• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হনুমান ভগৱান নহয়’, ‘আদিপুৰুষ’ৰ সংলাপ লেখকে কৰিছে এই দাবী, কি কয় হনুমান ভক্তই?

‘হনুমান ভগৱান নহয়’, ‘আদিপুৰুষ’ৰ সংলাপ লেখকে কৰিছে এই দাবী, কি কয় হনুমান ভক্তই?

3 years ago
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

44 minutes ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

2 hours ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

2 hours ago
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

3 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

4 hours ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

4 hours ago
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

5 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

6 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

6 hours ago
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

6 hours ago
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

7 hours ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘হনুমান ভগৱান নহয়’, ‘আদিপুৰুষ’ৰ সংলাপ লেখকে কৰিছে এই দাবী, কি কয় হনুমান ভক্তই?

editor by editor
June 22, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
‘হনুমান ভগৱান নহয়’, ‘আদিপুৰুষ’ৰ সংলাপ লেখকে কৰিছে এই দাবী, কি কয় হনুমান ভক্তই?
0
SHARES
908
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মুক্তিৰ আগৰে পৰাই আদিপুৰুষক লৈ চলিছিল বহু চৰ্চা। ছবিখন যিসকলে বৰ্তমানলৈ চোৱা নাই তেওঁলোকৰো মুখে মুখে এতিয়া আদিপুৰুষৰ এটা বিশেষ সংলাপ। আদিপুৰুষত থকা এটা বিশেষ সংলাপ, ‘কাপড়ে তেৰে বাপকি, জ্বলেগি ভি তেরে বাপ কি…’। এই বিশেষ সংলাপটোক লৈয়েই ক্ষুদ্ধ হৈ পৰিছে বহুজন। ভগৱান হনুমানৰ মুখত এনে সস্তীয়া সংলাপ কিয়? বহুতেই এয়া হিন্দু ধৰ্মীয় ভাৱাবেগত আঘাত হনা বুলিও অভিযোগ আনিছিল। জনতাৰ ৰোষত পৰি অৱশেষত সংলাপ লেখকে এই সংলাপ উঠাই লোৱাৰ কথাও প্ৰকাশ কৰিছিল।

হনুমান ভগৱান নহয় দাবী মনোজ মুন্তাছীৰ
আদিপুৰুষৰ সংলাপ লিখি বিতৰ্কত সোমাই পৰা লেখক মনোজ মুন্তাছিৰে বহু স্থানৰ পৰাই প্ৰাণনাশৰ ভাবুকিও লাভ কৰিছে। মুম্বাই আৰক্ষীয়ে লেখক মনোজক নিৰাপত্তাও প্ৰদান কৰিব লগা হোৱাৰ সময়তেই মনোজে আকৌ কৰিছে এটা বিশেষ মন্তব্য। বিতৰ্কত ঘিউ ঢালি মনোজে কৈছে, ‘বজৰংবলীয়েতো শ্ৰী ৰামৰ দৰে কথা নকয়। হনুমান দাৰ্শনিকো নহয়। হনুমান ভগবানো নহয়, তেওঁ এজন ভক্তহে। হনুমানক আমিহে ভগৱান বনাইছো, কাৰণ হনুমানৰ ভক্তিতেই সেই শক্তি আছে।’

আদিপুৰুষত হনুমানৰ মুখত সস্তীয়া সংলাপ
আদিপুৰুষত হনুমানৰ সংলাপ কেইটাক লৈয়েই প্ৰকৃত বিতৰ্ক আৰম্ভ হৈছিল। নেটদুনীয়াত লেখক মনোজৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ঘটিছে। মনোজে শেহতীয়াকৈ কৰা মন্তব্যটোৰ পাছতেই বহুতে লিখিছে, ‘সংলাপ লেখক মনোজে ক্ষমাহে খুজিব লাগিছিল। আকৌ উদ্ভট মন্তব্য কৰিছে।’

কেন্দ্ৰীয় তথ্য-সম্প্ৰচাৰ মন্ত্ৰীৰ প্ৰতিক্ৰিয়া
আদিপুৰুষক লৈ শেহতীয়াভাৱে মন্তব্য কৰিছে কেন্দ্ৰীয় তথ্য সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে। তেওঁ লিখিছে, ‘এই ছবিক লৈ হিংসাৰহে সৃষ্টি হৈছে। আদিপুৰুষে মানুহৰ ভাৱাবেগত আঘাত হানিছে। নিৰ্মাতাই সংলাপ সলনি কৰাৰ কথা কৈছে কিন্তু মই নিজে এতিয়ালৈ ছবিখন চোৱা নাই। ছবিখন চোৱাৰ পাছতহে মই ব্যৱস্থা কি লোৱা হয় বিবেচনা কৰিম।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?
জীৱনশৈলী

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

May 20, 2026
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

May 20, 2026
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?
জীৱনশৈলী

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

May 20, 2026
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?
জীৱনশৈলী

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

May 20, 2026
Next Post
পিতৃ ছেলিম খানৰ দ্বিতীয় বিবাহে ছলমানক লৈ গৈছিল সেই পৰ্যায়লৈ, ছলমানৰ এইকেইটা কথা জানেনে?

পিতৃ ছেলিম খানৰ দ্বিতীয় বিবাহে ছলমানক লৈ গৈছিল সেই পৰ্যায়লৈ, ছলমানৰ এইকেইটা কথা জানেনে?

চিকিৎসকে নিজেই আগতে সুৰাপানৰ অভ্যাস এৰি ৰোগীক সুৰাপান এৰিবলৈ কওক! চিকিৎসক নিজেই সুৰাপান কৰি ৰোগীক সুৰা নাখাবলৈ কোৱাৰ নৈতিক অধিকাৰ নাই

চিকিৎসকে নিজেই আগতে সুৰাপানৰ অভ্যাস এৰি ৰোগীক সুৰাপান এৰিবলৈ কওক! চিকিৎসক নিজেই সুৰাপান কৰি ৰোগীক সুৰা নাখাবলৈ কোৱাৰ নৈতিক অধিকাৰ নাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.