা কৰিছিল। বৰ্তমান অভিনয় ক্ষেত্ৰৰ পৰা প্ৰায় আঁতৰি অহা দীপিকাই এগৰাকী ইউটিউবাৰ হিচাপে নিজা জনপ্ৰিয়তা কিন্তু অটুত ৰাখিবলৈ সক্ষম হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
শিক্ষা

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

October 11, 2026
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!
ৰাজনীতি

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

October 11, 2026
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!
জীৱনশৈলী

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

October 11, 2026
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?
বিনোদন

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

October 11, 2026
Next Post
‘হনুমান ভগৱান নহয়’, ‘আদিপুৰুষ’ৰ সংলাপ লেখকে কৰিছে এই দাবী, কি কয় হনুমান ভক্তই?

'হনুমান ভগৱান নহয়’, 'আদিপুৰুষ’ৰ সংলাপ লেখকে কৰিছে এই দাবী, কি কয় হনুমান ভক্তই?

পিতৃ ছেলিম খানৰ দ্বিতীয় বিবাহে ছলমানক লৈ গৈছিল সেই পৰ্যায়লৈ, ছলমানৰ এইকেইটা কথা জানেনে?

পিতৃ ছেলিম খানৰ দ্বিতীয় বিবাহে ছলমানক লৈ গৈছিল সেই পৰ্যায়লৈ, ছলমানৰ এইকেইটা কথা জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.